বটদ্ৰৱা থানত অংগৰাগ মহন্তৰ গীতৰ শ্বুটিং

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তই শনিবাৰে দৰ্শন কৰে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মস্থান বটদ্ৰৱা থান। বিয়লিৰ ভাগত বটদ্ৰৱা থানত উপস্থিত হোৱা শিল্পীগৰাকীক বটদ্ৰৱা থান পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলে আদৰি থানলৈ…
আৰু পঢ়ক...

কলকাতাত এইচ পি চি এলৰে বৈঠক, ভি আৰ এছ দিব বন্ধ হৈ থকা দুই কাগজ কলৰ স্থায়ী কৰ্মচাৰীক

ডিজিটেল ডেস্কঃ নগাঁও আৰু কাছাৰ কাগজৰ বন্ধ হৈ থকা কাগজ কল দুটা ব্যক্তিগত খণ্ডক বিক্ৰী কৰিবলৈ সাজু হোৱা চৰকাৰে কাগজ কল দুটাৰ স্থায়ী প্ৰায় ৯ শতাধিক কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰ দিয়াৰ ইচ্ছা প্ৰকাশ কৰিছে। কাগজ কল দুটাৰ স্থায়ী কৰ্মচাৰীসকলৰ…
আৰু পঢ়ক...

পুত্ৰৰ সৈতে সুৰাপান কৰা মাতাল আৰক্ষীয়ে প্ৰহাৰ কৰিলে আৰক্ষীক, নগাঁৱত চাঞ্চল্য

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও আৰক্ষী নিৱেশৰ চৰকাৰী আবাসগৃহত শুকুৰবাৰে নিশা আৰক্ষীৰ মাজত হোৱা এক মাৰপিটৰ ঘটনাই অসম আৰক্ষীক লজ্জানত কৰিছে। কালি নিশা সংঘটিত এই মাৰপিটৰ ঘটনাত এগৰাকী আৰক্ষীৰ উপ-পৰিদৰ্শকসহ দুজন আৰক্ষীৰ লোক গুৰুতৰভাবে আহত হৈছে।…
আৰু পঢ়ক...

গুণ

গুণীৰ মোল প্ৰায় সকলোৱে বুজি পায়। যিসকলে নুবুজে তেওঁলোকক অদ্ভূত দৃষ্টিৰে চোৱা হয়। গুণীৰ মোল নুবুজা মানুহবোৰৰ বাবেই কিজানি আজিকালি গুণোৎসৱ বোলা উৎসৱবিধৰ আয়োজন কৰা হয়। সেই গুণোৎসৱৰ ভোজ-ভাত খাই তৃপ্ত-সন্তুষ্ট হোৱাসকলেই পিচত পৰীক্ষাত ভাল…
আৰু পঢ়ক...

কাৰাগাৰৰ ভিতৰতে চিআইডিয়ে গ্ৰেপ্তাৰ কৰিলে ৰাকেশ পালক

পুনৰ গ্ৰেপ্তাৰ হ’ল এপিএছচিৰ খলনায়ক ৰাকেশ পাল। এইবাৰ দুৰ্নীতিৰ খলনায়কজনক গ্ৰেপ্তাৰ কৰিলে চিআইডি-এ কাৰাগাৰৰ ভিতৰৰ পৰাই গ্ৰেপ্তাৰ কৰিলে ৰাকেশ পালক। সোমবাৰে আদালতত হাজিৰ কৰাৰ পিছত নিজৰ জিম্মাত ল’ব চিআইডি-এ
আৰু পঢ়ক...

সুখবৰ! তিতলি নাশ… পূজাত অসমত নিদিয়ে বৰষুণ

ডিজিটেল ডেস্কঃ অসমবাসীৰ বাবে সুখবৰ৷ তিতলিৰ প্ৰভাৱত বৰষুণে শাৰদীয় আনন্দ-উছাহ ম্লান কৰিব বুলি যি আশংকা কৰা হৈছিল সেয়া নুই কৰিছে বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই৷ 'অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল ডেস্কক বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে, ১৪ অক্টোবৰ…
আৰু পঢ়ক...

৬.৭ ৰিখটাৰ স্কেলৰ ভূমিকম্পই জোকাৰিলে ৰাছিয়া

ডিজিটেল ডেস্কঃ ইণ্ডোনেছিয়াৰ পিছত এইবাৰ ভুমিকম্পই কঁপাই থৈ গ’ল ৰাছিয়া। শনিবাৰে ৰাছিয়াৰ উত্তৰ-পশ্চিম অঞ্চলক কুৰিল দ্বীপত তীব্ৰ কম্পন অনুভূ হয়। মাৰ্কিন জিঅ’লজিকেল সংস্থাই ভূমিকম্পটোক তীব্ৰতা ৬.৭ ৰিখটাৰ স্কেল বুলি জানিবলৈ দিয়ে। আনহাতে,…
আৰু পঢ়ক...

নাৰকো টেষ্ট, লাই ডিটেক্টৰৰ সন্মুখীন হ’ব নানা পাটেকাৰ

নাৰকো টেষ্ট, লাই ডিটেক্টৰৰ সন্মুখীন হ'ব পাৰে নানা পাটেকাৰ। গণেশ আচাৰ্য, চামী চিদ্দীকি আৰু ৰাকেশ সাৰংগও সন্মুখীন হ'ব লাই ডিটেক্টৰৰ। ব্ৰেইন মেপিঙৰো সন্মুখীন হ'ব পাৰে আটাইকেইগৰাকী। তনুশ্ৰী দত্তৰ অধিবক্তাই কৰিলে এই আবেদন।…
আৰু পঢ়ক...

বদৰুদ্দিনৰ বাবে আত্মহত্যা কৰিব ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে

এ আই ইউ ডি এফক ক্ষুৰধাৰ সমালোচনা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ। 'বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ’লে প্ৰথমে মই আত্মহত্যা কৰিম।' হোজাইৰ নীল বাগানত এই মন্তব্য কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে। হোজাইত অনুষ্ঠিত বিজেপিৰ…
আৰু পঢ়ক...

নগাঁৱৰ ৰূপহীহাটত বাইক চোৰ আটক

শনিবাৰে নগাঁৱৰ ৰূপহীহাট আৰক্ষীৰ জালত পৰিল দুৰ্ধৰ্ষ বাইক চোৰ। চুৰি বাইক বিক্ৰী কৰিবলৈ গৈ জালত পৰিল ছৰিফুল ইছলাম নামৰ চোৰটো। ৰূপহীহাট দৈনিক বজাৰত হাতে-লোটে কৰায়ত্ত চোৰটোক। চিভিল গে’টৰ পৰা ধৃত ছৰিফুলে চুৰি কৰিছিল এখন বাইক।
আৰু পঢ়ক...