শেহতীয়া খবৰ
আহোম স্বৰ্গদেউ পূৰন্দৰ সিংহৰ পৰিনাতিৰ দেহাৱসান  •  জাজৰি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস সম্পন্ন  •  ১৬১ ৰানতে অলআউট ইংলেণ্ড, তৃতীয় টেষ্টত আশা সজীৱ ভাৰতৰ  •  সাংবাদিক মনোজৰ মহানুভৱতা, কন্যাৰ বিয়া বাতিল কৰি বানাক্ৰান্তলৈ আগবঢ়ালে সমস্ত ধন  •  অৱশেষত কেৰালাৰ বানত আক্ৰান্ত অসমীয়াসকলৰ বাবে হেল্পলাইন নম্বৰ মুকলি  •  গহপুৰৰ ককিলাত সৰ্প দংশনত এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যু  •  পথৰ দুৰৱস্থা, কামপুৰত আধা বাটতে সন্তান প্ৰসৱ  •  শিয়ালমাৰীত উদ্ধাৰ কলিয়াবৰৰ চুৰি টাটা মোবাইল  •  জাকাৰ্টাৰ এছিয়ান গেমছত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক  •  বান বিধ্বস্ত কেৰালাত কেনে আছে অসমৰ ডেকাসকল?

কলিয়াবৰৰ শাকমুঠিয়া চাহবাগিছাত হাতীৰ আক্ৰমণ

ডিজিটেল সংবাদ, কলিয়াবৰঃ কলিয়াবৰৰ শাকমুঠিয়া চাহবাগিছাত বন্যহস্তীৰ আক্ৰমণ। বাগিছাখনৰ ৯ নম্বৰ লাইনত বনৰীয়া হাতীৰ আক্ৰমণত আহত হয় দুজন লোক। বৃহস্পতিবাৰে নিশা সংঘটিত হয় আক্ৰমনৰ ঘটনা। আহত দুজন অৰুণ গৰ আৰু জিতেন গঞ্জু। আহতদ্বয়ক…
আৰু পঢ়ক...

অসমৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত তেওঁ আছিল আমাৰ কাষত…

✍ মৃদুল কুমাৰ সন্দিকৈ পাৰ ভাঙি বৈছে দুখৰ চকুপানী। শোকৰ এই সমদলত উচ্ছাৰিত হৈছে কেৱল তেওঁৰ নাম। মোৰ প্ৰিয় দেশবাসী বুলি সম্বোধন কৰিবলৈ তেওঁ আৰু নাহে উভতি। শব্দৰ শেলেৰে কঠিন সময়ত উপহাস কৰি ধীৰে-স্থিৰে কবিতা মাতিবলৈ এই মৰতত আজি নাই তেওঁৰ ঠিকনা।…
আৰু পঢ়ক...

শুকুৰবাৰে বাজপেয়ীৰ অন্ত্যেষ্টিক্ৰিয়া, চৰকাৰী বন্ধ ঘোষণা

ডিজিটেল ডেস্কঃ শুকুৰবাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটলবিহাৰী বাজপেয়ীৰ। এই কথা সদৰী কৰিছে কেন্দ্ৰীয় চৰকাৰে। বৃহস্পতিবাৰে বিয়লি ৫.০৫ বজাত বাজপেয়ীয়ে শেষ নিশ্বাস ত্যাগ কৰাৰ পিছতে তেওঁৰ শেষকৃত্য সম্পৰ্কে আলোচনা…
আৰু পঢ়ক...

কিয় ব্যতিক্ৰম আছিল বাজপেয়ী?

বাজপেয়ীয়েই হৈছে এনে এজন নেতা যিয়ে ব্যক্তিত্ব, সততা আৰু ৰাজনৈতিক দূৰদৰ্শিতাৰে চৰকাৰ গঠন কৰিবলৈ সমৰ্থ হৈছিল। সেইগৰাকী প্ৰধানমন্ত্ৰীৰ কেইটামান বিশেষ কথাঃ দীনদয়াল উপাধ্যয়ে বাজপেয়ীক নিজৰ কনিষ্ঠ ভাতৃ জ্ঞান কৰিছিল। বাজপেয়ী আছিল সংঘৰ…
আৰু পঢ়ক...

চীনৰ সৈতে বন্ধুত্বৰ আশাৰে কাৰ্যালয় এৰিছিল বাজপেয়ীয়ে

২০০৪ চনৰ সাধাৰণ নিৰ্বাচনত এনডিএ পৰাস্ত হোৱাৰ পিছত ৰাষ্ট্ৰপতিক পদত্যাগ পত্ৰ দাখিল কৰি দেশবাসীক সম্বোধন জনাই ভাষণ প্ৰদান কৰিছিল অটল বিহাৰী বাজপেয়ীয়ে। সেই ভাষণৰ শেষৰ ফালে দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ লগতে চীনৰ সৈতে ভাৰতৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক…
আৰু পঢ়ক...

বাজপেয়ীৰ মৃত্যুত শোক প্ৰকাশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুত গভীৰ শোক ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। টুইটযোগে এক শোকবাৰ্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে গভীৰ শোক প্ৰকাশ কৰি কয় যে বাজপেয়ীৰ নেতৃত্বতে দেশে এক নতুন গতি লাভ…
আৰু পঢ়ক...

গহীন, কিন্তু নাচি-বাগি স্ফূৰ্তি কৰিছিল বাজপেয়ীয়ে… অটলজীয়ে নাচি থকা সেই মুহূৰ্তটো

ডিজিটেল ডেস্কঃ  প্ৰাক্তন প্ৰধানমন্ত্ৰী আটল বিহাৰী বাজপেয়ী আৰু নাই। তেওঁ যে নাই সেই কথা এতিয়াও মানি ল'ব পৰা নাই বহুতে। এই যেন হাঁহি-ধেমালি কৰি আছে অনবৰতে মুখত এমোকোৰা হাঁহি লৈ থকা মানুহজনে। ধীৰ-স্থিৰ মানুহজনৰ সেই সুখৰ দিনৰ স্মৃতিবোৰ…
আৰু পঢ়ক...

বাজপেয়ী আৰু নাই

১৬ আগষ্টৰ ৬.২৫ বজাতঃ বাজপেয়ীৰ মৃত্যুত গভীৰ  শোক ব্যক্ত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ। ১৬ আগষ্টৰ ৬.১০ বজাতঃ দিল্লীত কেন্দ্ৰীয় কেবিনেটৰ জৰুৰী বৈঠক আৰম্ভ। ১৬ আগষ্টৰ ৬.০৬ বজাতঃ আমাৰ মাজত আৰু অটল জী নাই। এয়া আমাৰ বাবে অতি দুখৰ…
আৰু পঢ়ক...

অটল বিহাৰী বাজপেয়ীৰ জীৱনপঞ্জী

জন্মঃ ১৯২৪চনৰ ২৫ ডিচেম্বৰ স্থানঃ গোৱালিয়ৰ, মধ্যপ্ৰদেশ পিতৃৰ নামঃ কৃষ্ণ বিহাৰী বাজপেয়ী মাতৃৰ নামঃ কৃষ্ণা বাজপেয়ী শিক্ষাঃ গোৱালিয়ৰ লক্ষ্মীবাই (পূৰ্বতে ভিক্টৰিয়া কলেজ) কলেজৰ পৰা বি এ পাছ কানপুৰ ডি এ বি কলেজৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত এম…
আৰু পঢ়ক...

বিদায় বাজপেয়ী…

মানুহজনৰ গলগলীয়া মাত। কবিতা কবিতা লগা কথা। সকলো ফালৰ পৰাই আছিল তেওঁ ব্যতিক্ৰম। ৰাজনীতিত হয়তো আৰু ভাৰতে এনে এজন স্থিতপ্ৰজ্ঞ আৰু নাপাব। কেতিয়াবা তেওঁৰ ৰাজনীতিৰ উৰ্ধ্বল গুছি গৈছিল। মানৱতাৰ বাবে আছিল তেওঁৰ সকলো দুৱাৰ খোলা। চিৰকুমাৰ হৈয়ে তেওঁ…
আৰু পঢ়ক...