শেহতীয়া খবৰ
গোলাঘাটত আৰক্ষীৰ জালত নিচাযুক্ত সামগ্ৰী সৰবৰাহকাৰী  •  শ্ৰমিকৰ পি এফক লৈ বঞ্চনা, গ্ৰেপ্তাৰ কাছাৰৰ চাহ বাগিচাৰ সহকাৰী প্ৰবন্ধক  •  'পাকিস্তান মূৰ্দাবাদ' শ্ল'গান দিয়ক আৰু ৰেহাই মূল্যত খাওক মাংসৰ পকোৰা...  •  গোলাঘাটত ব্ৰাউন ছুগাৰসহ এজনক আটক  •  'বিজেপি চৰকাৰৰ সুশাসন দেখি বিৰোধী দলবোৰ ঈৰ্ষাত জ্বলি-পুৰি মৰিছে'  •  জামুগুৰিহাটত পত্নীক হত্যা কৰি ঘৰৰ চৌহদত পুতি থোৱা স্বামীক মৰিয়াই মৰিয়াই হত্যা...  •  আইৰ মুখৰ ভাষা  •  ‘প্ৰথম প্ৰধানমন্ত্ৰী চৰ্দাৰ পেটেল হোৱা হ’লে দেশত কাশ্মীৰকলৈ সমস্যা নাথাকিল হেঁতেন’  •  ভাল খবৰ! ৰে’লৱে বিভাগত ওলাইছে চাকৰি, সবিশেষ...  •  কোকৰাঝাৰত বিপিএফৰ সভা, আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণকৌশলৰ সন্দৰ্ভত আলোচনা...

নেৰিমত ৰক্তদান শিবিৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ মঙলবাৰে নেৰিম গ্ৰুপ অৱ ইনষ্টিটিউচনৰ সমাজ-সেৱা বিভাগৰ উদ্যোগ তথা নৰ্থ ইষ্ট কেন্সাৰ হস্পিতাল এণ্ড ৰিচাৰ্ছ ইনষ্টিটিউচনৰ সহযোগত এক আলোচনা সভা তথা ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়। উক্ত সভাখনত আমন্ত্ৰিত বক্তা হিচাপে…
আৰু পঢ়ক...

পাক প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ প্ৰত্যুত্তৰ ভাৰতৰ…

ডিজিটেল ডেস্কঃ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে পুলৱামা ঘটনাক লৈ কৰা মন্তব্যৰ পাছত ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়- ‘পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে পুলৱামাত ভাৰতীয় সেনা জোৱান নিহত হোৱা সন্দৰ্ভত সন্ত্ৰাসবাদীৰ তদন্ত কৰিবলৈ…
আৰু পঢ়ক...

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, শিশুসহ ১৩ জনৰ মৃত্যু

ডিজিটেল ডেস্কঃ ৰাজস্থানৰ প্ৰতাপগড়ত সোমবাৰে নিশা সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত শিশুসহ ১৩ জন নিহত হোৱাৰ লগতে ১৮ জনকৈ লোক গুৰুতৰভাৱে আহত হয়। জানিব পৰা মতে, সোমবাৰে নিশা ৰাজমাৰ্গ ১১৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰে এটা বিবাদ যাত্ৰী দলে বিবাহ অনুষ্ঠানলৈ…
আৰু পঢ়ক...

প্ৰিমিয়াৰ ক্ৰিকেটত স্থানীয় খেলুৱৈক বঞ্চনা, ব্যৱস্থা গ্ৰহণৰ দাবী ওদালগুৰি জিলা বিজেপি যুৱ মৰ্চাৰ

ডিজিটেল সংবাদ, ওদালগুৰিঃ অসম ক্ৰিকেট সন্থাৰ উদ্যোগত ৰাজ্যজুৰি চলি আছে অসম প্ৰিমিয়াৰ ক্লাৱ চেম্পিয়নশ্বিপ। ওদালগুৰিতো বিগত ১৬ ফেব্ৰুৱাৰীৰ পৰা ওদালগুৰি উচ্চতৰ মাধ্যমিক খেলপথাৰত অনুষ্ঠিত হৈ আছে এই ক্ৰিকেট প্ৰতিযোগিতা। যিখন প্ৰতিযোগিতাৰ পুৰষ্কাৰ…
আৰু পঢ়ক...

দৌলাশালত আৰ্থ সামাজিক দিশত আত্মসহায়ক গোটৰ ভূমিকা সম্পৰ্কত আলোচনা চক্ৰ

ডিজিটেল সংবাদ, চেঙাঃ নলবাৰী জিলাৰ দৌলাশালত মঙলবাৰে ট্ৰাইবেল ইন্টিগ্ৰেটেড ডেভেল'পমেন্ট এণ্ড ইডুকেচন ট্ৰাষ্টৰ উদ্যোগত "আৰ্থ সামাজিক দিশত আত্মসহায়ক গোটৰ ভূমিকা" শীৰ্ষক এখন আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায়৷ দৌলাশাল উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত…
আৰু পঢ়ক...

অমিত শ্বাহৰ ভাষণ

সততে দেশপ্ৰেমেৰে উদ্বেলিত ভাষণ আওৰোৱা কেন্দ্ৰৰ মূল শাসকীয় দলটোৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীয়ে পুলৱামাৰ নৃশংস আক্ৰমণত নিহত দেশৰ ৪৪জনকৈ বীৰ জোৱানৰ চিতাৰ জুই নুনুমাওঁতেই অসমলৈ আহি ক্ষমতাসৰ্বস্ব ৰাজনীতিৰ ভাষণ দিয়াটো সঁচাকৈয়ে আশ্চৰ্যকৰ বিষয়। অধ্যক্ষ…
আৰু পঢ়ক...

মহানগৰীত এছইউভি বাহনৰ শ্ব’ ৰুম মুকলি

ডিজিটেল ডেস্কঃ মহানগৰীৰ ৱালফৰ্ডস্থিত ইণ্ডাষ্ট্ৰিয়েল এণ্ড ফাৰ্ম ইকুইপমেণ্ট শ্ব' ৰুমত মঙলবাৰে মুকলি কৰা হয় মহিন্দ্ৰৰ নতুন চাৰিচকীয়া বাহন এছ ইউ ভি। অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত বাহন খনৰ প্ৰাৰম্ভিক মূল্য ৭ঃ৯০ লাখৰ পৰা ১১ঃ৯৯ লাখ বুলি জানিব পৰা…
আৰু পঢ়ক...

পুৰণিগুদামত দিন দুপৰতে ডকাইতি, আৰোহণ বিত্তীয় প্ৰতিষ্ঠানৰ পৰা দুই লাখ টকা লুট

ডিজিটেল সংবাদ, চামগুৰিঃ নগাঁও জিলাৰ পুৰণিগুদাম আৰক্ষী চকীৰ অধীনৰ পুৰণিগুদাম পহুকটাত মঙলবাৰে বিয়লি এক দিনডকাইটিৰ ঘটনা সংঘটিত হয়। জানিব পৰা মতে, আৰোহণ নামৰ বিত্তীয় প্ৰতিষ্ঠানৰ কৰ্মচাৰী আনন্দ বৰাই তেওঁৰ প্ৰতিষ্ঠানৰ বাবে দিনটোত সংগ্ৰহ কৰা…
আৰু পঢ়ক...

দ্বিশতাধিক অশীতিপৰ লোকক সম্বৰ্ধনা দৌলাশাল সভা মহোৎসৱত

ডিজিটেল সংবাদ, চেঙাঃ নলবাৰী জিলাৰ দৌলাশাল শ্ৰীশ্ৰী কানাই ব'লাই সভা মহোৎসৱত সোমবাৰে জ্যেষ্ঠ নাগৰিকৰে অন্তৰংগ আলাপ শীৰ্ষক মনোজ্ঞ আৰু ৰসাল অনুষ্ঠান এটিয়ে সমগ্ৰ অঞ্চলটোতে চৰ্চা লাভ কৰিছে। সভা মহোৎসৱৰ ৰভাস্থলী সোমবাৰে দ্বি-শতাধিক অশীতিপৰ…
আৰু পঢ়ক...

ডাক্তৰ হ’ব বিচাৰে শ্বহীদ জোৱানৰ কন্যাই, দায়িত্ব ল’লে প্ৰিয়ংকা গান্ধীয়ে

ডিজিটেল ডেস্কঃ পুলৱামাত সংঘটিত সন্ত্ৰাসবাদীৰ আত্মঘাতী আক্ৰমণত শ্বহীদ হোৱা এগৰাকী জোৱানে কন্যাক লৈ দেখা সপোন পূৰণ কৰিবলৈ আগবাঢ়ি আহিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। শ্বহীদ জোৱান অজিত কুমাৰ আজাদে তেওঁৰ কন্যা ইশাক এগৰাকী চিকিৎসকৰ ৰূপত চোৱাৰ…
আৰু পঢ়ক...