শেহতীয়া খবৰ
গোলাঘাটত আৰক্ষীৰ জালত নিচাযুক্ত সামগ্ৰী সৰবৰাহকাৰী  •  শ্ৰমিকৰ পি এফক লৈ বঞ্চনা, গ্ৰেপ্তাৰ কাছাৰৰ চাহ বাগিচাৰ সহকাৰী প্ৰবন্ধক  •  'পাকিস্তান মূৰ্দাবাদ' শ্ল'গান দিয়ক আৰু ৰেহাই মূল্যত খাওক মাংসৰ পকোৰা...  •  গোলাঘাটত ব্ৰাউন ছুগাৰসহ এজনক আটক  •  'বিজেপি চৰকাৰৰ সুশাসন দেখি বিৰোধী দলবোৰ ঈৰ্ষাত জ্বলি-পুৰি মৰিছে'  •  জামুগুৰিহাটত পত্নীক হত্যা কৰি ঘৰৰ চৌহদত পুতি থোৱা স্বামীক মৰিয়াই মৰিয়াই হত্যা...  •  আইৰ মুখৰ ভাষা  •  ‘প্ৰথম প্ৰধানমন্ত্ৰী চৰ্দাৰ পেটেল হোৱা হ’লে দেশত কাশ্মীৰকলৈ সমস্যা নাথাকিল হেঁতেন’  •  ভাল খবৰ! ৰে’লৱে বিভাগত ওলাইছে চাকৰি, সবিশেষ...  •  কোকৰাঝাৰত বিপিএফৰ সভা, আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণকৌশলৰ সন্দৰ্ভত আলোচনা...

ঘন কুঁৱলীৰ বাবে ৰাজধানী দিল্লীত ব্যাহত ৰে’ল সেৱা

ঘন কুঁৱলীৰ বাবে ৰাজধানী দিল্লীত ব্যাহত ৰে’ল সেৱা। ঘন কুঁৱলীৰ বাবে ১২ খন ৰে’লৰ যাত্ৰাত বিলম্ব। কেইবাদিনো ধৰি কুঁৱলীৰ বাবে ব্যাহত হৈ আহিছে ৰে’ল সেৱা। ঘন কুৱলীৰ বাবে বিগত কেইটামান দিনত ব্যাহত হৈছে বিমান সেৱায়ো ।
আৰু পঢ়ক...

আজি মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ প্ৰতিষ্ঠা দিৱস

আজি মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ প্ৰতিষ্ঠা দিৱস।  ৰাজ্য দুখনে উদযাপন কৰিব ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱস। ১৯৮৭ চনৰ আজিৰ দিনটোতে ৰাজ্য হিচাপে স্বীকৃতি পাইছিল মিজোৰাম আৰু অৰুণাচল প্ৰদেশ। ৰাজ্য দুখনৰ কেইবা ঠাইতো আয়োজন কৰা হৈছে প্ৰতিষ্ঠা…
আৰু পঢ়ক...

আজি জি এছ টি পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠক

আজি জি এছ টি পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠক। দিল্লীত অনুষ্ঠিত হ’ব গ্ৰুপ অৱ মিনিষ্টাৰৰ বৈঠক। কেইবাবিধো সামগ্ৰীৰ জি এছ টি হ্ৰাস পোৱাৰ সম্ভাৱনা। গৃহ নিৰ্মাণ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱনা বৈঠকত।
আৰু পঢ়ক...

কামাখ্যা মন্দিৰৰ মেখেলা উজুৱা পথত এজন লোকৰ আত্মহত্যা

কামাখ্যা মন্দিৰৰ মেখেলা উজুৱা পথত এজন লোকৰ আত্মহত্যা। পাহাৰৰ ওপৰত এজোপা গছত চিপ লৈ আত্মহত্যা লোকজনৰ। এইপৰ্যন্ত চিনাক্ত হোৱা নাই মৃত লোকজন। ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী।
আৰু পঢ়ক...

পুলৱামা কাণ্ডক লৈ ছ’চিয়েল মিডিয়াত ৰাজ্যপালৰ বিতৰ্কিত মন্তব্য

ডিজিটেল ডেস্কঃ পুলৱামত শ্বহীদ হৈছে ৪৪ জনকৈ ভাৰতীয় বীৰ জোৱান। এই ঘটনাই এতিয়া সমগ্ৰ দেশ আৰু ভাৰতৰ বাহিৰতো সৃষ্টি কৰিছে পাকিস্তানৰ বিৰুদ্ধে ক্ষোভ। বীৰ জোৱানক হেৰুৱাই বুকুত উথলি উঠা শোকবোৰ এতিয়া ক্ষোভলৈ ৰূপান্তৰিত হৈছে। পুলৱামাত বীৰ জোৱানৰ ওপৰত…
আৰু পঢ়ক...

১ মিনিটত ২৫ খবৰ…

১. বিহাৰৰ গায়াত ৮০০ মিটাৰ ভাৰতীয় জাতীয় পতাকা লৈ ত্ৰিৰংগা যাত্ৰা সহস্ৰাধিক ৰাইজৰ। পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হোৱা চিআৰপিএফ জোৱানসকলক ত্ৰিৰংগা যাত্ৰাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন। ২. বুধবাৰে অনুষ্ঠিত হ’বলগীয়া জম্মুৰ বিদ্যালয়ৰ অষ্টম…
আৰু পঢ়ক...

সাংস্কৃতিক কৰ্মী ভাস্কৰ দত্তৰ মৃত্যুত শিৱসাগৰত গভীৰ শোক

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰৰ অন্যতম সাংস্কৃতিক কৰ্মী, ভূপেন হাজৰিকাৰ পৰম ভক্ত তথা সমাজ জীৱনৰ পুৰোধা ব্যক্তি ভাস্কৰ দত্তৰ মঙলবাৰে পুৱা শিৱসাগৰৰ এখন ব্যক্তিগত নাৰ্চিং হোমত মৃত্যু ঘটে। শিৱসাগৰ চহৰৰ ষ্টেচন চাৰিআলিৰ প্ৰবীন…
আৰু পঢ়ক...

ডাইনী সন্দেহত কোকৰাঝাৰত একে পৰিয়ালৰ ৩ সদস্যক আক্ৰমণ

ধুবুৰী-কোকৰাঝাৰ সীমান্তৰ মদাতী গাওঁত ভয়ংকৰ ঘটনা। ডাইনী সন্দেহত একেটা পৰিয়ালৰ তিনিজনক হত্যাৰ অপচেষ্টা। কোকৰাঝাৰ জিলাৰ কাজিগাঁও আৰক্ষী আৰু সচেতন ৰাইজৰ সহায়ত কথমপি প্ৰাণৰক্ষা তিনিওজনৰ। ৰাইজৰ প্ৰহাৰত গুৰুতৰভাৱে আহত নিৰ্জয় ৰাভা,…
আৰু পঢ়ক...

ৰাণা গোস্বামীক এ আই চি চিৰ সম্পাদক নিযুক্তি

ৰাণা গোস্বামীক এ আই চি চি সম্পাদকৰ দায়িত্ব। উত্তৰপ্ৰদেশ (ৱেষ্ট)ৰ দায়িত্বত থাকিব গোস্বামী। সাধাৰণ সম্পাদক জ্যোতিৰাদিত্য সিন্ধিয়াক সহযোগ কৰিব গোস্বামীয়ে। এ আই চি চিৰ সূত্ৰই প্ৰকাশ কৰিছে এই কথা।
আৰু পঢ়ক...

কেবিনেটৰ অনুমোদন, অতীত হ’ব তিনি তালাক

ডিজিটেল ডেস্কঃ যোৱা ১৩ ফেব্ৰুৱাৰীত অন্ত পৰা মোডী চৰকৰাৰ অন্তিমখন ৰাজ্যসভা অধিৱেশনত উত্থাপন নোহোৱাৰ পিছত মঙলবাৰে কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট বৈঠকত তিনি তালাক বিধেয়কখনত অনুমোদন জনায়। মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত প্ৰধানমন্ত্ৰী…
আৰু পঢ়ক...