শেহতীয়া খবৰ
কোহলিৰ শতকেৰে তৃতীয় টেষ্টত জয়ৰ দিশে টীম ইণ্ডিয়া  •  নিৰ্মাণ সম্পূৰ্ণ নৌহওঁতেই বিপদৰ ইংগিত, নামনি-সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত ভয়ংকৰ ভূমিস্খলন  •  গালি নহয়, ‘নতুন প্ৰজন্ম’ক দিয়ক হাত তালি  •  ভাইৰাছেৰে আকাশ চুলে অসম এনচিচিৰ এয়াৰ উয়িঙে  •  টিউবেলৰ পানীত বিহ, ৩ পৰিয়ালৰ ১৫ সদস্যাক হত্যাৰ অপচেষ্টা  •  বাক্সাত অজগৰ উদ্ধাৰ  •  প্ৰথম মেচতেই ভাৰতীয় হকী দলৰ বৃহৎ সাফল্যঃ ১৭-০ গ’লত ইণ্ডোনেছিয়াক পৰাস্ত  •  মোবাইলৰ বাবে জিএছ ৰোডত সহকৰ্মীক নৃশংসভাৱে হত্যা  •  মেৰাপানীত নাগালেণ্ডৰ বিৰুদ্ধে পুনৰ অনিৰ্দ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ  •  মেৰাপানীত নাগালেণ্ডৰ বিৰুদ্ধে পুনৰ অনিৰ্দ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

কেৰালাৰ বানাক্ৰান্তলৈ কংগ্ৰেছী সাংসদ-বিধায়কৰ এমাহৰ দৰমহা

ডিজিটেল ডেস্কঃ ভয়াৱহ বানত বিধস্ত হৈ পৰিছে সমগ্ৰ কেৰালা। কেন্দ্ৰই ৫০০ কোটিৰ বিশেষ সাহায্য ঘোষণা কৰাৰ লগতে বিভিন্ন দল-সংগঠন, প্ৰতিষ্ঠানে বান বিধ্বস্ত ৰাজ্যখনলৈ আগবঢ়াইছে সহায়ৰ হাত। ইয়াৰ মাজতে ৰাজ্যখনৰ বানাক্ৰান্তসকলক সহায়ৰ বাবে আগবাঢ়ি…
আৰু পঢ়ক...

ভাৰতৰ স্বাধীনতা দিৱসত অংশ ল’লে চীনা সেনাই

ডিজিটেল সংবাদ, ইটানগৰঃ ঘনে ঘনে সলনি হৈছে ভাৰত-চীন সীমান্তত দৃশ্যপট। দুদিনৰ আগলৈকে সীমান্তত দুই দেশৰ সেনাৰ মাজত সংঘাতৰ খবৰে বাতৰিৰ শিৰোনাম দখল কৰিছিল। ডোকলামত ভাৰত আৰু চীন সেনাৰ মাজত গতিয়াগতি পৰ্যন্ত হোৱাৰ ৪৮ ঘণ্টাৰ পাছতেই বিপৰীত এক দৃশ্য…
আৰু পঢ়ক...

জীৱনৰ বাজিৰে কেৰালাৰ বানত ২৫টাকৈ কুকুৰৰ প্ৰাণ বচাই বিশ্বজুৰি চৰ্চিত সুনীতা

ডিজিটেল ডেস্কঃ পানী বাঢ়িয়েই আছে। সম্পূৰ্ণৰূপে ডুব গৈছে বিছনা। ডুব যোৱা বিছনাৰ ওপৰত তুলি দিয়া হৈছে আৰু এখন বিছনা। সেই বিছনাখনত মানুহ নহয় আছে কুকুৰ। এটা-দুটা নহয় ২৫টাকৈ কুকুৰক ভয়াৱহ বানৰ পৰা এনেদৰেই প্ৰাণ বছোৱাৰ চেষ্টা চলাইছে কেৰালাৰ এগৰাকী…
আৰু পঢ়ক...

উমৰাংছুত বৃহৎ পৰিমাণৰ চোৰাং পাইন গছৰ কুণ্ডা জব্দ

ডিজিটেল সংবাদ, হাফলংঃ  বিগত কিছুদিন ধৰি ডিমা হাছাও জিলাত দুষ্ট চক্ৰই অব্যাহত ৰাখিছে বন ধ্বংস যজ্ঞ। স্থানীয় লোকসকলে এই সন্দৰ্ভত অভিযোগ উত্থাপন কৰি অহাৰ সময়তে জিলাখনত শনিবাৰে জব্দ হয় বৃহৎ পৰিমাণৰ পাইন গছৰ কুণ্ডা। জিলাখনৰ আৰক্ষী পৰিদৰ্শকৰ…
আৰু পঢ়ক...

ইন্দিৰা গান্ধী বিদ্যা বালান মুখ্যমন্ত্ৰী হ’ব

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী হৈ প্ৰধানমন্ত্ৰী নহয়। প্ৰথমে প্ৰধানমন্ত্ৰী, তাৰ পিছতহে মুখ্যমন্ত্ৰী। ৰাজনীতিৰ ক্ষেত্ৰখনত এয়া অসম্ভৱ হ'লেও অভিনয়ত দুয়োটা পদবী একেই। সেয়ে এতিয়া প্ৰথমে প্ৰধানমন্ত্ৰী হৈ পিছত মুখ্যমন্ত্ৰী হ'বলৈ ওলাইছে বলীউডৰ…
আৰু পঢ়ক...

ধেমাজি নগৰ সমিতিৰ অনিয়মৰ তদন্ত বিচাৰি আছুৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি নগৰৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত শনিবাৰে ধেমাজি আছুৱে ধেমাজি সদৰ থানাৰ সমীপৰ তিনিআলিস্থিত আছুৰ কাৰ্যালয়ৰ সন্মুখত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে৷ ধেমাজি নগৰ সমিতিত চলি থকা দুৰ্নীতি বন্ধ কৰা,…
আৰু পঢ়ক...

দিনকণা

স্বাধীনতা শব্দটো দিন আৰু ৰাতিৰ সমাৰ্থক বা একত্ৰ ৰূপক হিচাপে ব্যৱহাৰ কৰিব পাৰি। প্ৰাক্ স্বাধীনতাৰ কালছোৱাক ৰাতি আৰু স্বাধীনতাৰ পৰৱৰ্তী সময়খিনিক দিনৰ সৈতে ৰিজাব পাৰি। পোন্ধৰ আগষ্টৰ দিনা লালকিল্লাৰ বাণী আৰু ৰাজপথৰ বীৰ-বিক্ৰম শুনিলে-দেখিলে এনে…
আৰু পঢ়ক...

শান্তিৰ নোবেলজয়ী ৰাষ্ট্ৰসংঘৰ প্ৰাক্তন সচিব প্ৰধান কফি আন্নানৰ মৃত্যু

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰসংঘৰ প্ৰাক্তন সচিব প্ৰধান নোবালেজয়ী কফি আন্নান আৰু নাই। শনিবাৰে ৮০ বছৰ বয়সত ছুইজাৰলেণ্ডৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে সমগ্ৰ বিশ্বতে অভূতপূৰ্ব জনপ্ৰিয়তা অৰ্জন কৰা আন্নানে। টুইটাৰৰ জৰিয়তে এই কথা সদৰী কৰিছে তেওঁৰ…
আৰু পঢ়ক...

জোৱায়েকৰ দাৰ ঘাপত প্ৰাণ গ’ল শাহুৱেকৰ, কামৰূপৰ মুক্তাপুৰত চাঞ্চল্য

ডিজিটেল সংবাদ, বাইহাটা চাৰিআলিঃ জোৱায়েকৰ দাৰ ঘাপত শাহুৱেক নিহত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে কামৰূপ জিলাৰ বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত মুক্তাপুৰত। অঞ্চলটোৰ পূবপাৰ জতিয়াভাংগাৰা গাঁৱত শুকুৰবাৰে নিশা সংঘটিত হয় এই অঘটন। উল্লেখ্য যে…
আৰু পঢ়ক...

গোগামুখত খাদ্যত বিষক্ৰিয়া, শিশুসহ অৰ্ধশতাধিক আক্ৰান্ত

ডিজিটেল সংবাদ, গোগামুখঃ ধেমাজি জিলাৰ গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত ভুমা পদ্মপুৰত খাদ্যত বিষক্ৰিয়া হৈ ১৬টি শিশুসহ অতিকমেও ৯০জনকৈ লোক চিকিৎসাধীন হ'বলগীয়া হৈছে। জানিব পৰা মতে, ভুমা পদ্মপুৰ নামৰ গাওঁখনত শুকুৰবাৰে এটা পৰিয়ালত অনুষ্ঠিত হৈছিল…
আৰু পঢ়ক...