আজৱ ক্ৰিকেট! ৫০ অভাৰৰ খেলত ৫৭১ ৰানত জয়ী অষ্ট্ৰেলিয়াৰ এই দলটো

ডিজিটেল ডেস্কঃ এখন আজৱ, আমোদজনক এদিনীয়া ক্ৰিকেট মেচ। অষ্ট্ৰেলিয়াত অনুষ্ঠিত মহিলা ক্ৰিকেট প্ৰতিযোগিতাৰ এই মেচখন উপভোগ কৰি সম্পূৰ্ণ নতুন অভিজ্ঞতা লাভ কৰে প্ৰতিজন দৰ্শকে। সকলোকে হতবাক কৰি ৫০ অভাৰৰ খেলখনত ৫৭১ ৰানৰ বিশাল ব্যৱধানত বিজয়…
আৰু পঢ়ক...

কাতি বিহু পাতক, কানাডা-আমেৰিকাৰ পৰা চিন্তা ‘তুলসী পুলি’ৰ

► মৃদুল কুমাৰ সন্দিকৈ ‘তুলসীৰ তলে তলে মৃগপহু চৰে, তাকে দেখি ৰামচন্দ্ৰই শৰধনু ধৰে’- শৈশৱৰ ভাল লগা দিনৰ স্মৃতি ৰোমন্থন কৰাৰ সুযোগ দিয়ে এই শাৰী কেইটাই। পুৱাৰে পৰাই ব্যস্ততা। চোতালৰ এচুকত থাপনা সাজি তাত তুলসী পুলি এটা ৰুই সন্ধিয়ালৈ আমাৰ সৰু…
আৰু পঢ়ক...

বিধায়ক শিলাদিত্যৰ বিৰুদ্ধে এজাহাৰ দাখিল এবিএমছুৰ 

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ গুৱাহাটী মহানগৰীত আলফা স্বাধীনে সংঘটিত কৰা বোমা বিস্ফোৰণৰ পিছত বিজেপিৰ হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱে কৰা আপত্তিজনক মন্তব্যক লৈ ক্ষুব্ধ হৈ পৰিছে সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছু৷ হকে-বিহকে…
আৰু পঢ়ক...

লেডিজ টয়লেটৰ বাবে হাতত পিষ্টল লৈ বিতৰ্কত সাংসদপুত্ৰ, VIDEO ভাইৰেল

ডিজিটেল ডেস্কঃ দিল্লীৰ এখন পঞ্চতাৰকাযুক্ত হোটেলৰ সন্মুখত মঙলবাৰে উত্তৰ প্ৰদেশৰ প্ৰাক্তন বিএছপি সাংসদ ৰাকেশ পাণ্ডেৰ পুত্ৰ আশীষ পাণ্ডেই পিষ্টল প্ৰদৰ্শন কৰি এগৰাকী মহিলাক ভীতিগ্ৰস্ত কৰা কাণ্ডক লৈ আৰক্ষীয়ে প্ৰাক্তন সাংসদ পুত্ৰৰ বিৰুদ্ধে এক গোচৰ…
আৰু পঢ়ক...

গৃহৰাজ্যত উপস্থিত দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ

ডিজিটেল সংবাদ, গুৱাহাটীঃ শপত গ্ৰহণৰ পিছত মঙলবাৰে প্ৰথমবাৰৰ বাবে অসমত ভৰি থয় উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে। দুপৰীয়াৰ ভাগত বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত উপস্থিত হোৱাৰ পিছতে দেশৰ মুখ্য ন্যায়াধীশগৰাকীক আদৰণি জনায়…
আৰু পঢ়ক...

দেহা দিলেহে ঋণ! বেংক মেনেজাৰক শিক্ষা মহিলাৰঃ VIDEO ভাইৰেল

ডিজিটেল ডেস্কঃ ৰাজপথত মহিলাৰ ৰণচণ্ডী ৰূপ। মা দুৰ্গাৰ সমগ্ৰ শক্তি আহৰণ কৰি জপিয়াই পৰিছে মানুহৰূপী অসুৰৰ ওপৰত। মহিলাগৰাকীয়ে লাঠিৰে উপৰ্যুপৰি প্ৰহাৰ কৰিছে এজন পুৰুষক। মহাষষ্ঠীৰ দিনাই সংঘটিত হোৱা এই সমগ্ৰ ঘটনা বন্দী হৈ ৰয় কেমেৰাত। #MeTooক লৈ…
আৰু পঢ়ক...

পৰম্পৰা ধৰি ৰাখিবলৈ ন্যায়ালয়ৰ ৰায়ৰ বিৰোধিতাৰে আত্মহত্যাৰ চেষ্টা মহিলাৰ

ডিজিটেল ডেস্কঃ কেৰালাৰ সৱৰিমালা মন্দিৰ বিতৰ্কই তীব্ৰ ৰূপ ধাৰণ কৰিছে। সৱৰিমালা মন্দিৰ সম্পৰ্কে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায়ৰ পিছতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত উত্তাল পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। ইফালে মঙলবাৰে তিৰুৱানন্তপুৰমত এগৰাকী…
আৰু পঢ়ক...

পূজাৰ বতৰৰ চিন্তা

শ্ৰীমন্ত শংকৰদেৱৰ নৱ বৈষ্ণৱ আন্দোলনে সৃষ্টি কৰা জনজাগৰণৰ ফলতে অসমত তাহানি দুৰ্গা পূজাৰ বিশেষ পয়োভৰ নাছিল যদিও সম্প্ৰতি ই আমাৰ ৰাজ্যতো সাৰ্বজনীন উৎসৱৰ লেখীয়া হৈ পৰিছে। কালক্ৰমত দুৰ্গোৎসৱৰ সাৰ্বজননীতা বৃদ্ধি পাইছে। চুবুৰীয়া ৰাজ্যৰ পশ্চিমবংগৰ…
আৰু পঢ়ক...

দৰমহা নিদিয়াক লৈ যোৰহাটত চাহ শ্ৰমিকৰ উত্তপ্ত পৰিস্থিতি

সপ্তমীৰ দিনাই যোৰহাট চেনিজান চাহ বাগিছাত উত্তেজনা। পূজাত দৰমহা নিদিয়াক কেন্দ্ৰ কৰি ক্ষুদ্ধ শ্ৰমিকৰ উত্তপ্ত পৰিস্থিতি। উত্তেজিত শ্ৰমিকে আৱদ্ধ কৰিলে বাগিছাৰ পৰিচালকক। নিৰিখ অনুসৰি বোনাচ নিদিয়াৰো অভিযোগ শ্ৰমিক সকলৰ। পৰিস্থিতি…
আৰু পঢ়ক...

সৎলোক গুৰু ৰামপালক আদালতৰ যাৱজ্জীৱন কাৰাদণ্ড

ডিজিটেল ডেস্কঃ সৎলোক আশ্ৰমৰ পৰিচালক গুৰু ৰামপালক মঙলবাৰে হাৰিয়ানাৰ হিছাৰ আদালতে ৪ মহিলা আৰু এটি শিশুৰ হত্যাৰ অভিযোগত যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি ঘোষণা কৰে৷ ইয়াৰ উপৰিও আদালতে ৰামপালক ১ লাখ টকাৰ নগদ জৰিমণা বিহে৷ উল্লেখ্য যে, ২০১৪ চনত সৎলোক…
আৰু পঢ়ক...