শেহতীয়া খবৰ
বিশ্বনাথ চাৰিআলিৰ ৰাজহুৱা শ্মশানত পানী যোগান প্ৰকল্পৰ শুভ উদ্বোধন  •  আজি শিল্পী জয়ন্ত হাজৰিকাৰ ৭৫ সংখ্যক জন্মদিন  •  আজি শিল্পী জয়ন্ত হাজৰিকাৰ ৭৫ সংখ্যক জন্মদিন  •  পুনৰ বৃদ্ধি হ’ল পেট্ৰ’ল-ডিজেলৰ মূল্য  •  পুনৰ বৃদ্ধি হ’ল পেট্ৰ’ল-ডিজেলৰ মূল্য  •  পাটনাত পঞ্চম শ্ৰেণীৰ ছাত্ৰীক বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু সহায়কৰ বলাৎকাৰ  •  তিনিচুকীয়াত ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত স্কুটী আৰোহী আহত  •  হিমাক দেখি দৌৰিলে গঁড়েও! টুইটাৰত হিমাৰ বিশেষ ভিডিঅ’  •  দুৰ্ঘটনাত পতিত হৈ নেমকেয়াৰত চিকিৎসাধীন গায়ক কল্লোল বৰঠাকুৰ  •  ভাৰত-পাকিস্তানৰ মেচ সদায়ে ৰোমাঞ্চকৰ হয়, মই সুখী আমি জিকিলোঃ কেডাৰ যাদৱ

জনপ্ৰতিনিধিৰ নিৰ্লজ্জ কাণ্ড, নিজৰ ভৰি ধোৱা পানী খুৱালে সমৰ্থকক, চাওঁক ভিডিঅ’

ডিজিটেল ডেস্কঃ ঝাৰখণ্ডৰ এজন বিজেপি সাংসদৰ কৰ্মকাণ্ডই দেশবাসীৰ চকু কপালত তুলিছে। নিশিকান্ত ডুবে’ নামৰ এই সাংসদগৰাকীয়ে দেওবাৰে গৈছিল তেওঁৰ সমষ্টিৰ অন্তৰ্গত গোড্ডা নামৰ ঠাইলৈ। এখন দলঙৰ আধাৰশিলা স্থাপনৰ অনুষ্ঠানত অংশ লৈছিল সাংসদগৰাকীয়ে। সেই…
আৰু পঢ়ক...

১ মিনিটত ২৫ খবৰ

১. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে ৰাজ্যিক বিজেপিৰ 'সেৱা সপ্তাহ' শীৰ্ষক বিশেষ কাৰ্যসূচী আৰম্ভ। সোমবাৰৰ পৰা শুভাৰম্ভ হৈছে এই কাৰ্যসূচী। ২. ১৪ ছেপ্তেম্বৰত মিজোৰামৰ গৃহমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰা আৰ লালজিৰলিয়ানাক কংগ্ৰেছ দলৰ…
আৰু পঢ়ক...

বিশ্বকৰ্মা পূজাঃ চানমাৰিত ব্যাপক যান-জঁট, চাওঁক VIDEO

ডিজিটেল ডেস্কঃ বিশ্বকৰ্মা পূজা উপলক্ষে মহানগৰীত ব্যাপক ব্যস্ততা দেখা পোৱা গ’ল সোমবাৰে। নিশাও সেই একেই ব্যস্ততা চানমাৰীত। সন্ধিয়াৰে পৰা চানমাৰি পথত তীব্ৰ যান-জঁটৰ সৃষ্টি হয়। শিলপুখুৰীৰ পৰা চানমাৰি অতিক্ৰম কৰিবলৈ ৪০মিনিটৰ পৰা ৬০মিনিট পৰ্যন্ত…
আৰু পঢ়ক...

সহস্ৰাধিক ভক্তি প্ৰদীপেৰে বৰদোৱাৰ কীৰ্তনঘৰত পৱিত্ৰ ভাদ মাহৰ নামৰ সামৰণি

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱা থানত গোটেই ভাদ মাহটো দিনে নিশাই অবিৰতভাৱে নাম ডকাৰ অন্তত আজি ভাদ মাহৰ শেষ দিনটোত নাম সামৰণি মৰা হব৷ ভাদ মাহটোত বিশেষভাৱে দৈনিক চলি থকা ওঠৰ প্ৰসংগৰ আজি ধৰ্মীয় পৰম্পৰাৰে সামৰণি মাৰি পুনৰ চৈধ্য প্ৰসংগলৈ ঘূৰি…
আৰু পঢ়ক...

নগাঁৱৰ ডিএছপি সবিতা দাসৰ বাইদেউগিৰি! যুৱকক ঘোঁচ বিচাৰি গ’ল চাকৰি

ডিজিটেল সংবাদ, নগাঁওঃ যুৱকৰ পৰা ৪০ হাজাৰ টকা দাবী কৰি অৱশেষত নিলম্বিত হ'ল নগাঁৱৰ উপ আৰক্ষী অধীক্ষক (সদৰ) সবিতা দাস। চহৰখনৰ পানীগাঁও অঞ্চলৰ সৌৰভ হাজৰিকা নামৰ এজন যুৱকে মহিলা আৰক্ষী বিষয়াগৰাকীয়ে ধন দাবী কৰাৰ অভিযোগ তুলি আৰক্ষী সঞ্চালক প্ৰধানক…
আৰু পঢ়ক...

হায় গণতন্ত্ৰ! পেট্ৰ’লৰ মূল্য কিয় বাঢ়িছে বুলি প্ৰশ্ন কৰা অটোৱালাক বিজেপি নেতাই কৰিলে কি দশাঃ…

ডিজিটেল ডেস্কঃ সংবাদ মাধ্যমৰ সমুখত তেতিয়া তামিলনাডু ৰাজ্যিক বিজেপিৰ সভানেত্ৰী তামিলিছাই সুন্দৰাৰঞ্জন। সাংবাদিকসকলৰ আগত তেওঁ কিছু মন্তব্য কৰিছে তামিল ভাষাত। তেওঁ কি কৈছে সেই কথা হয়তো আপুনি বুজি নাপাব। কিন্তু নেত্ৰীগৰাকীৰ পিছফালে সংঘটিত…
আৰু পঢ়ক...

সংস্কাৰ সাধন! একত্ৰিত হ’ব দেশৰ তিনিটা প্ৰধান বেংক

ডিজিটেল ডেস্কঃ একত্ৰিত হ'ব দেশৰ ৩টাকৈ আগশাৰীৰ বেংক। বিত্ত মন্ত্ৰণালয়ে সোমবাৰে ঘোষণা কৰিছে এই কথা। বেংকি ব্যৱস্থাৰ সংস্কাৰ সাধনৰ বাবে কেন্দ্ৰীয় চৰকাৰে হাতত লোৱা পদক্ষেপৰ অংশ হিচাপেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি সদৰী কৰিছে বিত্ত…
আৰু পঢ়ক...

মহানগৰীত নিশাৰ বিশ্বকৰ্মা পূজা, চাওক VIDEO

ডিজিটেল সংবাদ, গুৱাহাটীঃ বিশ্বকৰ্মা পূজা উপলক্ষে মহানগৰীৰ ভিন্নস্থানৰ পূজাস্থলীত নিশাৰ ভাগত অায়োজন কৰা হৈছে নাম-প্ৰসংগৰ। নিশাৰ ভাগত আলোকসজ্জাৰে আলোকিত হৈ পৰিছে চানমাৰিস্থিত কাৰ্যালয়ত ট্ৰিবিউন গোষ্ঠীয়ে আয়োজন কৰা বিশ্বকৰ্মা পূজাস্থলী।…
আৰু পঢ়ক...

বিশ্বকৰ্মা পূজাৰ দিনাই অএনজিচিৰ গেলেকী তৈলক্ষেত্ৰত খহিল ৰিগ, এজন কৰ্মচাৰীৰ মৃত্যু

ডিজিটেল সংবাদ, শিৱসাগৰঃ বিশ্বকৰ্মা পূজাৰ দিনাই অএনজিচিৰ অসম সম্পদৰ গেলেকী তৈলক্ষেত্ৰত সংঘটিত হয় এক ভয়াৱহ অঘটন। এই অঘটনত কৰ্মৰত অৱস্থাতে এজন কৰ্মচাৰীয়ে মৃত্যুক সাবটি লয়। প্ৰাপ্ত বাতৰি মতে, সোমবাৰে বিয়লি প্ৰায় ৪ বজাত গেলেকী তৈলক্ষেত্ৰৰ…
আৰু পঢ়ক...

হোমৱৰ্ক বন্ধ কৰাৰ দাবী জনাই চৰকাৰলৈ পত্ৰ মাতৃৰ

ডিজিটেল ডেস্কঃ 'হোমৱৰ্ক হৈছে কোনোদিন শেষ নোহোৱা এখন নাটক।' হোমৱৰ্কক লৈ ক্ষোভ ব্যক্ত কৰি এই মন্তব্য কৰিছে বিষয়টোক লৈ চৰকাৰলৈ অনলাইন পত্ৰ প্ৰেৰণ কৰা চেন্নাইৰ মিৰুদুলা মানিয়ান নামৰ এগৰাকী মহিলাই। দ্বিতীয় শ্ৰেণীলৈকে হোমৱৰ্ক বন্ধ কৰাৰ পোষকতা…
আৰু পঢ়ক...