শেহতীয়া খবৰ
‘দ্য লিট’ল হিৰ’- হাইদৰলৈ আহিছে এটা ভাল খবৰ...  •  জাকাৰ্টাত আড়ম্বৰপূৰ্ণ উদ্বোধনী অনুষ্ঠানেৰে শুভাৰম্ভ এছিয়াৰ মহাৰণ  •  নুমলীগড়ত অঘটন, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ছিগিল বিদ্যুতৰ তাৰ  •  কেৰালাৰ বানাক্ৰান্তলৈ কংগ্ৰেছী সাংসদ-বিধায়কৰ এমাহৰ দৰমহা  •  জীৱনৰ বাজিৰে কেৰালাৰ বানত ২৫টাকৈ কুকুৰৰ প্ৰাণ বচাই বিশ্বজুৰি চৰ্চিত সুনীতা  •  উমৰাংছুত বৃহৎ পৰিমাণৰ চোৰাং পাইন গছৰ কুণ্ডা জব্দ  •  প্ৰধানমন্ত্ৰী হৈ মুখ্যমন্ত্ৰী হ'ব বিদ্যা বালান  •  ধেমাজি নগৰ সমিতিৰ অনিয়মৰ তদন্ত বিচাৰি আছুৰ প্ৰতিবাদ  •  দিনকণা  •  শান্তিৰ নোবেলজয়ী ৰাষ্ট্ৰসংঘৰ প্ৰাক্তন সচিব প্ৰধান কফি আন্নানৰ মৃত্যু

নগাঁৱৰ চামগুৰিত বন্যহস্তীৰ তাণ্ডৱ

ডিজিটেল সংবাদ, চামগুৰিঃ নগাঁৱৰ চামগুৰিৰ সোণাৰিবালিত বন্যহস্তীৰ এটা জাকে চলাই তাণ্ডৱ। বনৰীয়া হাতীৰ জাকটোৱে গাঁওখনৰ তিনিটাকৈ বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰে। হাতীৰ জাকটোক খেদিবলৈ স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়ে যদিও বন বিভাগৰ  কোনো লোক…
আৰু পঢ়ক...

‘দ্য লিট’ল হিৰো’- হাইদৰ!

২০১৭ চনৰ ১৫ আগষ্টত এখন ফটো ভাইৰেল হৈছিল। ডিঙিলৈকে পানীত নামি পতাকা উত্তোলনত ভাগ লৈছিল ৯ বছৰীয়া এটি শিশুৱে। আজি সি কি কৰিলে? ক'লৈ গ'ল স্বাধীনতা দিৱসত অংশ ল’বলৈ? ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে শিশুটিক লৈ এন আৰ চিৰ খবৰ। আমি দিম হাইদৰৰ…
আৰু পঢ়ক...

এন আৰ চিঃ আজি উচ্চতম ন্যায়ালয়ত চূড়ান্ত শুনানি

ডিজিটেল ডেস্কঃ চূড়ান্ত এন আৰ চি খচৰা প্ৰকাশ কৰাৰ পাছত আজি উচ্চতম ন্যায়ালয়ত অনুষ্ঠিত হ'ব এই গোচৰৰ চূড়ান্ত শুনানি। আবেলি ২ বজাত ন্যায়াধীশ ৰঞ্জিত গগৈৰ নেতৃত্বত গঠিত দুজনীয়া বিচাৰপীঠে এন আৰ চি সন্দৰ্ভত ভালে কেইটা গুৰুত্বপূৰ্ণ ৰায়দান কৰাৰ…
আৰু পঢ়ক...

ধেমাজিত স্বাধীনতা দিৱসৰ বিস্ফোৰণত নিহতক সোঁৱৰণ

ডিজিটেল সংবাদ, ধেমাজিঃ ২০০৪ চনৰ ধেমাজি পেৰেড গাউণ্ডত স্বাধীনতা দিৱসৰ বোমা বিস্ফোৰণত নিহতসকলৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ সমগ্ৰ অসমতে শোক দিৱস পালন কৰা হয়। ২০০৪ চনৰ ধেমাজি স্বাধীনতা দিৱসৰ দিনা প্ৰাণ আহুতি দিয়া গিৰীন শইকীয়াৰ পৰিয়ালেও শোক…
আৰু পঢ়ক...

অসম-অৰুনাচল সীমান্তত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত ৩

ডিজিটেল সংবাদ, ওদালগুৰিঃ ১৫ আগষ্টৰ দিনটোতেই ওদালগুৰি জিলাৰ সীমান্তৰ অৰুনাচলত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই ৰাস্তাৰ পৰা কেইবাশ ফুট তলত বাগৰি পৰে এখন টাটা ছাফাৰী। ঘটনাৰ বিৱৰণী মতে ওদালগুৰিৰ ৰৌতাৰ পৰা বুধবাৰে…
আৰু পঢ়ক...

কেৰালাত পানীৰ তলত বিমান বন্দৰ

ডিজিটেল ডেস্কঃ কেৰালাৰ বান পৰিস্থিতি ইমান ভয়াৱহ হৈ পৰিছে যে, ৰাজ্যখনৰ কেবা ঠাইত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। ইফালে, ধাৰাসাৰ বৰষুণৰ বাবে কোচিন বিমান বন্দৰত সকলো ধৰণৰ বিমানৰ উৰণ বন্ধ কৰি দিয়া হৈছে। বিমান বন্দৰটো সীমাৰ দেৱাল পানীয়ে খহাই…
আৰু পঢ়ক...

বাজপেয়ীৰ স্বাস্থ্যৰ বুজ ল’বলৈ এইমছত ৰাজনাথ সিং

ডিজিটেল ডেস্কঃ অটল বিহাৰী বাজপেয়ীৰ স্বাস্থ্যৰ বুজ ল’বলৈ কিছু সময় পূৰ্বে এইমছত উপস্থিত হৈছে গৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং। ইতিমধ্যে বাজপেয়ীৰ স্বাস্থ্য অতি সংকটজনক। আৰু ইজন সিজনকৈ বহু নেতা আহি  বাজপেয়ীৰ স্বাস্থ্যৰ বুজ লৈছে। বাজপেয়ীৰ…
আৰু পঢ়ক...

ৰাজ্যত পুনৰ অভি-নীল সদৃশ কাণ্ড!

ডিজিটেল সংবাদ, উত্তৰ অসমঃ ৰাজ্যত পুনৰ সংঘটিত হৈছে অভি-নীলৰ দৰে অনুৰূপ ঘটনা। একাংশ উন্মাদ লোকে দা, লাঠি, লোৰ ৰ’ডৰে অমানুষিক অত্যাচাৰ চলাই ৪জন যুৱকৰ ওপৰত। বিশ্বনাথৰ চতিয়াৰ ডিপলোঙা বাগিচাৰ ১৫ নম্বৰ লাইনত সংঘটিত হৈছে এই নৃশংস ঘটনা। আৰক্ষীয়ে…
আৰু পঢ়ক...

কেৰালাত পুনৰ ধাৰাসাৰ বৰষুণ, ৰেড এলাৰ্ট জাৰি

ডিজিটেল ডেস্কঃ কেৰালাৰ বান পৰিস্থিতি পুনৰ সূচনীয় হৈ পৰিছে। আজি কেৰালা চৰকাৰে ৰাজ্যখনৰ প্ৰতিখন জিলাতে ৰেড এলাৰ্ট জাৰি কৰিছে।বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যখনত আজি ধাৰাসাৰ বৰষুণ হোৱাৰ আগজাননী দিয়াৰ পাছতে এই পদক্ষেপ লৈছে চৰকাৰে। ইফালে,…
আৰু পঢ়ক...