শেহতীয়া খবৰ
‘দ্য লিট’ল হিৰ’- হাইদৰলৈ আহিছে এটা ভাল খবৰ...  •  জাকাৰ্টাত আড়ম্বৰপূৰ্ণ উদ্বোধনী অনুষ্ঠানেৰে শুভাৰম্ভ এছিয়াৰ মহাৰণ  •  নুমলীগড়ত অঘটন, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ছিগিল বিদ্যুতৰ তাৰ  •  কেৰালাৰ বানাক্ৰান্তলৈ কংগ্ৰেছী সাংসদ-বিধায়কৰ এমাহৰ দৰমহা  •  জীৱনৰ বাজিৰে কেৰালাৰ বানত ২৫টাকৈ কুকুৰৰ প্ৰাণ বচাই বিশ্বজুৰি চৰ্চিত সুনীতা  •  উমৰাংছুত বৃহৎ পৰিমাণৰ চোৰাং পাইন গছৰ কুণ্ডা জব্দ  •  প্ৰধানমন্ত্ৰী হৈ মুখ্যমন্ত্ৰী হ'ব বিদ্যা বালান  •  ধেমাজি নগৰ সমিতিৰ অনিয়মৰ তদন্ত বিচাৰি আছুৰ প্ৰতিবাদ  •  দিনকণা  •  শান্তিৰ নোবেলজয়ী ৰাষ্ট্ৰসংঘৰ প্ৰাক্তন সচিব প্ৰধান কফি আন্নানৰ মৃত্যু

স্বাধীনতা দিৱসৰ দিনা বঙাইগাঁৱৰ ৰাজপথত প্ৰতিবাদ, আটক শতাধিক প্ৰতিবাদকাৰী

ডিজিটেল সংবাদ, অভয়াপুৰীঃ কোচ-ৰাজবংশীসকলক জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্যৰ দাবীত কোচ-ৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে৷ দেশৰ স্বাধীনতা দিৱসৰ দিনাও অব্যাহত আছে এই প্ৰতিবাদ৷ আজি বঙাইগাঁওৰ ৰাজপথত কোচ-ৰাজবংশী সংগ্ৰাম…
আৰু পঢ়ক...

ৰূপহীহাটত বন্যহস্তীৰ তাণ্ডৱ

ডিজিটেল সংবাদ, ৰূপহীহাটঃ স্বাধীনতা দিৱসৰ দিনাই নগাঁৱৰ ৰূপহীহাটৰ ফুটলজাৰত বন্যহস্তীয়ে চলালে তাণ্ডৱ৷ বনৰীয়া হাতীয়ে চাৰিটাকৈ বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে ভঁড়ালৰ ধান খাই তহিলং কৰে। পুৱাই গাঁওখনত প্ৰৱেশ কৰিছিল বন্যহস্তীৰ জাকটো।…
আৰু পঢ়ক...

অভয়াপুৰীত স্বাধীনতা দিৱস উদযাপন

ডিজিটেল সংবাদ, অভয়াপুৰীঃ বঙাইগাঁও জিলাৰ অভয়াপুৰীতো উলহ-মালহেৰে উদযাপন কৰা হয় ৭২তম স্বাধীনতা দিৱস৷ অভয়াপুৰীৰ গান্ধী ময়দানত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত পতাকা উত্তোলন কৰে উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি মেঘনিধি দাহালে৷ লগতে…
আৰু পঢ়ক...

ধিঙত মৃতদেহ উদ্ধাৰ

ডিজিটেল সংবাদ, ধিংঃ স্বাধীনতা দিৱসৰ আনন্দ-উলাহৰ মাজতে ধিঙৰ ধূপগুৰিৰ ডুবিত উদ্ধাৰ হ’ল এটা  মৃতদেহ। উল্লেখ্য যে, তিনিদিন ধৰি নিৰুদ্দেশ হৈ থকা ধিঙৰ শলগুৰি বেঙেনা আটিৰ ৰেকিব আহমেদ নামৰ যুৱকজনৰ মৃতদেহটো পানীত উপঙি থকা অৱস্থাত স্থানীয় লোকে…
আৰু পঢ়ক...

স্বাধীনতা মোৰ শৈশৱৰ সেই সুদিন ঘূৰাই দিয়ানা

✍ প্ৰকাশ মহন্ত ১৫ আগষ্ট আহিলেই মনত পৰে দীঘল উকি মাৰি আমাৰ গাঁৱৰ পথাৰখনৰ মাজেৰে ঝকঝককৈ পাৰ হৈ যোৱা চাপৰমুখ-শিলঘাট ৰেলগাড়ীখনলৈ। ৰেলখনৰ দবাৰ ভিতৰত যিমান মানুহ, ওপৰতো সিমান। আমাৰ বয়সৰ ল’ৰা-ছোৱালীবোৰো থাকে তাত। যাবলৈ মন যায়, কিন্তু মায়ে…
আৰু পঢ়ক...

১৪ নে ১৫ আগষ্টত স্বাধীনতা দিৱস উদযাপন কৰিলে ছানিয়া মিৰ্জাই?

ডিজিটেল ডেস্কঃ ছানিয়া মিৰ্জা। সৌ সিদিনালৈকে ভাৰতৰ ক্ৰীড়াপ্ৰেমীৰ বাবে ছানিয়া আছিল নয়নৰ মণি। টেনিছ ক’টত ছানিয়াৰ খেলক লৈয়ে কেৱল চৰ্চা হোৱা নাছিল। হায়দৰাবাদৰ কন্যা ছানিয়াৰ ৰূপ-লাবন্যই বুকু ভেদিছিল বহুতৰ। কি দৃঢ়তাৰ আছিল ছানিয়াৰ! কি চাৱনী…
আৰু পঢ়ক...

নগাঁৱত পতাকা উত্তোলন মন্ত্ৰী ৰঞ্জিৎ দত্তৰ

ডিজিটেল সংবাদ, নগাঁওঃ ৰাজ্যৰ অন্য স্থানৰ দৰে নগাঁৱটো আজি ৭২ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। নুৰুল আমিন ষ্টেডিয়ামত আয়োজিত স্বাধীনতা দিবসৰ পতাকা উত্তোলন কৰে মন্ত্ৰী ৰঞ্জিত দত্তই। পুৱা ৯ বজাত পতাকা উত্তোলন কৰি মন্ত্ৰী দত্তই স্বাধীনতা…
আৰু পঢ়ক...

৩.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পতাকাৰে দেশজুৰি চৰ্চিত বাক্সাৰ উপৰখুঁটি

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৭২ সংখ্যাক স্বাধীনতা দিৱসত সমগ্ৰ দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সমৰ্থ হৈছে অসমৰ এখন গাঁৱৰ এটা সংঘই। এখন বিশেষ পতাকাৰ বাবে দেশবাসীৰ মাজত চৰ্চা লাভ কৰা এই সংঘটো হৈছে বাক্সা জিলাৰ উপৰখুঁটি গাঁৱৰ ছানৰাইজ যুৱ সংঘ।…
আৰু পঢ়ক...

ঢকুৱাখনাত ক’লা পতাকা উত্তোলন

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ সমগ্ৰ দেশজুৰি স্বাধীনতা দিৱস উদযাপনৰ সময়তে আৰক্ষী-নিৰাপত্তা বাহিনীক ভেঙুচালি কৰি আজি সন্দেহযুক্ত বিদ্ৰোহীয়ে লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ বাঁহপৰা হাইস্কুলৰ খেলপথাৰত উত্তোলন কৰে এখন ক'লা পতাকা। ঢকুৱাখনা সদৰ…
আৰু পঢ়ক...

বিশ্বনাথত দুষ্প্ৰাপ্য কাছ উদ্ধাৰ, দুজনক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, উত্তৰ অসমঃ কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ অধীনৰ বিশ্বনাথ চাৰিআলিৰ গড়ভিতৰৰপৰা আজি এটা দুষ্প্ৰাপ্য জীৱিত কাছ উদ্ধাৰ কৰাৰ লগতে নাও, জাল, বৰশীসহ দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। এক গোপন সূত্ৰৰ পম খেদি কাজিৰঙা নৰ্দান ৰেঞ্জৰ ৰেঞ্জাৰ…
আৰু পঢ়ক...