শেহতীয়া খবৰ
বটদ্ৰৱা থানৰ প্ৰধান আতৈ যোগেশ আতাৰ দেহাৱসান  •  BFF কাণ্ডৰ পিছত আপোনাৰ ফেচবুকত GRATULAৰ কু-দৃষ্টি  •  ডিপলোঙা কাণ্ডঃ ১১জনক গ্ৰেপ্তাৰ, ৭জনক জেললৈ প্ৰেৰণ  •  ওদালগুৰিত প্ৰাক্তন প্ৰধানমন্ত্ৰীক স্মৰণ দল-সংগঠনৰ  •  বাজপেয়ীৰ আত্মাৰ সদগতি কামনাৰে বটদ্ৰৱা থানত প্ৰাৰ্থনা  •  ৭ ৰাজ্যত বানৰ কাল ৰূপ, কেৰালাত নিহতৰ সংখ্যা ৩২৭লৈ বৃদ্ধি  •  প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ীলৈ এবছুৰ শ্ৰদ্ধাঞ্জলি  •  নীপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ প্ৰবন্ধকক ৮ঘণ্টা জেৰা গোলাঘাট আৰক্ষীৰ  •  মনত পৰিছে আজি, জুইয়ে পোৰা ৮৩’ত তুমি কৈছিলাহি- ‘জয় আই অসম’  •  ২২ আগষ্টলৈকে ইন্টাৰনেট-ফোনকল সকলো ফ্ৰী

সাঁচিপতীয়া শিল্পী হৰিনাৰায়ণ কোঁৱৰলৈ চৰকাৰী স্বীকৃতি, উৎফুল্লিত বটদ্ৰৱাবাসী

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে সাঁচিপাতত বিভিন্ন পুথি লিখি থৈ যোৱা একক আৰু অপূৰ্ব শিল্প কৰ্মবিধ কালক্ৰমত হেৰাই যোৱা পৰিলক্ষিত হৈছে৷ তেনে সময়তে আত্মাৰ তাড়নাত গুৰুজনাৰ জন্মস্থান দ্বিতীয় বৈকুণ্ঠ বটদ্ৰৱাতে এই…
আৰু পঢ়ক...

নিৰীহ লোকক সেনাই অত্যাচাৰ চলোৱাৰ অভিযোগত উত্তপ্ত ওদালগুৰি

ডিজিটেল সংবাদ, ওদালগুৰিঃ ভাৰতীয় সেনাই নিৰীহ ব্যক্তিক নিশা বাসগৃহৰ পৰা উঠাই নি অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰি মঙলবাৰে ওদালগুৰি জিলাৰ কলাইগাওঁ আৰক্ষী থানাৰ অন্তৰ্গত ৰাণীপুখুৰীত স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। স্থানীয় লোকসকলে জনোৱা…
আৰু পঢ়ক...

১৫ আগষ্ট আহে, স্বাধীনতাহে নাহে…

 মৃদুল কুমাৰ সন্দিকৈ স্বাধীনতা। এটা ভাল লগা শব্দ। আমি স্বাধীন দেশৰ নাগৰিক, ভাবিয়েই ভাল লাগে। ১৯৪৭চনৰ ১৫ আগষ্টত ভাৰত স্বাধীন হৈছিল। গুচি গৈছিল স্বদেশলৈ ইংৰাজ। ভাৰতে স্বাধীনতা পালে, কিন্তু আমি সঁচাকৈ স্বাধীন হ’লোনে? স্বাধীনতা লাভ কৰা ৭২ বছৰ…
আৰু পঢ়ক...

ৰেলৰ মহিলা কম্পাৰ্টমেণ্টত প্ৰৱেশৰ অপৰাধত গ্ৰেপ্তাৰ ১৪০০ ভদ্ৰলোক

ডিজিটেল ডেস্কঃ মহিলাৰ কম্পাৰ্টমেণ্টত যাত্ৰা কৰি চলিত বৰ্ষত ৰেল আৰক্ষীৰ জালত পৰিছে অতি কমেও ১৪০০ ভদ্ৰলোক। এক বিবৃতিযোগে এই তথ্য সদৰী কৰিছে উত্তৰ ৰেলৱেৰ এগৰাকী মুখপাত্ৰই। সময়ে সময়ে দেশৰ ভিন্ন প্ৰান্তত ৰেলৰ ডবাত সংঘটিত হৈ অহা নাৰীজনিত অপৰাধৰ…
আৰু পঢ়ক...

জাগীৰোডত কাগজ কল পুনৰুজ্জীৱিতকৰণৰ দাবীত ২৭ ঘণ্টীয়া অনশন

ডিজিটেল সংবাদ, জাগীৰোডঃ নগাঁও আৰু কাছাৰ কাগজ কলক শীঘ্ৰে পুনৰ উজ্জীৱিতকৰণ কৰাৰ দাবীত কাগজকলৰ কৰ্মচাৰীসকলৰ লগতে কেবাটাও সংগঠনে আজিৰে পৰা জাগীৰোডত ২৭ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে। মঙলবাৰে দিনৰ ২ বজাৰ পৰা আৰম্ভ কৰা এই প্ৰতিবাদী…
আৰু পঢ়ক...

২০ আগষ্টলৈকে পল্লৱী শৰ্মাৰ জামিনৰ ম্যাদ বৃদ্ধি

ডিজিটেল সংবাদ, গুৱাহাটীঃ এপিএছচি কেলেংকাৰী গোচৰত অভিযুক্ত হৈ গ্ৰেপ্তাৰ হোৱা সাংসদ আৰ পি শৰ্মাৰ কন্যা পল্লৱী শৰ্মাৰ অন্তৱৰ্তীকালীন জামিনৰ ম্যাদ বৃদ্ধি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। পিতৃৰ অসুস্থতাৰ প্ৰতি লক্ষ্য ৰাখি পল্লৱীৰ জামিনৰ ম্যাদ ২০…
আৰু পঢ়ক...

বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস সম্পন্ন, ৯ গৰাকী সাংবাদিকক সম্বৰ্ধনা

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিবসৰ লগত সংগতি ৰাখি আজি ক্লাবৰ ডিব্ৰুগড়ৰ সংবাদ ক্ষেত্ৰৰ সতে জড়িত ৯ গৰাকী বিশিষ্ট সাংবাদিকক সম্বৰ্ধনা জ্ঞাপন কৰা হয়‌। বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক…
আৰু পঢ়ক...

লালকিল্লাৰ পৰা কাইলৈ গুগলে ‘লাইভ’ কৰিব মোদীৰ ভাষণ

ডিজিটেল ডেস্কঃ কেইঘন্টা মানৰ পাছতে সমগ্ৰ দেশে উদযাপন কৰিব ৭২ সংখ্যক স্বাধীনতা দিৱস। স্বাধীনতা দিৱসৰ বাবে কেন্দ্ৰই কৰিছে বিয়াগোম আয়োজন। ইণ্ডিয়া গেটৰ পৰা লালকিল্লালৈকে সকলোবোৰ সজাই পৰাই তোলা হৈছে নতুন ৰূপত। এই আনন্দৰ মাজতে আহিছে আন এক…
আৰু পঢ়ক...

কাকপথাৰত দুই ড্ৰাগছ সৰবৰাহকাৰী আটক

ডিজিটেল সংবাদ, কাকপথাৰঃ তিনিচুকীয়া জিলাৰ কাকপথাৰত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে নিচাযুক্ত দ্ৰব্যৰ অবাধ প্ৰচলন। অঞ্চলটোত অবৈধ দেশী-বিদেশী সুৰাৰ প্ৰচলনৰ সমান্তৰালকৈ ড্ৰাগছ, কানিৰ অবাধ প্ৰচলনেও উঠি অহা প্ৰজন্মক বিপথে পৰিচালিত কৰি শৈক্ষিক…
আৰু পঢ়ক...

নিশা ১২ বজাৰ পৰা পুৱা ৬ বজালৈ বন্ধ হ’ব ইণ্টাৰনেট

ডিজিটেল ডেস্কঃ নিশা ১২ বজাৰ পৰা পুৱা ৬ বজালৈ চাব নোৱাৰিব ইণ্টাৰনেট। অনলাইন ভিডিঅ’ আৰু ছ’চিয়েল মিডিয়াৰ পৰা আসক্তি দূৰ কৰিবৰ বাবেই এই সিদ্ধান্ত গ্ৰহণৰ যো-জা চলাইছে চৰকাৰে। অৱশ্যে ভয় খোৱাৰ কোনো কাৰণ নাই। কিয়নো এই সিদ্ধান্ত ভাৰত চৰকাৰৰ নহয়।…
আৰু পঢ়ক...