শেহতীয়া খবৰ
ডিব্ৰুগড়ত ধঁপাত নিয়ন্ত্ৰণৰ ওপৰত ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা  •  শনিবাৰে সামৰণি পৰিল ৰাভা হাছং স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ  •  আদিবাসী জনজাতিকৰণকলৈ সমিতি গঠনত বিৰোধীতা আছাৰ  •  ৭০ শতাংশ ভোটদানেৰে অন্ত পৰিল ডিমা হাছাও নিৰ্বাচন...  •  লক্ষীধৰ বৰা ক্ষেত্ৰৰ প্ৰতিবাদী সমাবেশত প্ৰথমবাৰলৈ চামিল জাতীয়-জনগোষ্ঠীয় সাহিত্য সভা  •  কোকৰাঝাৰত গুৰুদেৱ কালীচৰণ ব্ৰহ্ম শীৰ্ষক আলোচনা চক্ৰ  •  পুৰণিগুদামত কি অৱস্থা হ'ল বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ, চাওক VIDEO  •  কোকৰাঝাৰ ভোটগাঁওত ৩ দিনীয়া মৌ-মাখি পালনৰ প্ৰশিক্ষণ শিৱিৰৰ সমাপ্ত  •  ৰাভা হাছঙত সৰ্বশক্তিৰে অন্তিম প্ৰচাৰত নামিছে কংগ্ৰেছ-যৌথ সংগ্ৰাম সমিতি  •  ২০ হাজাৰতকৈ অধিক ধন দি সম্পত্তি ক্ৰয় কৰিছিল নেকি? আহি আছে আয়কৰ নটিছ...

তেজপুৰৰ চ’ক বজাৰত বিধ্বংসী অগ্নিকাণ্ড

বৃহস্পতিবাৰে নিশা তেজপুৰৰ চ’ক বজাৰত বিধ্বংসী অগ্নিকাণ্ড। জুইত সম্পূৰ্ণৰূপে জাহ গ’ল ২০খনৰো অধিক দোকান। প্ৰায় ৪০খন দোকানৰ ক্ষতিসাধন হয় এই অগ্নিকাণ্ডত। শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে।…
আৰু পঢ়ক...

শৃংখলা দখলৰ লক্ষ্যৰে আজি খেলপথাৰত নামিব টীম ইণ্ডিয়া

আজি ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত তৃতীয় তথা অন্তিমখন এদিনীয়া মেচ। মেলবৰ্ণত অনুষ্ঠিত হ’ব এই খেলখন। টছত জিকি বলিঙৰ সিদ্ধান্ত টীম ইণ্ডিয়াৰ। শৃংখলাত ১–১ত সমতা স্থাপন কৰিছে দুয়োটা দলে।
আৰু পঢ়ক...

ভোগালী বিহু উপলক্ষে কামপুৰত পৰম্পৰাগত খেল, চাওঁক VIDEO

ডিজিটেল সংবাদ, কামপুৰঃ এতিয়া ভোগৰ উৎসৱ ভোগালীৰ বতৰ । ৰাজ্যৰ চৌদিশে ভোগালী বিহুৰ আনন্দ-উল্লাস । নগাঁও জিলাৰ কামপুৰতো মাৰ যোৱা নাই ভোগালীৰ ৰং । কামপুৰ কপিলীকান আদৰ্শ গাঁৱৰ ৰাইজে প্ৰায় এমাহজোৰা কষ্টৰে সাজি উলিয়ালে ৰংঘৰৰ আৰ্হিৰে ভেলাঘৰ । আৰু…
আৰু পঢ়ক...

১২ ঘণ্টীয়া গোলাঘাট জিলা বন্ধ, সৰ্বাত্মক প্ৰভাৱ..

ডিজিটেল সংবাদ, গোলাঘাটঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা আৰু চাৰি ছাত্ৰ নেতাক বিনাচৰ্তে মুক্তিৰ দাবীত শুক্ৰবাৰে একাংশ সংগঠনে আহ্বান জনোৱা ১২ ঘণ্টীয়া গোলাঘাট জিলা বন্ধৰ সৰ্বাত্মকৰূপত দেখিবলৈ পোৱা যায়। গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থা, কৃষক…
আৰু পঢ়ক...

আদিবাসী জাতীয় মহাসভাই আহ্বান জনোৱা ১২ ঘন্টীয়া অসম বন্ধৰ প্ৰভাৱ নগাওঁ জিলাৰ কঠিয়াতলীত মিশ্ৰিত

১৮ জানুৱাৰীৰ পুৱাৰে পৰা আদিবাসীসকলক জনজাতিকৰণৰ দাবীত আদিবাসী জাতীয় মহাসভাই আহ্বান জনোৱা ১২ ঘন্টীয়া অসম বন্ধৰ প্ৰভাৱ নগাওঁ জিলাৰ কঠিয়াতলীত মিশ্ৰিত। আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ মাজত যাান-বাহন চলাচল । দুৰণিবটীয়া গাড়ী চলাচল বন্ধ ।…
আৰু পঢ়ক...

নুমলীগড়ত গোলাঘাট জিলা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

নুমলীগড়ত গোলাঘাট জিলা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ। ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ বন্ধ সমৰ্থকৰ। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰা আৰু ৮ জানুৱাৰীত বিজেপি কাৰ্যালয় লণ্ডভণ্ড কৰাৰ অভিযোগত গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা…
আৰু পঢ়ক...

১ মিনিটত ২৫ খবৰ

১. শিল্পী দিৱসৰ দিনাই চৰকাৰৰ বিৰুদ্ধে শিল্পীৰ প্ৰতিবাদ। ডবা, শংখ বজাই তেজপুৰত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সংগ্ৰাম আৰম্ভ কৰিলে জুবিন গাৰ্গে। ২. আগন্তক ৰাজ্যসভা অধিৱেশনত গৃহীত হ’ব নাগৰিকত্ব সংশোধনী বিধেয়ক। গুৱাহাটীৰ…
আৰু পঢ়ক...

শুকুৰবাৰে অসম বন্ধৰ পৰা ৰেহাইৰ আহ্বান

ডিজিটেল ডেস্কঃ আদিৱাসীসকলৰ জনজাতিকৰণৰ দাবীত উমৈহতীয়া আদিৱাসী মহাসভা মঞ্চই শুকুৰবাৰে অসম বন্ধৰ আহ্বান জনাইছে। জনজাতিকৰণৰ নামত আদিৱাসীসকলক বিভাজনৰ চক্ৰান্ত কৰা হৈছে বুলি দাবী কৰি ভাৰতবৰ্ষৰ অন্যান্য স্থানত বসৱাস কৰা আদিৱাসী লোক সকলে যিদৰে…
আৰু পঢ়ক...

সুখবৰ, ২০১৯ত ভাৰতত তীব্ৰ গতিত বৃদ্ধি পাব কৰ্মচাৰীৰ দৰমহা !

ডিজিটেল ডেস্কঃ ভাৰতবৰ্ষৰ কৰ্মচাৰী সকলৰ বাবে এক সুখবৰ। ২০১৯ ত তীব্ৰ গতিত বৃদ্ধি পাব দৰমহা। এই কথা আমি কোৱা নাই, বিশ্বৰ আগশাৰীৰ অৰ্থনৈতিক বিষয়ক বিশ্লেষণ কৰা সংস্থা গ্লবেল কানচাল্টিং ফৰ্ম কৌৰ্ন ফেৰীয়ে প্ৰকাশ কৰিছে এই তথ্য। সংস্থাটোৱে দাবী…
আৰু পঢ়ক...

জিঅ’ৰ নতুন অফাৰ, একেলগে ৬মাহলৈ কৰি লওঁক ৰিচাৰ্জ

ডিজিটেল ডেস্কঃ ভাৰতৰ টেলিকম বজাৰত জিঅ’ প্ৰৱেশ কৰাৰ পাছতে সলনি হৈছে দেশৰ অন্য নেটৱৰ্কসমূহৰ প্ৰেক্ষাপট। ইটোৰ পিছত সিটো লাভজনক অফাৰ প্ৰদান কৰা জিঅ’ৰ গ্ৰাহকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে। শেহতীয়াকৈ জিঅ’ই ঘোষণা কৰিছে এক নতুন অফাৰ। গণতন্ত্ৰ দিৱস…
আৰু পঢ়ক...