শেহতীয়া খবৰ
কংগ্ৰেছৰ নতুন সভাপতি নিযুক্তি!  •  ডিব্ৰুগড়ত ধঁপাত নিয়ন্ত্ৰণৰ ওপৰত ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা  •  শনিবাৰে সামৰণি পৰিল ৰাভা হাছং স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ  •  আদিবাসী জনজাতিকৰণকলৈ সমিতি গঠনত বিৰোধীতা আছাৰ  •  ৭০ শতাংশ ভোটদানেৰে অন্ত পৰিল ডিমা হাছাও নিৰ্বাচন...  •  লক্ষীধৰ বৰা ক্ষেত্ৰৰ প্ৰতিবাদী সমাবেশত প্ৰথমবাৰলৈ চামিল জাতীয়-জনগোষ্ঠীয় সাহিত্য সভা  •  কোকৰাঝাৰত গুৰুদেৱ কালীচৰণ ব্ৰহ্ম শীৰ্ষক আলোচনা চক্ৰ  •  পুৰণিগুদামত কি অৱস্থা হ'ল বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ, চাওক VIDEO  •  কোকৰাঝাৰ ভোটগাঁওত ৩ দিনীয়া মৌ-মাখি পালনৰ প্ৰশিক্ষণ শিৱিৰৰ সমাপ্ত  •  ৰাভা হাছঙত সৰ্বশক্তিৰে অন্তিম প্ৰচাৰত নামিছে কংগ্ৰেছ-যৌথ সংগ্ৰাম সমিতি

বিশ্বনাথত ১২ ঘণ্টীয়া অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

ডিজিটেল সংবাদ,বিশ্বনাথঃ শুকুৰবাৰে সদৌ আদিবাসী জাতীয় মহাসভাই আহ্বান কৰা ১২ ঘণ্টীয়া অসম বন্ধৰ প্ৰভাৱ বিশ্বনাথটো দেখা গ'ল। বন্ধলৈ সৰ্মথন জনোৱা আছাৰ কৰ্মী আৰু প্ৰতিবাদীকাৰী সকলে পুৱাই বিশ্বনাথ চহৰৰ মাজ-মজিয়াত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ…
আৰু পঢ়ক...

খুমটাইত চিপ লৈ থকা অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ

ডিজিটেল সংবাদ, খুমটাইঃ খুমটাইৰ বাদুলিপাৰত ডিঙিত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ। মৃতদেহটো যোৰহাটৰ ফেঞ্চিংআলিৰ ৩নং ৱাৰ্ডৰ মদন চৰছিয়া বুলি চিনাক্ত কৰা হৈছে ৷ পুৱা স্থানীয় লোকে চিনাক্ত কৰে মৃতদেহটো ৷ মদন চৰছিয়া তামোল-পানৰ এজন ব্যৱসায়ীৰ…
আৰু পঢ়ক...

বিজেপি এৰা গেগং আপাঙে গঠন কৰিব নতুন ৰাজনৈতিক দল

ডিজিটেল সংবাদ, ইটানগৰঃ অৰুণাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গেগং আপাঙে গঠন কৰিব এটা নতুন আঞ্চলিক ৰাজনৈতিক দল। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ১৯ জানুৱাৰীত কলকতাত মমতা বেনাৰ্জীৰ সৈতে অংশ ল'ব বিজেপি বিৰোধী মহা সমাবেশত ৷ বিজেপিয়ে নাগৰিকত্ব সংশোধনী…
আৰু পঢ়ক...

উচ্চতম ন্যায়ালয়ৰ ২ নতুন ন্যায়াধীশৰ শপতগ্ৰহণ

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰূপে আজি শপত ল’ব দুজন নতুন ন্যায়াধীশে। ন্যায়াধীশ সঞ্জয় খান্না আৰু দীনেশ মধেশ্বৰীয়ে ল’ব শপত। এই দুই নতুন ন্যায়াধীশকে ধৰি সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা বৃদ্ধি পালে ২৮জনলৈ। উচ্চতম ন্যায়ালয়ত এতিয়া…
আৰু পঢ়ক...

২৪ কোটি টকাৰ ড্ৰাগছসহ আৰক্ষীৰ জালত ২ সৰবৰাহকাৰী

দিল্লী আৰক্ষীৰ জালত দুই ড্ৰাগছ সৰবৰাহকাৰীক। আৰক্ষীৰ এটা বিশেষ দলে শুকুৰবাৰে গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহকাৰী দুটাক। গ্ৰেপ্তাৰ কৰা সৰবৰাহকাৰী দুটাৰ পৰা ৬ কেজি ওজনৰ ড্ৰাগছ জব্দ। জব্দকৃত ড্ৰাগছখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায়…
আৰু পঢ়ক...

বাহনত ভৰোৱাৰ পূৰ্বে জানি লওক শুকুৰবাৰৰ পেট্ৰ’ল-ডিজেলৰ মূল্য

পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য । শুকুৰবাৰে প্ৰতিলিটাৰ পেট্ৰ’লত বৃদ্ধি পালে ৮পইচাকৈ । প্ৰতিলিটাৰ ডিজেলত বৃদ্ধি পালে ২০ পইচাকৈ। বৃহস্পতিবাৰেও বৃদ্ধি পাইছিল পেট্ৰ’ল-ডিজেলৰ মূল্য । গুৱাহাটীত আজি প্ৰতিলিটাৰ ডিজেলৰ মূল্য…
আৰু পঢ়ক...

দেশ, জোৱান আৰু শ্বহীদক উদ্দেশ্যি কি ক’লে আৰএছএছ মুৰব্বী মোহন ভাগৱতে?

ডিজিটেল ডেস্কঃ নাগপুৰত বৃহস্পতিবাৰে আৰ এছ এছ মুৰব্বী মোহন ভাগৱতে এক অনুষ্ঠানত দেশ আৰু সেনা জোৱান সকলক লৈ মন্তব্য প্ৰকাশ কৰে। তেওঁ কয়- ‘যুদ্ধ হ’লে গোটেই সমাজখনেই যুঁজিব লাগে। সীমাত সৈনিকসকল যায় আৰু তাত সকলো বিপদৰ সন্মুখীন হয়। বিপদৰ সন্মুখত…
আৰু পঢ়ক...

২০১৯ৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ কেতিয়া ?

২১ জানুৱাৰীত ২০১৯ বৰ্ষৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ। এই চন্দ্ৰগ্ৰহণ পৰিলক্ষিত নহয় ভাৰতত। ভাৰতীয় সময় অনুসৰি পুৱা ৮:০৬ বজাৰ পৰা আৰম্ভ হৈ ১:১৮ বজাত সমাপ্ত হ'ব চন্দ্ৰগ্ৰহণ। যোৱা ৬ জানুৱাৰীত হৈছিল ২০১৯ বৰ্ষৰ প্ৰথমটো সূৰ্য গ্ৰহণ।
আৰু পঢ়ক...

শুকুৰবাৰে উজবেকিস্তানৰ ৰাষ্ট্ৰপতিৰ সৈতে বৈঠকত মিলিত প্ৰধানমন্ত্ৰী মোডী

দুদিনীয়া ভ্ৰমণসূচীৰে গৃহৰাজ্যত উপস্থিত প্ৰধানমন্ত্ৰী মোডী। গুজৰাটত প্ৰধানমন্ত্ৰীগৰাকী উজবেকিস্তানৰ ৰাষ্ট্ৰপতিৰ সৈতে মিলিত হয় এক বৈঠকত। ভাইব্ৰেন্ট গুজৰাট গ্ল’বেল ছামিটৰ উদ্বোধনী অনুষ্ঠানত অংশ গ্ৰহণৰ উদ্দেশ্যে ৰাজ্যখনত উপস্থিত মোডী।…
আৰু পঢ়ক...

কাজিৰঙাৰ হাতীখুলি বাগিচাত গঁড়ৰ আক্ৰমণত নিহত ১ জন লোক

কাজিৰঙাৰ হাতীখুলি বাগিচাত গঁড়ৰ আক্ৰমণত নিহত এজন লোক। নিহত লোকজনৰ নাম ধুণ্ডা ভূমিজ। ঘটনাস্থলীত উপস্থিত আৰক্ষী-বনকৰ্মীৰ দল। মৃতদেহ লৈ ৰাজপথ অৱৰোধ ক্ষুব্ধ স্থানীয় ৰাইজৰ।
আৰু পঢ়ক...