বেংক বিষয়া জুনু শৰ্মা হত্যাকাণ্ডৰ সন্দেহত ৩জনক আটক

ডিজিটেল সংবাদ, গুৱাহাটীঃ বেংক বিষয়া জুনু শৰ্মা হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহত ৩জন লোকক আটক কৰিছে আৰক্ষীয়ে। শনিবাৰে নিশাৰ ভাগত অভিযান চলাই আৰক্ষীয়ে লোক কেইজনক আটক কৰে। পৃথক পৃথক স্থানৰ পৰা অভিযান চলাই লোক ৩জনক আটক কৰে আৰক্ষীয়ে।…
আৰু পঢ়ক...

জুবিন গাৰ্গক উদ্দেশ্যি অশ্লীল মন্তব্য, নগাঁৱৰ চাও জীতুমণিক আটক

ডিজিটেল সংবাদ, গুৱাহাটীঃ জুবিন গাৰ্গ সন্দৰ্ভত ফেচবুকত কৰা অশ্লীল মন্তব্য প্ৰসংগই গ্ৰহণ কৰিছে নতুন মোৰ। লুইত কুমাৰ বৰ্মন নামৰ এজন লোকৰ বিৰুদ্ধে জুবিন পত্নী তথা ফেশ্যন ডিজাইনাৰ গৰিমা শইকীয়া গাৰ্গে তৰা গোচৰক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ…
আৰু পঢ়ক...

গৰু চোৰ কৰি আৰক্ষীৰ জালত গাঁও পঞ্চায়তৰ সভাপতি

এইবাৰ গৰু চোৰৰ অভিযোগ পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে। গৰু চুৰিত জড়িতৰ অভিযোগত তেজপুৰত আটক গাঁও পঞ্চায়তৰ সভাপতি৷ ৰাজগড় গাঁও পঞ্চায়তৰ সভাপতি মোজাম্মিল হকক আটক। শনিবাৰে নিশা কৰৈয়নী বঙালী গাঁৱৰ বাসগৃহৰ পৰা আৰক্ষীয়ে কৰিলে সভাপতিজনক।…
আৰু পঢ়ক...

জুৰীয়াত মাজনিশা ডিঙিৰ অলংকাৰ কাঢ়ি মহিলাক গুলীয়াই হত্যা ডকাইতৰ

ডিজিটেল সংবাদ, জুৰীয়াঃ নগাঁও জিলাৰ জুৰীয়াত পুনৰ সংঘটিত হৈছে চাঞ্চল্যকৰ ডকাইতি কাণ্ড৷ শনিবাৰে নিশা বন্দুকধাৰী ডকাইতৰ এটা দলে এজন মৰাপাট ব্যৱসায়ীৰ ঘৰত প্ৰৱেশ কৰি ডকাইতি সংঘটিত কৰে। ডকাইতৰ দলটোৱে ফক্কৰ উদ্দিন নামৰ ব্যৱসায়ীজনৰ ঘৰৰ পৰা…
আৰু পঢ়ক...

বৰষুণ-বিস্ফোৰণ… পূজাক লৈ শংকিত নেকি আপুনি?

♦ ডি জে ধনন্তৰি চাওতে চাওতে পূজা পালেহিয়েই। শুকুৰবাৰলৈকে সকলোৰে মনত এটাই মাথো চিন্তা। পূজাত বৰষুণ হ’ব নেকি? পূজাত যে কাহানিও বৰষুণ নিদিয়ে তেনে কোনো কথা নহয়। ধাৰাসাৰ বৃষ্টিয়েও ম্লান পেলাব নোৱাৰে পূজাৰ আনন্দ-উছাহ। এইবাৰ পিছে বৰষুণক লৈ ইমান…
আৰু পঢ়ক...

নগাঁৱত স্বাধীনতা দিৱস ফুটবলত পঞ্জাৱৰ বি এছ এফ দল চূড়ান্ত বিজয়ী

ডিজিটেল সংবাদ, নগাঁওঃ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে অন্যতম পুৰণি তথা আগশাৰীৰ নগাঁৱৰ সৰ্বভাৰতীয় ৭০ সংখ্যক স্বাধীনতা দিৱস কাপ প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাখনিৰ শনিবাৰে অনুষ্ঠিত চূড়ান্ত খেলখনত পঞ্জাৱৰ বি এছ এফ দলে কলকাতাৰ মহমেদান স্পৰ্টিং ক্লাৱক…
আৰু পঢ়ক...

১ মিনিটত ২৫ খবৰ

১. অকলেই পঞ্চায়ত নিৰ্বাচন খেলিবলৈ প্ৰস্তুত হৈছে অগপ। শনিবাৰে এই মন্তব্য কৰে মন্ত্ৰী কেশৱ মহন্তই। ২. শনিবাৰে মহানগৰীৰ ফাঁচী বজাৰৰ বিস্ফোৰণৰ পাছতে তৎপৰ মহানগৰ আৰক্ষী। মহানগৰীৰ বিভিন্ন স্থানত যান-বাহনত তালাচী চলাইছে আৰক্ষীয়ে। ৩. তিৱাসকলক…
আৰু পঢ়ক...

গহপুৰত ব্যৱসায়ীলৈ দুৰ্বৃত্তৰ গুলীচালনা, জি এম চি এইচত নাপালে বিনামূলীয়া চিকিৎসা

গহপুৰত ব্যৱসায়ীলৈ দুবৃত্তৰ গুলী... জি এম চিত অস্ত্ৰোপচাৰ কৰোৱা বাবে পঞ্চাশ হাজাৰ ভৰিলে যোগেন্দৰৰ পৰিয়ালে ডিজিটেল সংবাদ, উত্তৰ অসমঃ দুৰ্গা পূজালৈ মাজত মাথোঁ দুটা দিন বাকী থকা অৱস্থাত যোৱা নিশা গহপুৰত সংঘটিত হয় এক গুলীচালনাৰ ঘটনা। নিশা…
আৰু পঢ়ক...

কাৰ্বি পাহাৰত সন্ধান পোৱা গৈছে দুষ্প্ৰাপ্য আৰু মূল্যবান প্লেটিনামৰ

কাৰ্বি পাহাৰত সন্ধান পোৱা গৈছে দুষ্প্ৰাপ্য প্লেটিনামৰ। এই সন্দৰ্ভত মৃদুল কুমাৰ সন্দিকৈৰ এক প্ৰতিবেদন। কাৰ্বি পাহাৰ, প্ৰকৃতিৰ ৰম্য ভূমি।ভৰি আছে প্ৰাকৃতিক সম্পদেৰে। এই সিংহাসন পাহাৰতে সন্ধান পোৱা গৈছে বিশ্বৰ দুষ্প্ৰাপ্য আৰু মূল্যবান ধাতু…
আৰু পঢ়ক...

মায়াবী চোৰক লৈ অসম আৰক্ষীত চাঞ্চল্যঃ এছ আইসহ ৭ জনক নিলম্বন!

ডিজিটেল সংবাদ, গুৱাহাটীঃ এটা চোৰ। এই চোৰটোৰ বাবে এতিয়া অসম আৰক্ষীৰ ভিতৰচ’ৰাত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। অসম আৰক্ষীৰ জোলোকা-জোলোকে পানী খুউওৱা এই চোৰটো হৈছে জাহিৰুল ইছলাম। কিছুদিন পূৰ্বে মহানগৰীৰ কোনো এক স্থানত চুৰি কাৰ্য সংঘটিত কৰি…
আৰু পঢ়ক...