ওড়িশাত ভয়াৱহ দুৰ্ঘটনাত থিতাতে নিহত ১০ যাত্ৰী

ডিজিটেল ডেস্কঃ ওড়িশাত পুৱতি নিশা সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা। এই দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱাই ১০ জনকৈ তীৰ্থযাত্ৰীয়ে। ঘটনাটোত আন কেবাজনো সদস্য গুৰুতৰভাৱে আহত হয়। প্ৰাপ্ত বাতৰি মতে, ছত্তীশগড়ৰ পৰা কেবাজনীয়া তীৰ্থ যাত্ৰীৰ এটা দলে ওড়িশাৰ…
আৰু পঢ়ক...

অভয়াপুৰীত জীৱন্ত দুৰ্গা, চাওঁক VIDEO

ডিজিটেল সংবাদ, অভয়াপুৰীঃ দুৰ্গাপূজাক লৈ ৰাজ্যজুৰি ব্যস্ততাপূৰ্ণ পৰিৱেশ৷ ব্যতিক্ৰম নহয় ৰজাদিনীয়া চহৰ অভয়াপুৰীও৷ অভয়াপুৰীত এইবাৰ দুৰ্গাপূজাৰ বিশেষ আকৰ্ষণ জীৱন্ত দুৰ্গা৷ প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ…
আৰু পঢ়ক...

মহাষ্টমীৰ মাহাত্ম্য কি? আজি দেৱীক বন্দনা কৰিলে পাব এই ফল…

ডিজিটেল ডেস্কঃ আজি মহাষ্টমী৷ শক্তি প্ৰদায়িনী, দুৰ্গতিনাশিনী দুৰ্গা দেৱীৰ মৰ্ত্যৰ আগমনৰ মূল তাৎপৰ্যৰে গঠিত মহাষ্টমীৰ মহাক্ষণ৷ ষষ্ঠীৰ সন্ধিয়াৰ অধ্বিাসেৰে নৱপত্ৰিকাত অৱস্থান কৰা দুৰ্গা দেৱীৰ মহাষ্টমী পূজা আৰম্ভ হয় পুৱা ৮.১৬বজাত৷ এই ক্ষণতেই…
আৰু পঢ়ক...

#MeToo: মোদী চৰকাৰৰ মন্ত্ৰী আকবৰৰ বিৰুদ্ধে একগোট দেশৰ ২০ মহিলা সাংবাদিক

ডিজিটেল ডেস্কঃ পদত্যাগ কৰিব বুলি কৈয়ো শেষ মুহূৰ্তত সিদ্ধান্ত সলনি কৰা কেন্দ্ৰীয় মন্ত্ৰী এম জে আকবৰ সন্মুখীন হৈছে অধিক সংকটৰ। #MeTooৰ শৰত বিদ্ধ হৈ সাংবাদিক প্ৰিয়া ৰমানিৰ বিৰুদ্ধে মানহানি গোচৰ তৰাৰ এদিন পিছতে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে একগোট হৈ…
আৰু পঢ়ক...

বৰপেটাৰ হাউলীৰ পূজা মণ্ডপত প্ৰতিমাৰ ক্ষতিসাধন অচিনাক্ত দুৰ্বৃত্তৰ

ডিজিটেল সংবাদ, হাউলীঃ পূজাৰ আনন্দ-উছাহৰ মাজতে বৰপেটাৰ হাউলীত সংঘটিত হয় অঘটন। সপ্তমীৰ পূজা সম্পন্ন হোৱাৰ পিছত যোৱা নিশা কোনো অজ্ঞাত দুৰ্বৃত্তই এখন পূজা মণ্ডপৰ দুৰ্গাৰ প্ৰতিমাৰ ক্ষতিসাধন কৰা ঘটনাক লৈ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।…
আৰু পঢ়ক...

শালবাৰীত এবছুৱে ৫ তীৰ এজেণ্টক আটক কৰি গতালে আৰক্ষীক

ডিজিটেল সংবাদ, শালবাৰীঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বাক্সা জিলাৰ শালবাৰী মহকুমাৰ চুকে-কোণে গঢ় লৈ উঠা তীৰ খেলৰ ৰমৰমীয়া বেহাই ভিন্ন স্তৰৰ সচেতন ৰাইজক হতভম্ব কৰি তুলিছে৷ তাৰ মাজতে আজি শালবাৰী জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ বহুকেইজন কৰ্মীয়ে…
আৰু পঢ়ক...

দুখৰ মাজতো দুখধন দাসৰ পৰিয়ালত বিৰিঙি উঠিল হাঁহি

ডিজিটেল সংবাদ, অভয়াপুৰীঃ দুখৰ মাজতে যেন অলপ হ’লেও পূজাৰ বতৰত হাঁহি বিৰিঙি উঠিল ডি-ভোটাৰৰ সন্দেহত ডিটেনশ্যন কেম্পত থকা বঙাইগাঁও জিলাৰ যোগীঘোপাৰ দুখধন দাসৰ পৰিয়ালৰ সদস্যসকলৰ মাজত৷ ৰাজ্যত দুৰ্গাপূজাৰ আনন্দ উৎসৱৰ মাজতে পিতৃ ডিটেনশ্যন কেম্পত…
আৰু পঢ়ক...

১ মিনিটিত ২৫ খবৰ

১. আজি মহাসপ্তমী। ধৰাৰ বুকুত দুৰ্গতিনাশিনীৰ আগমনৰ দ্বিতীয় দিনা ৰাজ্যজুৰি বৈছে উলাহৰ ঢল। গুৱাহাটী মহানগৰীৰো প্ৰতিটো দুৰ্গা মণ্ডপতে দেখা গৈছে ভক্তৰ অগণন ভিৰ। ২. মঙলবাৰে ৰাজনৈতিক বিশ্লেষক প্ৰশান্ত কিশোৰক বিহাৰৰ জেডিইউৰ দলৰ উপাধ্যক্ষ…
আৰু পঢ়ক...

সুখবৰ! বৃদ্ধি পাব পিএফৰ সুদৰ হাৰ

ডিজিটেল ডেস্কঃ শাৰদীয় দুৰ্গোৎসৱৰ মাজতে কেন্দ্ৰ চৰকাৰৰ কৰ্মচাৰীসকললৈ সুখবৰ। ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ বৃদ্ধি হ’ব ভৱিষ্যনিধিৰ সুদৰ হাৰ। মঙলবাৰে এই ঘোষণা কৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ে। পূৰ্বৰ ৭.৬ শতাংশ সুদৰ হাৰ বৃদ্ধি কৰি ৮ শতাংশ কৰা…
আৰু পঢ়ক...

শ্বহীদ ভগত সিঙক স্মৰণ কৰাৰ বাবেই বহিস্কৃত হ’ল ছাত্ৰী

ডিজিটেল ডেস্কঃ কলেজত শ্বহীদ ভগত সিঙৰ জন্মদিন পালন কৰাৰ বাবেই বহিস্কাৰ কৰা হ’ল এগৰাকী ছাত্ৰীক। এই ঘটনা সংঘটিত হৈছে তামিলনাডুত। তামিলনাডুৰ মালাহিৰ এখন চৰকাৰী মহাবিদ্যালয়ৰ এগৰাকী স্নাতকত্তোৰ পাঠ্যক্ৰমৰ ছাত্ৰীক মহাদিল্যায়ৰ পৰা বহিস্কাৰ কৰা হয়।…
আৰু পঢ়ক...