শেহতীয়া খবৰ
আহোম স্বৰ্গদেউ পূৰন্দৰ সিংহৰ পৰিনাতিৰ দেহাৱসান  •  জাজৰি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস সম্পন্ন  •  ১৬১ ৰানতে অলআউট ইংলেণ্ড, তৃতীয় টেষ্টত আশা সজীৱ ভাৰতৰ  •  সাংবাদিক মনোজৰ মহানুভৱতা, কন্যাৰ বিয়া বাতিল কৰি বানাক্ৰান্তলৈ আগবঢ়ালে সমস্ত ধন  •  অৱশেষত কেৰালাৰ বানত আক্ৰান্ত অসমীয়াসকলৰ বাবে হেল্পলাইন নম্বৰ মুকলি  •  গহপুৰৰ ককিলাত সৰ্প দংশনত এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যু  •  পথৰ দুৰৱস্থা, কামপুৰত আধা বাটতে সন্তান প্ৰসৱ  •  শিয়ালমাৰীত উদ্ধাৰ কলিয়াবৰৰ চুৰি টাটা মোবাইল  •  জাকাৰ্টাৰ এছিয়ান গেমছত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক  •  বান বিধ্বস্ত কেৰালাত কেনে আছে অসমৰ ডেকাসকল?

১০ দিনতে বাজপেয়ী, চেতাৰ্জী আৰু কৰুণানিধিৰ চিৰবিদায়

ডিজিটেল ডেস্কঃ ৭ আগষ্টৰ পৰা ১৬ আগষ্টলৈ মাত্ৰ ১০টা দিনৰ ভিতৰত দেশে হেৰুৱালে ৰাষ্ট্ৰ নিৰ্মাণত জীৱন উৎসৰ্গিত কৰা তিনিগৰাকী প্ৰবীন ৰাজনীতিবিদক। ৰাজনৈতিক ক্ষেত্ৰৰ লগতে সমাজ জীৱনলৈ তেওঁলোকৰ আছিল বিশেষ অৱদান। ৭ আগষ্টত আহিছিল প্ৰথম এই খবৰ। ডি এম…
আৰু পঢ়ক...

আজি পাণবজাৰলৈ নাযাব…

ডিজিটেল সংবাদ, গুৱাহাটীঃ পাণবজাৰলৈ আজি নাযাব। বন্ধ থাকিব সকলো গ্ৰন্থ বিপণী। পুথি প্ৰকাশন সন্থাই সদৰী কৰিছে এই কথা। প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰতি শেষ শ্ৰদ্ধা জনাই শুকুৰবাৰৰ দিনটোত সমূহ গ্ৰন্থ বিপণী বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে…
আৰু পঢ়ক...

প্ৰধানমন্ত্ৰী হৈ থাকোতে বাজপেয়ীৰ অন্যতম পৰামৰ্শদাতা আছিল এজন অসমীয়া!

ডিজিটেল ডেস্কঃ আজি বাজপেয়ীৰ মহাপ্ৰস্থানৰ পাছত তেওঁৰ নাম কোনেও লোৱা নাই। কিন্তু এইজন অসমীয়া আই এ এছ বিষয়াৰ সৈতে তদানীন্তন প্ৰধানমন্ত্ৰী বাজপেয়ী আছিল অতি ঘনিষ্ঠ। ১৯৭১ চনত অসম-মেঘালয় কেডাৰত আই এ এছ বিষয়াগৰাকীক প্ৰধানমন্ত্ৰী কাৰ্যালয়ত অতি…
আৰু পঢ়ক...

বাজপেয়ীৰ অন্তিম যাত্ৰা আৰম্ভ

ডিজিটেল ডেস্কঃ দিল্লীস্থিত বাজপেয়ীৰ বাসগৃহৰ পৰা তেওঁৰ নশ্বৰ দেহ বিজেপিৰ মুখ্যকাৰ্যালয়লৈ নিয়া সময়ত লক্ষাধিক লোকে অংশ লয় এই সমদলত।অটল বিহাৰী বাজপেয়ী অমৰ হওঁক, বন্দে মাতৰম ধ্বনি দি আগবাঢ়িছে তেওঁৰ অন্তিম যাত্ৰা। আবেলি ৪ বজালৈকে বিজেপিৰ…
আৰু পঢ়ক...

বাজপেয়ীৰ কাষলৈ সকলো আহিছে, ৰাজেন গোহাঁই পিছে ক’ত?

ডিজিটেল ডেস্কঃ ১৯৮৩চনত নগাঁৱলৈ আহিছিল বাজপেয়ী। অসমৰ বহু ছাত্ৰ নেতা তথা সেই সময়ৰ জাতীয়তাবাদী শিবিৰৰ নেতাৰ সৈতে বাজপেয়ীৰ আছিল সুসম্পৰ্ক। অমস আন্দোলনৰ সময়ত বাজপেয়ীয়ে আছিল উৎসাহ আৰু প্ৰেৰণাৰ প্ৰতীক। আজি অন্তিম বিদায় দিবলৈ সেয়ে অসমৰ পৰাও…
আৰু পঢ়ক...

কেৰালাত অধিক ভয়াৱহ বান পৰিস্থিতিঃ পানীৰ তলত বিমান

ডিজিটেল ডেস্কঃ কেৰালাৰ বান পৰিস্থিতি অধিক জটিল হৈ পৰিছে। কেৱল ঘৰ-দুৱাৰেই যে বানত ডুব গৈছে এনে নহয়। বানত ডুব গৈছে বিমান বন্দৰত থকা বিমানো। কেবা দিন ধৰি হৈ থকা মুষলধাৰ বৰষুণৰ ফলত ৰাজ্যখনৰ নদীবান্ধসমূহৰ জলধাৰত থকা পানীপৃষ্ঠও আকৌ বিপদজনকভাৱে…
আৰু পঢ়ক...

পুৱাই গুৱাহাটী শোধনাগাৰৰ সন্মুখত শ্ৰমিকৰ প্ৰতিবাদ

ডিজিটেল ডেস্কঃ আজি গুৱাহাটী শোধনাগাৰৰ ইউনাইটেড ৱৰ্কমেন ইউনিয়নে পুৱাই শোধনাগাৰৰ মুখ্যদ্বাৰত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। ৮ শতাধিক শ্ৰমিকে এই কাৰ্যসূচীত অংশ লয়। তেওঁলোকৰ প্ৰাপ্যৰ দাবীত শ্ৰমিকসকলে ধৰ্ণা প্ৰদান কৰে। এই ধৰ্ণা কাৰ্যসূচীত…
আৰু পঢ়ক...

এটা সপোন থাকি গ’ল বাজপেয়ীৰ…

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ আধৰুৱা সপোন বুকুত লৈয়ে মহাপ্ৰস্থান কৰিলে তেওঁ। এক সপোন বাস্তৱত পৰিণত কৰিবলৈ তেওঁ লৈছিল বিশেষ পদক্ষেপ। সেই সপোন বাস্তৱ হ’বলৈ আৰু মাত্ৰ কিছুদিন বাকী থকা অৱস্থাতে অজান ঠাইলৈ গুচি গ'ল তেওঁ। ২০০২ চনত দেশৰ ভিতৰতে…
আৰু পঢ়ক...

আজি আবেলি ৪ বজাত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’ব বাজপেয়ীৰ

ডিজিটেল ডেস্কঃ অটল বিহাৰী বাজপেয়ীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’ব আজি। প্ৰিয় নেতাজনক শেষ দৰ্শন কৰিবলৈ তেওঁৰ বাসগৃহ জনসমূদ্ৰত পৰিণত হৈছে। দেশৰ প্ৰতিজন নেতাৰ বাবে আদৰ্শ স্বৰূপ হৈ পৰা এই পিতামহ স্বৰূপ ৰাজনীতিবিদগৰাকীৰ নশ্বৰ দেহ তেওঁৰ দিল্লীৰ…
আৰু পঢ়ক...

নগাঁৱত বিদ্যুৎস্পৃষ্ট হৈ এইবাৰ গৰুৰ মৃত্যু

ডিজিটেল সংবাদ, জুৰিয়াঃ নগাঁৱৰ জুৰিয়াত বিদ্যুতৰ তাঁৰ ছিগি দুটি গৰুৰ মৃত্যু। পুৰণি বিদ্যুতৰ তাঁৰ ছিগি পৰাৰ ফলতেই ঘটনাটো সংঘটিত হয়। জুৰিয়াৰ চতিয়ানত সংঘটিত হৈছে এই ঘটনা। উক্ত ঘটনাই অঞ্চলটোৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিদ্যুৎ বিভাগৰ অৱহেলাৰ…
আৰু পঢ়ক...