শেহতীয়া খবৰ
জৈৱিক পদ্ধতিৰে নাৰায়ণপুৰত কৃষি বিপ্লৱৰ সূচনা বে-চৰকাৰী সংস্থা সালোক্য সেৱা কাননৰ  •  জৈৱিক পদ্ধতিৰে নাৰায়ণপুৰত কৃষি বিপ্লৱৰ সূচনা বে-চৰকাৰী সংস্থা সালোক্য সেৱা কাননৰ  •  নগাঁৱত ৰহস্যজনক ঘটনা, চিকিৎসালয়ৰ পৰাই সন্ধানহীন হ’ল ৰোগী  •  লাহৰীঘাটত চোৰাং গঁড় চিকাৰীক আটক  •  কালাতলীত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত বাইক আৰোহী  •  জম্মু-কাশ্মীৰত নিৰাপত্তাবাহিনী-সন্ত্ৰাসবাদীৰ সংঘৰ্ষত নিহত ৭ নাগৰিক  •  মানিকগঞ্জত চিবিএছই পাঠ্যক্ৰমৰ বিদ্যালয় নৰ্থ ইষ্ট নেচনেল একাডেমী শুভ উদ্ধোধন  •  মানিকগঞ্জত চিবিএছই পাঠ্যক্ৰমৰ বিদ্যালয় নৰ্থ ইষ্ট নেচনেল একাডেমী শুভ উদ্ধোধন  •  হাইলাকান্দিত অন্ত পৰিল পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা, কোনে পালে কিমান আসন?  •  অৰুণাচলত ভূপেন হাজৰিকাৰ পূৰ্ণাৱয়ব প্ৰতিমূৰ্তি অনাবৰণ

ৰূপহীহাটত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ

ৰূপহীহাটত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ। ৰে’ল ষ্টেচনৰ সমীপত উদ্ধাৰ হৈছে মৃতদেহটো। কলংপাৰ এক্সপ্ৰেছৰ খুন্দাত যুৱকজনৰ মৃত্যু হোৱাৰ সন্দেহ। স্থানীয় লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো।
আৰু পঢ়ক...

জালুকবাৰী সমষ্টিৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল…

জালুকবাৰীৰ মুঠ ৩খন জিলা পৰিষদৰ আটাইকেইখনতে বিজেপিৰ আধিপত্য। ১৪ নং শৰাইঘাট জিলা পৰিষদত নয়নমণি কলিতা বিজয়ী। ১৩নং শুৱালকুছি জিলা পৰিষদত নন্দিতা কলিতা বিজয়ী। আৰু বেজেৰা জিলা পৰিষদত অনিল ৰাজ বিজয়ী। জালুকবাৰী সমষ্টিৰ ১৫টা পঞ্চায়ত…
আৰু পঢ়ক...

চৰাইদেউৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল…

চৰাইদেউ জিলাৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল- জিলা পৰিষদ- মুঠ আসনৰ সংখ্যাঃ ৭ বিজেপিয়ে লাভ কৰা আসনঃ ৭ কংগ্ৰেছে লাভ কৰা আসনঃ ০ অগপই লাভ কৰা আসনঃ ০ এআইইউডিএফে লাভ কৰা আসনঃ ০ অন্যান্যই লাভ কৰা আসনঃ ০ পঞ্চায়ত সভাপতি- মুঠ…
আৰু পঢ়ক...

ধেমাজিৰ জিলা পৰিষদৰ শেহতীয়া ফলাফল

ধেমাজিত তৃতীয় দিনাও অব্যাহত ভোটগণনা। বৰ্তমানলৈকে ঘোষিত জিলা পৰিষদসমূহৰ ফলাফল অনুসৰি- ১নং ধেমাজি জিলা পৰিষদত নিৰ্দলীয় প্ৰাৰ্থী গহীন গগৈ জয়ী। ২নং মাছখোৱা জিলা পৰিষদত বিজেপি প্ৰাৰ্থী বৰ্ণালী বৰগোহাঁইৰ জয়। ৪নং চিচিবৰগাঁও জিলা…
আৰু পঢ়ক...

তৃতীয় দিনাও নগাঁৱত ভোটগণনা অব্যাহত

নগাঁৱত গণনাৰ আজি তৃতীয় দিন। ৭নং বেচামাৰী জিলা পৰিষদৰ ভোট গণনা চলি আছে। নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চলি আছে ভোট গণনা। বৰ্তমানলৈ নগাঁৱত জিলা পৰিষদৰ ১২খন আসনত বিজেপিৰ, ১১খনত কংগ্ৰেছৰ জয় লাভ। আনহাতে, অগপই ৩খন আসন…
আৰু পঢ়ক...

লংকাত বিধ্বংসী অগ্নিকাণ্ড, ভস্মীভূত ২ ব্যৱসায়িক প্ৰতিষ্ঠান

লংকাৰ ষ্টেচন ৰোডত নিশা অগ্নিকাণ্ড। জুইত যায় হয় দুখন ব্যৱসায়িক প্ৰতিষ্ঠান। অগ্নিকাণ্ডত প্ৰায় ৪ লক্ষাধিক টকাৰ সা-সামগ্ৰী ভস্মীভূত। ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনীৰ জুই নিৰ্বাচন।
আৰু পঢ়ক...

দক্ষিণ শালমাৰা মানকাচৰ জিলাত কোনে পালে কিমান আসন?

দক্ষিণ শালমাৰা মানকাচৰৰ জিলা পৰিষদত ধূলিসাৎ হ’ল কংগ্ৰেছ। জিলাখনৰ সুখচৰ আৰু কালাপানী জিলা পৰিষদ এ আই ইউ ডি এফৰ দখলত। ইফালে, ফেকামাৰী আৰু কাকৰিপাৰা জিলা পৰিষদত দখল অগপৰ।
আৰু পঢ়ক...

মধ্যপ্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী কমল নাথ, ভূপালত শপতগ্ৰহণ অনুষ্ঠান

ডিজিটেল ডেস্কঃ চলিত বৰ্ষৰ ১৭ ডিচেম্বৰত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব কমল নাথে। ভূপালৰ লাল পেৰেড গ্ৰাউণ্ডত শপতগ্ৰহণ কৰিব মধ্যপ্ৰদেশৰ ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে, কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীক বৃহস্পতিবাৰে…
আৰু পঢ়ক...

নিয়ন্ত্ৰণহীন হৈ বাগৰিল বাহন, প্ৰাণ হেৰুৱালে ৭জনে

জম্মুত ভয়ংকৰ পথ দুৰ্ঘটনা। বৃহস্পতিবাৰে নিশা জম্মুৰ ৰিয়াছি জিলাত সংঘটিত এই দুৰ্ঘটনা। নিয়ন্ত্ৰণহীন হৈ বাগৰি পৰে এখন বাহন। দুৰ্ঘটনাটোত থিতাতে নিহত বাহনখনত থকা ৭জন যাত্ৰী। ইফালে, গুৰুতৰভাৱে আহত ৩জন। স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ…
আৰু পঢ়ক...

বিশ্বনাথৰ ১৩ জিলা পৰিষদত বিজেপিৰ জয়

বিশ্বনাথ জিলাত আগবাঢ়ি আছে বিজেপি। জিলাখনৰ চতিয়া, বিশ্বনাথ, বিহালী আৰু গহপুৰ বিধানসভা সমষ্টিত বিজেপিৰ জয়লাভ। বিধানসভা সমষ্টি কেইটাৰ অন্তৰ্গত ১৩খন জিলা পৰিষদতেই বিজেপিৰ জয়।
আৰু পঢ়ক...