শেহতীয়া খবৰ
পুৱাই মুম্বাইত জেট এয়াৰৱেজ বিমানত অঘটনঃ যাত্ৰীৰ নাক-কাণৰ পৰা নিৰ্গত হ’ল তেজ! কি হৈছিল চাওঁক VIDEOত  •  বিশ্বনাথ চাৰিআলিৰ ৰাজহুৱা শ্মশানত পানী যোগান প্ৰকল্পৰ শুভ উদ্বোধন  •  আজি শিল্পী জয়ন্ত হাজৰিকাৰ ৭৫ সংখ্যক জন্মদিন  •  আজি শিল্পী জয়ন্ত হাজৰিকাৰ ৭৫ সংখ্যক জন্মদিন  •  পুনৰ বৃদ্ধি হ’ল পেট্ৰ’ল-ডিজেলৰ মূল্য  •  পুনৰ বৃদ্ধি হ’ল পেট্ৰ’ল-ডিজেলৰ মূল্য  •  পাটনাত পঞ্চম শ্ৰেণীৰ ছাত্ৰীক বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু সহায়কৰ বলাৎকাৰ  •  তিনিচুকীয়াত ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত স্কুটী আৰোহী আহত  •  হিমাক দেখি দৌৰিলে গঁড়েও! টুইটাৰত হিমাৰ বিশেষ ভিডিঅ’  •  দুৰ্ঘটনাত পতিত হৈ নেমকেয়াৰত চিকিৎসাধীন গায়ক কল্লোল বৰঠাকুৰ

হোমৱৰ্ক বন্ধ কৰাৰ দাবী জনাই চৰকাৰলৈ পত্ৰ মাতৃৰ

ডিজিটেল ডেস্কঃ 'হোমৱৰ্ক হৈছে কোনোদিন শেষ নোহোৱা এখন নাটক।' হোমৱৰ্কক লৈ ক্ষোভ ব্যক্ত কৰি এই মন্তব্য কৰিছে বিষয়টোক লৈ চৰকাৰলৈ অনলাইন পত্ৰ প্ৰেৰণ কৰা চেন্নাইৰ মিৰুদুলা মানিয়ান নামৰ এগৰাকী মহিলাই। দ্বিতীয় শ্ৰেণীলৈকে হোমৱৰ্ক বন্ধ কৰাৰ পোষকতা…
আৰু পঢ়ক...

১৯ কোটি টকাত বিক্ৰী হ’ল বিশ্বৰ আগশাৰীৰ আলোচনী ‘টাইম’

ডিজিটেল ডেস্কঃ ১৯ কোটি টকাত বিক্ৰী হ’ল বিশ্বৰ অন্যতম প্ৰভাৱশালী তথা জনপ্ৰিয় আলোচনী 'টাইম'। মেৰেডিথ কৰ্প’ৰেশ্যনৰ পৰা ছেলছফ’ৰ্চৰ সহঃপ্ৰতিষ্ঠাতা মাৰ্ক বেনিঅফ আৰু তেওঁৰ পত্নী লিন কিনে ক্ৰয় কৰিছে মাৰ্কিন সংবাদ জগতৰ আগশাৰীৰ আলোচনীখন। ৱাল…
আৰু পঢ়ক...

অৰ্জুন বঁটাৰ বাবে স্বৰ্ণ কন্যা হিমা দাসৰ নাম

ডিজিটেল সংবাদ, গুৱাহাটীঃ অৰ্জুন বঁটাৰ বাবে মনোনীত কৰা হৈছে এছিয়ান গেমছত ৩টাকৈ পদক জয়ী হিমা দাসৰ নাম। সোমবাৰে এই সন্মানীয় বঁটাৰ বাবে মনোনীত হয় অসমৰ এথলীটগৰাকী। এই বঁটা লাভ কৰিলে অৰ্জুন বঁটা বিজয়ী অসমৰ পঞ্চমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত হ'ব…
আৰু পঢ়ক...

দুজন সাধাৰণ মানুহৰ মনৰ খবৰ…

► মৃদুল কুমাৰ সন্দিকৈ মহানগৰীৰ ব্যস্ত ৰাজপথ। দোকান এখনৰ সন্মুখত আহি মানুহজন ৰ’লহি। লগত এজন সহযোগী। তেওঁৰ হাতত এযোৰ বৰতাল। আৰু মানুহজন ডিঙিত এটা বৰঢোল। প্ৰায় ডেৰ মিনিটমান সময় মানুহজনে নিজৰ শৈলীৰে বৰঢোলটো বজালে। তাৰপাছত মানুহজন লৈ দোকানীজনে…
আৰু পঢ়ক...

১৭ ছেপ্তেম্বৰতেই কিয় প্ৰতি বছৰে বিশ্বকৰ্মা পূজা?

ডিজিটেল ডেস্কঃ দুৰ্গা পূজা যোৱা বছৰ যি তাৰিখে হৈছিল এইবাৰ সেই একে তাৰিখতে অনুষ্ঠিত নহয়। গণেশ পূজা, সৰস্বতী পূজা, লক্ষ্মী পূজাকে আদি কৰো সকলো পূজাই প্ৰতি বছৰে সুকীয়া সুকীয়া তাৰিখত অনুষ্ঠিত হয়। কিয়নো পূজাৰ ক্ষেত্ৰত দিনতকৈ তিথিৰ গুৰুত্ব অধিক।…
আৰু পঢ়ক...

নিৱনুৱাক বাট দেখুৱাই দোকান খুলিলে জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাউদাঙেঃ VIDEO

ডিজিটেল সংবাদ, চৰাইদেউঃ চাউদাং ষ্ট'ৰ। দেখাত সাধাৰণ যেন লাগিলেও এয়া কোনো সাধাৰণ ষ্ট'ৰ নহয়। এইখন এখন বিশেষ ষ্ট'ৰ। বিশ্বকৰ্মা পূজাৰ দিনাই শুভ উদ্বোধন কৰা হৈছে এই বিশেষ ষ্ট'ৰখনৰ। মৰাণ সেউজপুৰত মুকলি কৰা এইখন ষ্ট'ৰৰ গৰাকী জনপ্ৰিয় কণ্ঠশিল্পী…
আৰু পঢ়ক...

কৰিমগঞ্জত যুৱকক গুলীয়াই হত্যা

বিশ্বকৰ্মা পূজাৰ দিনাই কৰিমগঞ্জত অঘটন। কৰিমগঞ্জৰ পূব মধুৰবন্ধত এজন যুৱকক গুলীয়াই হত্যা। দুৰ্বৃত্তই হত্যা কৰা যুৱকজনৰ নাম হাছানউদ্দিন। গাঁৱৰে তিনি যুৱকৰ ওপৰত হত্যাৰ সন্দেহ। সন্দেহ কৰা যুৱককেইজনৰ নাম আব্দুল খালেক, আব্দুল জলিল,…
আৰু পঢ়ক...

ডিমা হাচাও স্বায়ত্ত পৰিষদৰ নিৰ্বাচনক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

ডিজিটেল সংবাদ, গুৱাহাটীঃ ডিমা হাচাও স্বায়ত্ত শাসিত নিৰ্বাচনৰ সৰ্ম্পকত গুৱাহাটী উচ্চ ন্যায়লয়ে সোমবাৰে প্ৰদান কৰিছে এক গুৰুত্বপূৰ্ণ ৰায়। তিনিমাহৰ পূ্ৰ্বেই কাৰ্যকাল শেষ হোৱা পৰিষদখন পুনৰ গঠনৰ বাবে অহা ৩ ডিচেম্বৰৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰিবৰ…
আৰু পঢ়ক...

বিশ্বকৰ্মা পূজাৰ দিনাই নগাঁৱৰ ৰাঙলুমুখত অঘটন

বিশ্বকৰ্মা পূজাৰ দিনাই নগাঁৱৰ নৈপাম ৰাঙলুমুখত অঘটন৷ বিদ্যুৎস্পৃষ্ট হৈ এজন শিক্ষকৰ কৰুণ মৃত্যু৷ নিহত শিক্ষকজন সোণাধৰ দাস৷ ঘৰত ইনৰ্ভাটাৰৰ কাম কৰি থকা অৱস্থাত এই ঘটনা। লগে লগে চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে৷…
আৰু পঢ়ক...

কৃষ্ণাইত ৩৫ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

ডিজিটেল সংবাদ, কৃষ্ণাইঃ গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ মানিকপুৰ-ভেলাখামাৰ গাওঁ পঞ্চায়ত প্ৰাংগণত কৃষ্ণাই সমবায় সমিতি লিমিটেডৰ উদ্যোগত ২০১৮-১৯ বৰ্ষৰ সাধাৰণ সভা অনুষ্ঠিত হয়৷ এই সাধাৰণ সভাৰ লগত সংগতি ৰাখি ২০১৮ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত…
আৰু পঢ়ক...