শেহতীয়া খবৰ
কোহলিৰ শতকেৰে তৃতীয় টেষ্টত জয়ৰ দিশে টীম ইণ্ডিয়া  •  নিৰ্মাণ সম্পূৰ্ণ নৌহওঁতেই বিপদৰ ইংগিত, নামনি-সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত ভয়ংকৰ ভূমিস্খলন  •  গালি নহয়, ‘নতুন প্ৰজন্ম’ক দিয়ক হাত তালি  •  ভাইৰাছেৰে আকাশ চুলে অসম এনচিচিৰ এয়াৰ উয়িঙে  •  টিউবেলৰ পানীত বিহ, ৩ পৰিয়ালৰ ১৫ সদস্যাক হত্যাৰ অপচেষ্টা  •  বাক্সাত অজগৰ উদ্ধাৰ  •  প্ৰথম মেচতেই ভাৰতীয় হকী দলৰ বৃহৎ সাফল্যঃ ১৭-০ গ’লত ইণ্ডোনেছিয়াক পৰাস্ত  •  মোবাইলৰ বাবে জিএছ ৰোডত সহকৰ্মীক নৃশংসভাৱে হত্যা  •  মেৰাপানীত নাগালেণ্ডৰ বিৰুদ্ধে পুনৰ অনিৰ্দ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ  •  মেৰাপানীত নাগালেণ্ডৰ বিৰুদ্ধে পুনৰ অনিৰ্দ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

গোগামুখৰ খাদ্য বিষক্ৰিয়াত আক্ৰান্তৰ সংখ্যা ৩০০লৈ বৃদ্ধি

গোগামুখৰ খাদ্য বিষক্ৰিয়াত আক্ৰান্তৰ সংখ্যা ৩০০লৈ বৃদ্ধি। ইয়াৰে ৭০ গৰাকী শিশু। বহু কেইজনৰ অৱস্থা সংকটজনক। উন্নত চিকিৎসাৰ বাবে পৰ্যায়ক্ৰমে পঠিওৱা হৈছে লখিমপুৰ-ধেমাজিলৈ। ধেমাজি জিলাৰ গোগামুখ ৰাজহচক্ৰ অন্তৰ্গত ভূমা পদ্মপুৰ গাঁৱত…
আৰু পঢ়ক...

নগাঁৱৰ জুৰীয়াৰ ৰাজপথত ডকাইতি

নগাঁৱৰ জুৰীয়াত ডকাইতি কাণ্ড। পিষ্টল দেখুৱাই ডকাইতে লুটি নিলে ধন। ৰফিকুল ইছলামৰ পৰা ডকাইতে নিলে ১ লাখ টকা। এছ বি আইৰ গ্ৰাহকসেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰ আছিল ৰকিবুল। নগাঁৱৰপৰা জুৰীয়ালৈ আহি থকা সময়ত এই ঘটনা। ৰাজপথৰ পৰাই ডকাইতি…
আৰু পঢ়ক...

সাৱধান! ডেইৰী মিল্ক চকলেটত পোক

ডিজিটেল সংবাদ, উত্তৰ অসমঃ আপুনি চকলেট খাই ভাল পাই নেকি? যদি খাই, তেন্তে সাৱধান হওঁক। কিয়নো যিকোনো মুহূৰ্ততে আপুনি খোৱা চকলেটত ওলাব পাৰে পোক। এনে এটা ঘটনা আজি সন্ধ্যা সংঘটিত হৈছে বিশ্বনাথ আৰু লখিমপুৰ জিলাৰ সীমামূৰীয়া হাৱাজানত। খলিহামাৰীৰ…
আৰু পঢ়ক...

আৰম্ভ হ’ল পবিত্ৰ ভাদ মাহঃ ৰাজ্যৰ সত্ৰ-নামঘৰ সৰ্বত্ৰে হৰিনামৰ বোল

ডিজিটেল ডেস্কঃ পবিত্ৰ ভাদ মাহ আৰম্ভ হোৱাৰ লগে লগেই ৰাজ্যজুৰি আৰম্ভ হৈছে নাম-প্ৰসংগ। ঢেকীয়াখোৱা নামঘৰ, মাজুলী, বৰপেটা সত্ৰ, মধূপুৰ সত্ৰৰ লগতে আজিৰ পৰা ভাদ মাহৰ নাম-প্ৰসংগ চলিছে ৰাজ্যৰ ৮০০ সৰু-ডাঙৰ সত্ৰৰ লগতে ১৫ সহস্ৰাধিকৰো অধিক ৰাজহুৱা…
আৰু পঢ়ক...

এছিয়ান গেমছঃ ভাগ হিমা ভাগ…

 ধ্ৰুৱজ্যোতি ধনন্তৰি আকৌ স্বৰ্ণ জয় কৰিব হিমাই। আজিৰে পৰা আৰম্ভ হোৱা এছিয়ান গেমছক লৈ এয়াই আশা অসমবাসীৰ। কেৱল অসমবাসীয়েই নে? সমগ্ৰ দেশবাসীয়ে বাট চাই ৰৈছে সেই বিশেষ মুহূৰ্তটোলৈ। জাকাৰ্টাৰ পৰা খবৰ আহিব। এথলেটিকছৰ ২০০ আৰু ৪০০ মিটাৰ উভয়তে স্বৰ্ণ…
আৰু পঢ়ক...

পুনৰ প্ৰকাশ পালে ‘কলংপাৰ’

ডিজিটেল ডেস্ক, নগাঁওঃ নগাঁৱৰ পৰা প্ৰকাশিত ‘কলংপাৰ’ সাপ্তাহিক কাকতখন আজিৰ পৰা পুনৰ প্ৰকাশ পাইছে। আজি নগাঁও শ্বহীদ ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত কাকতখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে দৌৰবিদ হিমা দাসৰ পিতৃ ৰঞ্জিত দাসে। শিক্ষাবিদ যুক্তিনাথ খাওন্দৰ…
আৰু পঢ়ক...

অবৈধ নাগৰিকৰ বিৰুদ্ধে অৰুণাচলপ্ৰদেশত আপছুৰ ‘ক্লীন অৰুণাচল’ অভিযান

ডিজিটেল ডেস্ক, ইটানগৰঃ অসমত যোৱা ৩০ জুলাইত এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পাছতেই সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাই (আপছু) ৰাজ্যখনত অসমৰ পৰা বহু অবৈধ বাংলাদেশী লোকে প্ৰৱেশ কৰিব বুলি আশংকা কৰিছিল। সমগ্ৰ অৰুণাচলতে কোনো যাৱতীয় অনুমতি আৰু পাৰপত্ৰ…
আৰু পঢ়ক...

‘দ্য লিট’ল হিৰ’- হাইদৰলৈ আহিছে এটা ভাল খবৰ…

ডিজিটেল ডেস্কঃ হাইদৰলৈ আহিছে ভাল খবৰ। ‘দ্য লিট’ল হিৰ’- হাইদৰ’ শীৰ্ষক প্ৰতিবেদন পঢ়াৰ পাছতেই ৮ বছৰীয়া হাইদৰৰ প্ৰতি বহুতৰে আগ্ৰহ আৰু আন্তৰিকতা বাঢ়িছে। এন আৰ চিত পৰিয়ালৰ সকলোৰে নাম আহিছে যদিও নাম নাই হাইদৰৰ। এন আৰ চিত নাম নহাৰ বাবে শংকিত হৈ…
আৰু পঢ়ক...

জাকাৰ্টাত আড়ম্বৰপূৰ্ণ উদ্বোধনী অনুষ্ঠানেৰে শুভাৰম্ভ এছিয়াৰ মহাৰণ

ডিজিটেল ডেস্কঃ ১৮ আগষ্টত ভাৰতীয় সময় অনুসৰি বিয়লি ৫.৩০ বজাত ইণ্ডোনেছিয়াৰ ৰাজধানী জাকাৰ্টাৰ গেলৌৰা বংগ কাৰনৌ ষ্টেডিয়ামত অনুষ্ঠিত হয় এছিয়ান গেমছৰ বহু প্ৰতীক্ষিত উদ্বোধনী অনুষ্ঠান। এই অনুষ্ঠানত জনপ্ৰিয় গায়ক-গায়িকাৰ সংগীতানুষ্ঠানৰ লগতে…
আৰু পঢ়ক...

নুমলীগড়ত অঘটন, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ছিগিল বিদ্যুতৰ তাৰ

ডিজিটেল সংবাদ, গোলাঘাটঃ অসম শক্তি বিতৰণ কেন্দ্ৰৰ চৰম গফিলতি আৰু দায়িতিহীনতাৰ বাবে আজি বিয়লিৰ ভাগত গোলাঘাট জিলাৰ নুমলীগড় তিনিআলিত এটা বিদ্যুতৰ খুঁটাসহ এজোপা প্ৰকাণ্ড গছ ৰাষ্ট্রীয় ঘাইপথত বাগৰি পৰে। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত সৃষ্টি…
আৰু পঢ়ক...