শেহতীয়া খবৰ
পুলৱামা কাণ্ডক লৈ ছ’চিয়েল মিডিয়াত ৰাজ্যপালৰ বিতৰ্কিত মন্তব্য  •  সাংস্কৃতিক কৰ্মী ভাস্কৰ দত্তৰ মৃত্যুত শিৱসাগৰত গভীৰ শোক  •  ডাইনী সন্দেহত কোকৰাঝাৰত একে পৰিয়ালৰ ৩ সদস্যক আক্ৰমণ  •  কেবিনেটৰ অনুমোদন, অতীত হ’ব তিনি তালাক  •  ডিব্ৰুগড়ৰ লক্ষীনগৰত ৰে’ল খুন্দাত নিহত মাতৃ-কন্যা  •  পুলৱামা ঘটনাক লৈ কি প্ৰতিক্ৰিয়া প্ৰতিৰক্ষা মন্ত্ৰীৰ  •  পুলৱামা ঘটনাক লৈ কি প্ৰতিক্ৰিয়া প্ৰতিৰক্ষা মন্ত্ৰীৰ  •  ৰাণা গোস্বামীক এ আই চি চিৰ সম্পাদক নিযুক্তি  •  কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকলৰ বাবে সুখবৰ...  •  ডিব্ৰুগড়ৰ লক্ষীনগৰত ৰে’লৰ খুন্দাত প্ৰাণ গ’ল পাঁচ বছৰীয়া কন্যাৰ লগতে মাতৃৰ...

আকৌ সিদ্ধুৱে কি ক’লে?

পুলৱামা বিস্ফোৰণৰ পাছত বিতৰ্কিত মন্তব্য কৰি চৰ্চালৈ অহা নৱজোত সিং সিদ্ধুৱে পুনৰ মুখ খুলিছে। নিজৰ স্থিতিত অটল থকা বুলি মন্তব্য সিদ্ধুৰ। ১৯৯৯চনত কান্দাহাৰত কি হৈছিল বুলি প্ৰশ্ন সিদ্ধুৰ। ইয়াৰ বাবে দায়ী কোন বুলিও প্ৰশ্ন কৰিলে…
আৰু পঢ়ক...

‘ভাৰতৰ মনৰ কথা, মোডীৰ স’তে’ শীৰ্ষক প্ৰচাৰ অভিযানৰ শুভাৰম্ভণি…

সোমবাৰে গুৱাহাটীত  ‘ভাৰতৰ মনৰ কথা, মোডীৰ স'তে’ শীৰ্ষক প্ৰচাৰ অভিযানৰ শুভাৰম্ভণি। আগন্তুক লোকসভা নিৰ্বাচনলৈ লক্ষ্য ৰাখি এই প্ৰচাৰ অভিযান আৰম্ভ বিজেপিৰ। যোৱা ৩ ফেব্ৰুৱাৰীত বিজেপিয়ে আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছিল এই প্ৰচাৰ অভিযানৰ।…
আৰু পঢ়ক...

সাৰদা কেলেংকাৰীত অন্তৱৰ্তীকালীন জামিন পালে কোনে…

দেশ জোকাৰি যোৱা সাৰদা কেলেংকাৰী সন্দৰ্ভত উচ্চাৰিত হৈছিল ইজনৰ পাছত সিজনৰ নাম। মন্ত্ৰী, বিধায়ক, নেতা, ব্যৱসায়ী, আৰক্ষী বিষয়াৰ নাম সাঙোৰ খাই পৰিছিল এই কেলেংকাৰীৰে। প্ৰাক্তন বিত্তমন্ত্ৰীৰ পত্নীলৈ কলকাতা উচ্চ ন্যায়ালয়ৰ অন্তৱৰ্তীকালীন…
আৰু পঢ়ক...

পুলৱামাত শ্বহীদ ৫০ জন জোৱান! গুগ’ল-ইউটিবতো পৰিছে ইয়াৰ প্ৰভাৱ… VIDEO

পুলৱামাৰ বিস্ফোৰণত নিহত হ’ল সোমবাৰে চাৰিজনকৈ জোৱান। নিহত জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছে সমগ্ৰ দেশবাসীয়ে। নৰ্থাৰ্ণ কামাণ্ড অৱ আৰ্মীয়েও এই জোৱান সকলৰ প্ৰতি শ্ৰদ্ধা জনাই টুইট কৰিছে। ইফালে, সমগ্ৰ দেশতেই ১৪ ফেব্ৰুৱাৰীত…
আৰু পঢ়ক...

‘৬ জনগোষ্ঠীৰ জনজাতিকৰণ হ’বই’

বিধান সভাত ৬ জনগোষ্ঠী জনজাৰিকৰণৰ প্ৰসংগ। বিধায়ক উৎপল দত্তৰ এক প্ৰশ্নৰ উত্তৰত চন্দ্ৰমোহন পাটোৱাৰীৰ মন্তব্য। '৬ জনগোষ্ঠীৰ জনজাতিকৰণ হ'বই' ' ইয়াক লৈ প্ৰশ্নৰ অৱতাৰণা কৰাৰ প্ৰয়োজন নাই' ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ কফিনত শেষ গজাল…
আৰু পঢ়ক...

ৰঙিয়া ৰে’লৱে ষ্টেচনত উজনিমুৱা চিফুং এক্সপ্ৰেছৰ আগত জপিয়াই আত্মহত্যা যুৱকৰ

ৰঙিয়া ৰে’লৱে ষ্টেচনত অঘটন। ষ্টেচনত যুৱকৰ আত্মহত্যা। উজনিমুৱা চিফুং এক্সপ্ৰেছৰ আগত জপিয়াই আত্মহত্যা এজন যুৱকৰ। জানিব পৰা নাই আত্মহত্যা কৰা যুৱকজনৰ পৰিচয়। ঘটনাস্থলীত উপস্থিত আৰক্ষী।
আৰু পঢ়ক...

লোকসভা নিৰ্বাচনত অসম গণ পৰিষদৰ সৈতে মিত্ৰতা নকৰে বিজেপিয়ে

আগন্তুক লোকসভা নিৰ্বাচনত অসম গণ পৰিষদৰ সৈতে মিত্ৰতা নকৰে বিজেপি দলে। এই ঘোষণা  কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি ৰাঞ্জিত দাসে। অকলেই নিৰ্বাচনত অৱতীৰ্ণ হ’ব বিজেপি। অগপৰে মিত্ৰতা নকৰাৰ কথা ইতিমধ্যে জনাইছে দলৰ ৰাষ্ট্ৰীয় সভাপতি অমিত…
আৰু পঢ়ক...

সিদ্ধুয়ে জ্বলালে পঞ্জাৱ বিধান সভা!

পঞ্জাব বিধানসভাত উত্তপ্ত পৰিস্থিতি। জম্মু–কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্ৰমণক লৈ নৱজ্যোত সিং সিদ্ধুৱে কৰা মন্তব্যক লৈ উত্তাল সদন। পাকিস্তানৰ বিৰুদ্ধে নৰম স্থিতি গ্ৰহণ কৰি সিদ্ধুৱে কৈছিল – ‘সন্ত্ৰাসবাদীৰ কোনো জাতি–ধৰ্ম নাই। এই আক্ৰমণৰ…
আৰু পঢ়ক...

তিনিচুকীয়াত ‘পাকিস্তান জিন্দাবাদ’!

তিনিঢুকীয়া জিলাৰ লিডুত সোমবাৰে উত্তপ্ত পৰিস্থিতি। পুলৱামাৰ আত্মঘাতী ঘটনাক লৈ ‘পাকিস্থান জিন্দাবাদ’ বুলি ফেচবুকত আপডেট দিছিল এজন ছাত্ৰই। তাৰপাছত ক্ষোভিত ৰাইজৰ ৰোষৰ বলি হয় ছাত্ৰজন। লিডু কনিষ্ঠ মহাবিদ্যালয়ৰ দ্বিতীয়…
আৰু পঢ়ক...

ভাৰতৰ ছবি জগতত নিষিদ্ধ পাকিস্তানৰ গায়ক-অভিনেতা…

ভাৰতত পাকিস্তানী শিল্পীৰ ওপৰত নিষেধাজ্ঞা। অল ইণ্ডিয়া চিনে ৱৰ্কাৰ্ছ এছ’চিয়েচনে জাৰি কৰিলে নিষেধাজ্ঞা। ভাৰতৰ ছবি জগতত নিষিদ্ধ পাকিস্তানৰ গায়ক-অভিনেতা। পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পিছতে এই সিদ্ধান্ত AICWAৰ। পাকিস্তানৰ…
আৰু পঢ়ক...