ভক্তিমূলক গান বজাবি কিয়? পূজাৰ মণ্ডপত মহিষাসুৰৰ খং, প্ৰাণ ল’লে যুৱকৰ

ডিজিটেল ডেস্কঃ শাৰদীয় দুৰ্গোৎসৱৰ বতৰ। সমগ্ৰ দেশজুৰি শাক্ত ধৰ্মাৱলম্বী লোকসকলে বৰ উলহ মালহৰে শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দু্ৰ্গাক পূজা অৰ্চনা কৰাত ব্যস্ত হৈ পৰিছে। কিন্তু তাৰ মাজতে দিল্লীৰ এক দুৰ্গা মণ্ডপত ঘটিল এক অঘটন। দুৰ্গা মণ্ডপত বাজি থকা…
আৰু পঢ়ক...

মহাষ্টমীত নিউ গুৱাহাটী আঞ্চলিক সাৰ্বজনীন পূজাস্থলীত ভক্তৰ ভিৰঃ VIDEO

ডিজিটেল সংবাদ, গুৱাহাটীঃ নিউ গুৱাহাটী আঞ্চলিক সাৰ্বজনীন পূজা সমিতিৰ উদ্যোগত অনুষ্ঠিত দুৰ্গা পূজাস্থলীত মহাষ্টমীৰ দিনা পুৱাৰে পৰা যথেষ্টসংখ্যক ভক্তই ভিৰ কৰে। দশম বছৰৰ বাবে আয়োজিত নিউ গুৱাহাটী সাৰ্বজনীন পূজাস্থলীত বহুসংখ্যক ভক্তই পুষ্পাঞ্জলি…
আৰু পঢ়ক...

তামিলনাডুত পথ দুৰ্ঘটনা, নিহত ৩

তামিলনাডুৰ শায়ালগুড়িত পথ দুৰ্ঘটনা। চৰকাৰী বাছ আৰু চাৰিচকীয়া বাহনৰ মাজত মুখামুখী সংঘৰ্ষ। নিহত হ’ল ৩ জন, আহত ৪। আহতসকলক চিকিৎসালয়ত ভৰ্তি।
আৰু পঢ়ক...

৯ নাবালিকা ধৰ্ষণকাৰীক ফাচী!

ডিজিটেল ডেস্কঃ অৱশেষত অৱসান ঘটিল পাকিস্তানৰ চিৰিয়েল কিলাৰ ইমৰাণ আলীৰ দুস্কৰ্মৰ। বুধবাৰে পুৱা ৫.৩০ বজাত লাহোৰৰ লখপত কাৰাগাৰত ইমৰাণ আলীক ফাচী প্ৰদান কৰা হয়। ইমৰাণৰ ফাচী প্ৰদানৰ সময়ত উপস্থিত থাকে লখপত কাৰাগাৰ দণ্ডাধীশ আদিল স্বৰৱৰ আৰু ইমৰাণে…
আৰু পঢ়ক...

মহাষ্টমীৰ দিনা কামাখ্যাত বিজেপি সমৰ্থকৰ ভিৰত আৱদ্ধ দেশৰ মুখ্য ন্যায়াধীশ

ডিজিটেল সংবাদ, গুৱাহাটীঃ দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে মহাষ্টমীৰ দিনা কামাখ্যা দৰ্শন কৰিবলৈ গৈ সন্মুখীন হয় এক অস্বস্তিকৰ পৰিৱেশৰ। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে কামাখ্যা দৰ্শন কৰাৰ সময়তে মুখ্য ন্যায়াধীশগৰাকীও উক্ত স্থানত উপস্থিত…
আৰু পঢ়ক...

মহাষ্টমীত পুৱাই মা কামাখ্যাৰ আশীষ ল’লে অমিত শ্বাহে

ডিজিটেল সংবাদ, গুৱাহাটীঃ বুধবাৰে পুৱাই কামাখ্যা মন্দিৰ দৰ্শন কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে। কামাখ্যা মন্দিৰ দর্শন কৰিয়ে মা কামাখ্যাৰ আশীষ লয় বিজেপি নেতাজনে। উল্লেখ্য যে ২৮ নৱেম্বৰৰ পৰা মিজোৰামত বিধানসভাৰ নিৰ্বাচন। এই অনুসৰি…
আৰু পঢ়ক...

৩০ নৱেম্বৰৰ পৰা ২ ডিচেম্বৰলৈ তিনিদিনীয়াকৈ প্ৰিয়ংকা-নিকৰ বিয়া

ডিজিটেল ডেস্কঃ অৱশেষত ঠিৰাং হ’ল মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ বিয়াৰ তাৰিখ। দুমাহ পূৰ্বে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা আৰু আমেৰিকান গায়ক নিক জোনাচৰ মাজত আঙুঠি পিন্ধোৱা পৰ্ব ভাৰতীয় পৰম্পৰাগতভাৱে সম্পূৰ্ণ হোৱাৰ পিছত এইবাৰ তাৰকা দুগৰাকীৰ বিবাহক…
আৰু পঢ়ক...

কন্দুৱাবলৈ সাজু পিয়াজ! পূজা-দীপাৱলীৰ পিছতে দুগুণ বৃদ্ধি পাব দাম

ডিজিটেল ডেস্কঃ পুনৰ কন্দুৱাবলৈ সাজু হৈছে পিয়াজ। পূজাৰ আনন্দ-উছাহ শেষ হ’লেই দীপাৱলীৰ পিছতে বৰ্তমানতকৈ দুগুণ হৈ পৰিব পিয়াজৰ দাম। দেশৰ সৰ্বাধিক পিয়াজ উৎপাদনকাৰী ৰাজ্য মহাৰাষ্ট্ৰৰ পাইকাৰী বজাৰত যোৱা দুদিনত ইয়াৰ মূল্য পূৰ্বতকৈ অধিক হৈ পৰা দেখা…
আৰু পঢ়ক...

ৰক্ষা কৰক পৰম্পৰা, সৱৰিমালা মন্দিৰত মহিলাৰ প্ৰৱেশৰ বিৰোধিতাৰে মহিলাৰ প্ৰতিবাদ

ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ে এক ঐতিহাসিক ৰায় যোগে সৱৰিমালা মন্দিৰত মহিলাৰ প্ৰৱেশত অনুমতি দিয়াৰ কেন্দ্ৰ কৰি অব্যাহত আছে বিতৰ্ক। ন্যায়ালয়ৰ এই ৰায়দানক প্ৰত্যাহ্বান জনাই বুধবাৰে ৰাজপথত এক প্ৰতিবাদী মিছিল বাহিৰ কৰে স্থানীয় মহিলাসকলে।…
আৰু পঢ়ক...

কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত ৩ সন্ত্ৰাসবাদী

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ ৰাজধানী শ্ৰীনগৰত নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত ৩ সন্ত্ৰাসবাদী। এই ঘটনাত আৰক্ষীৰ এজন জোৱানো শ্বহীদ হয়। আৰক্ষী সূত্ৰই সদৰী কৰা মতে, বিশেষ সূত্ৰৰ পমে খেদি ফাতেহ কাদাল অঞ্চলত এক অভিযান চলোৱাৰ সময়তে…
আৰু পঢ়ক...