শেহতীয়া খবৰ
বটদ্ৰৱা থানৰ প্ৰধান আতৈ যোগেশ আতাৰ দেহাৱসান  •  BFF কাণ্ডৰ পিছত আপোনাৰ ফেচবুকত GRATULAৰ কু-দৃষ্টি  •  ডিপলোঙা কাণ্ডঃ ১১জনক গ্ৰেপ্তাৰ, ৭জনক জেললৈ প্ৰেৰণ  •  ওদালগুৰিত প্ৰাক্তন প্ৰধানমন্ত্ৰীক স্মৰণ দল-সংগঠনৰ  •  বাজপেয়ীৰ আত্মাৰ সদগতি কামনাৰে বটদ্ৰৱা থানত প্ৰাৰ্থনা  •  ৭ ৰাজ্যত বানৰ কাল ৰূপ, কেৰালাত নিহতৰ সংখ্যা ৩২৭লৈ বৃদ্ধি  •  প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ীলৈ এবছুৰ শ্ৰদ্ধাঞ্জলি  •  নীপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ প্ৰবন্ধকক ৮ঘণ্টা জেৰা গোলাঘাট আৰক্ষীৰ  •  মনত পৰিছে আজি, জুইয়ে পোৰা ৮৩’ত তুমি কৈছিলাহি- ‘জয় আই অসম’  •  ২২ আগষ্টলৈকে ইন্টাৰনেট-ফোনকল সকলো ফ্ৰী

নগাঁৱত আত্মীয়ৰ পিণ্ড দিবলৈ গৈ এজনৰ সলিল সমাধি

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও জিলাৰ বৰভেটিত আত্মীয়ৰ পিণ্ড দিবলৈ গৈ এজন লোকৰ সলিল সমাধি ঘটা ঘটনাই শোকৰ ছাঁ পেলাইছে। প্ৰাপ্ত বাতৰি মতে, মঙলবাৰে দুপৰীয়াৰ ভাগত জোনৰাম নাথ নামৰ লোকজনে ধৰ্মীয় বিধি অনুযায়ী আত্মীয়ৰ পিণ্ড দিবলৈ পুখুৰীলৈ গৈছিল।…
আৰু পঢ়ক...

জনতাৰ হৃদয় জিনিবলৈ ৰাহুল গান্ধীৰ নতুন কৌশল

ডিজিটেল ডেস্কঃ ২০১৯ৰ নিৰ্বাচনৰ বাবে ককাঁলত টঙালি বান্ধিছে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে। ৰোড শ্ব'ৰ পৰা আৰম্ভ কৰি বিভিন্ন সভা-সমিতি সম্বোধন কৰাত খুবেই ব্যস্ত সভাপতিগৰাকী। অহা ১৮ আগষ্টত ৰাহুল গান্ধীয়ে ১৫০০ জন অধ্যাপকৰ সৈতে ৰাজধানী দিল্লীৰ…
আৰু পঢ়ক...

আকৌ ১৫ আগষ্ট… কোনে শুনিব ১৩ শ্বহীদ পৰিয়ালৰ বিননি

ডিজিটেল সংবাদ, ঢেকীয়াজুলিঃ দেশে উদযাপন কৰিবলৈ লোৱা ৭২সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত পুনৰ এবাৰ ৪২ৰ গণ আন্দোলনত প্ৰাণ আহুতি দিয়া ঢেকীয়াজুলিৰ ১৩গৰাকীকৈ মহান শ্বহীদৰ পৰিয়ালসমূহৰ কৰুণ জীৱন গাঁথা পোহৰলৈ আহিছে৷ চৰকাৰী পক্ষই বাৰে  বাৰে এই সকল…
আৰু পঢ়ক...

এন আৰ চিৰ ৰাজনীতি

অসমৰ এন আৰ চি উন্নীতকৰণৰ প্ৰক্ৰিয়াক লৈ নতুন দিল্লীৰ শাসকসকল অকণো দায়িত্বশীল নহয়। বিজেপিৰ অধ্যক্ষ অমিত শ্বাহে এন আৰ চিৰ সম্পূৰ্ণ খচৰাৰ পৰা বাদ পৰা ৪০ লাখ লোকক বাংলাদেশী অনুপ্ৰৱেশকাৰী আখ্যা দিয়াৰ পিছত এইবাৰ খোদ প্ৰধানমন্ত্ৰী মোডীয়ে মুখ…
আৰু পঢ়ক...

চত্তীছগড়ৰ ৰাজ্যপাল বলৰামজীৰ দেহাৱসান

ডিজিটেল ডেস্কঃ চত্তীছগড়ৰ ৰাজ্যপাল বলৰামজী দাস তণ্ডুনৰ আজি দিনৰ ২:১০ বজাত মৃত্যু হয়। ৯০ বছৰ বয়সত ডা° বি আৰ আম্বেদকাৰ হাস্পতালত দেহাৱসান ঘটে ৰাজ্যপালগৰাকীৰ। ভাৰতীয় জনতা পাৰ্টীৰ পিতৃ স্বৰূপ জনসংঘৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য আছিল তণ্ডুন। ২০১৪…
আৰু পঢ়ক...

ভাৰতৰ কোন কোন যাব ইমৰাণৰ শপত গ্ৰহণলৈ?

ডিজিটেল ডেস্কঃ পাকিস্তানৰ নৱ নিৰ্বাচিত প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ ১৮ আগষ্টত হ'বলগীয়া শপত গ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰণ পাইছিল প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ সুনীল গাভাস্কাৰ, নৱজোৎ সিং সিদ্ধু আৰু কপিল দেৱে। এসময়ৰ একেখন খেলপথাৰৰ প্ৰতিদ্বন্দী সতীৰ্থ…
আৰু পঢ়ক...

৩০ ছাত্ৰ-ছাত্ৰীক শ্ৰেণীকোঠাৰ পৰা উলিয়াই দিয়াক লৈ উত্তপ্ত বাতাবাৰী

ডিজিটেল সংবাদ, গোৱালপাৰাঃ এখন বিদ্যালয় পৰিচালনা কমিটিৰ সভাপতিৰ নাভূত-নাশ্ৰুত কাণ্ডই সকলোৰে চকু কপালত উঠোৱাৰ লগতে সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। সভাপতিজনে কোনো নিয়ম-নীতি নামানি বলপূৰ্বকভাৱে ৩০ জনকৈ ছাত্ৰ-ছাত্ৰীক শ্ৰেণীকোঠাৰ পৰা উলিয়াই…
আৰু পঢ়ক...

এয়াৰ ইণ্ডিয়াৰ বিজিনেছ ক্লাছত যাত্ৰী হ’ল কুকুৰ

ডিজিটেল ডেস্কঃ কুকুৰ ভাল পোৱাৰ লগতে একেসময়তে দেশ-বিদেশ ভ্ৰমণ কৰি ভাল পোৱাসকলৰ বাবে সুখবৰ। কুকুৰ প্ৰেমী ভ্ৰমণকাৰীসকললৈ এই সুখবৰ আনিছে এয়াৰ ইণ্ডিয়াই। যিসময়ত আগশাৰীৰ বিমান সংস্থাসমূহে ভ্ৰমণৰ সময়ত যাত্ৰীক কুকুৰ নিবলৈ অনুমতি নিদিয়ে সেই সময়তে…
আৰু পঢ়ক...

ধৰ্মক লৈ উত্তাল ইজৰাইল, দেশজুৰি প্ৰতিবাদৰ ঢৌ

ডিজিটেল ডেস্কঃ ইজৰাইলক 'ইহুদী ৰাষ্ট্ৰ' হিচাপে ঘোষণা কৰাত দেশখনত আৰম্ভ হৈছে বিশাল প্ৰতিবাদী সমদল আৰু বিক্ষোভ কাৰ্যসূচী। ইহুদী প্ৰধান দেশখনৰ ৰাজধানী তেল আভিভৰ ৰবিন স্কোৱেৰত যোৱা শনিবাৰে আৰব-ইজৰাইলীসকলে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।…
আৰু পঢ়ক...

নগাঁৱত প্ৰেমিকে জীৱন্তে জ্বলাই দিলে প্ৰেমিকাক

নগাঁৱত প্ৰেমিকে জীৱন্তে জ্বলাই দিয়া যুৱতীগৰাকীৰ মৃত্যু। কিছুসময় পূৰ্বে চিকিৎসালয়ত মৃত্যু হ'ল যুৱতীগৰাকীৰ। যুৱতীগৰাকীৰ নাম আছিল লাইনিলা বেগম। নগাঁৱৰ জুৰীয়াৰ ফাকলিত আছিল যুৱতীগৰাকীৰ ঘৰ। পিতৃৰ সৈতে মিলি প্ৰেমিকে মিলি জ্বলাই…
আৰু পঢ়ক...