শেহতীয়া খবৰ
বটদ্ৰৱা থানৰ প্ৰধান আতৈ যোগেশ আতাৰ দেহাৱসান  •  BFF কাণ্ডৰ পিছত আপোনাৰ ফেচবুকত GRATULAৰ কু-দৃষ্টি  •  ডিপলোঙা কাণ্ডঃ ১১জনক গ্ৰেপ্তাৰ, ৭জনক জেললৈ প্ৰেৰণ  •  ওদালগুৰিত প্ৰাক্তন প্ৰধানমন্ত্ৰীক স্মৰণ দল-সংগঠনৰ  •  বাজপেয়ীৰ আত্মাৰ সদগতি কামনাৰে বটদ্ৰৱা থানত প্ৰাৰ্থনা  •  ৭ ৰাজ্যত বানৰ কাল ৰূপ, কেৰালাত নিহতৰ সংখ্যা ৩২৭লৈ বৃদ্ধি  •  প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ীলৈ এবছুৰ শ্ৰদ্ধাঞ্জলি  •  নীপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ প্ৰবন্ধকক ৮ঘণ্টা জেৰা গোলাঘাট আৰক্ষীৰ  •  মনত পৰিছে আজি, জুইয়ে পোৰা ৮৩’ত তুমি কৈছিলাহি- ‘জয় আই অসম’  •  ২২ আগষ্টলৈকে ইন্টাৰনেট-ফোনকল সকলো ফ্ৰী

গোৱালপাৰাৰ কৃষ্ণাইত পথ দুৰ্ঘটনা, আহত ২

ডিজিটেল সংবাদ, কৃষ্ণাইঃ গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ গুৰিয়াঝাৰ পথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা৷ এখন বাইক আৰু মাৰুতিৰ মাজত সংঘটিত হয় মুখামুখি সংঘৰ্ষ৷ এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় দুই বাইক আৰোহী৷ উল্লেখযোগ্য যে, দুৰ্ঘটনাগ্ৰস্ত বাইকখন…
আৰু পঢ়ক...

থলুৱা অসমীয়াক বিদেশী ঘোষণাৰ কৰ্তৃত্ব এন আৰ চি কৰ্তৃপক্ষক দিলে কোনে?

ডিজিটেল ডেস্কঃ এন আৰ চিৰ কৰ্তৃপক্ষৰ কৰ্ম-কাণ্ডক লৈ এতিয়া ব্যাপক সমালোচনা আৰু বিতৰ্কৰ জোৱাৰ উঠিছে। বহু বিদেশীক স্বদেশী সজোৱা এই এন আৰ চিৰ উন্নীতকৰণ প্ৰক্ৰিয়াত থলুৱা অসমীয়াকে সজাইছে বিদেশী নাগৰিক। শেহতীয়াকৈ মহানগৰীৰ লালমাটি বৰসজাইত এজন…
আৰু পঢ়ক...

লণ্ডনৰ সংসদ ভৱনৰ সমুখত দুৰ্ঘটনা, সন্ত্ৰাসবাদীলৈ সন্দেহৰ আঙুলি

ডিজিটেল ডেস্কঃ লণ্ডনৰ সংসদ ভৱনৰ সমুখত সংঘটিত এক পথ দুৰ্ঘটনাই গ্ৰেট ব্ৰিটেইনৰ লগতে সমগ্ৰ ইউৰোপতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। দুৰ্ঘটনাটোত কোনো লোকৰ মৃত্যুৰ খবৰ পোৱা হোৱা নাই যদিও এয়া সন্ত্ৰাসবাদীৰ আক্ৰমণ হ’ব পাৰে বুলি আশংকা কৰিয়েই উদ্বিগ্ন হৈ…
আৰু পঢ়ক...

গোলাঘাটত সংগ্ৰামী সতীৰ্থ মঞ্চৰ বৃক্ষৰোপণ

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাটৰ অসম আন্দোলনৰ সৰ্তীথ সংগ্ৰামী মঞ্চৰ উদ্যোগত চহৰৰ প্ৰমোদাভিৰাম দাস উদ্যানত মঙলবাৰে এক বৃক্ষ ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। এই উপলক্ষে আয়োজিত এক অনুষ্ঠানৰ আঁত ধৰে মঞ্চৰ সম্পাদক ৰাণা কলিতাই। এই বৃক্ষ ৰোপণ…
আৰু পঢ়ক...

‘নীলা শিয়াল’ নহয়! বৰপেটাত ওলাল ‘ক’লা শিয়াল’

ডিজিটেল সংবাদ, বৰপেটাঃ ক'লা শিয়াল দেখিছেনে? যদি দেখিছিল কিমান বছৰ আগতে দেখিছিল বাৰু? ৰঙা শিয়ালেই দেখিবলৈ নাই তাতে আকৌ ক'লা শিয়াল। প্ৰকৃতি প্ৰেমীসকলৰ বাবে সুখৰ খবৰ এয়ে যে দুষ্প্ৰাপ্য প্ৰজাতিৰ ক'লা শিয়ালৰ সন্ধান পোৱা গৈছে বৰপেটা চহৰত।…
আৰু পঢ়ক...

দীপিকাৰ বিয়া, ভিনিহিদেউ হ’ব কোন?

ডিজিটেল ডেস্কঃ বলিউডত বিয়াৰ উজান উঠিছে। প্ৰিয়ংকাৰ পাছত আন এগৰাকী বলিউডৰ অভিনেত্ৰী সাজু হৈছে বিয়াৰ বাবে। ৬বছৰ দুয়োৰে মাজত আছিল প্ৰেমৰ সম্পৰ্ক। তাৰেই স্থায়িত্বৰূপ দিবলৈ দুয়ো সিদ্ধান্ত লৈছে। ২০ নবেম্বৰত হ’ব এই বিয়া। ভাৰতত অৱশ্যে নহয় এই…
আৰু পঢ়ক...

ডলাৰে পানী খুৱাইছে টকাক! প্ৰথমবাৰৰ বাবে স্পৰ্শ কৰিলে ৭০ৰ ঘৰ

ডিজিটেল ডেস্কঃ হোৰাহোৰে কমিছে টকাৰ মূল্য। মঙলবাৰে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি ডলাৰৰ বিপৰীতে প্ৰথমবাৰৰ বাবে ভাৰতীয় টকাৰ মূল্যই ৭০ৰ ঘৰ অতিক্ৰম কৰে। সোমবাৰে ১.০৯ টকা অৱনমিত হোৱাৰ পিছত ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য হৈছিলগৈ ৭০.১। মঙলবাৰে…
আৰু পঢ়ক...

ধেমাজিৰ বোমা বিস্ফোৰণত নিহত সকলৰ স্মৃতিত ‘ৰং-তুলিকাৰে এদিন’

ডিজিটেল সংবাদ, ধেমাজিঃ স্বাধীনতা দিৱস মানেই এতিয়া ধেমাজিৰ বাবে দুৰ্বিসহ স্মৃতি। ২০০৪চনৰ ১৫ আগষ্টত ধেমাজি মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত স্বাধীনতা দিৱসত সংঘটিত ১৮জনকৈ লোকে প্ৰাণ হেৰুৱাইছিল। তাৰ পাছৰ পৰাই স্বাধীনতা দিৱসৰ পূৰ্বৰ মাদকতা…
আৰু পঢ়ক...