ওড়িশ্যাত তিতলিত নিহতৰ পৰিয়ালক চৰকাৰৰ ১০ লাখ টকাকৈ ক্ষতিপূৰণ

ওড়িশ্যাত তিতলি ঘূৰ্ণী বতাহত নিহত সকলৰ পৰিয়ালক প্ৰদান কৰা হ’ব ১০ লাখ টকাৰ ক্ষতিপূৰণ। পূৰ্বতে এই ধনৰ পৰিমাণ আছিল ৪ লাখ টকা। বুধবাৰে ওড়িশ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে কৰিলে এই ঘোষণা। বিগত কিছুদিন ধৰি তিতলিয়ে বিধংসী ৰূপ ধাৰণ…
আৰু পঢ়ক...

জম্মু-কাশ্মীৰত আৰক্ষীৰ ওপৰত আক্ৰমণ সন্ত্ৰাসবাদীৰ

বুধবাৰে জম্মু-কাশ্মীৰত আৰক্ষীৰ ওপৰত আক্ৰমণ চলালে সন্ত্ৰাসবাদীয়ে। বাৰামুলা অঞ্চলত আৰক্ষীৰ জীপৰ সন্ত্ৰাসবাদীয়ে চলালে এই আক্ৰমণ। আক্ৰমণত দুজন আৰক্ষী জোৱান গুৰুতৰভাৱে আহত। ঘটনাৰ পাছতে অঞ্চলটোত সেনাৰ অভিযান।
আৰু পঢ়ক...

২০১৮ বৰ্ষৰ ‘মেন বুকাৰ বঁটা’ ঘোষণা

বুধবাৰে ২০১৮ বৰ্ষৰ 'মেন বুকাৰ বঁটা' ঘোষণা। আয়াৰলেণ্ডৰ লেখিকা এনা বাৰ্ণছলৈ ২০১৮ বৰ্ষৰ মেন বুকাৰ বঁটা। ‘মিল্কমেন’ শীৰ্ষক গ্ৰন্থৰ বাবে এই স্বীকৃতি প্ৰদান লেখিকাগৰাকীলৈ। মেন বুকাৰ বঁটা বিজয়ী আয়াৰলেণ্ডৰ প্ৰথমগৰাকী লেখিকা এনা বাৰ্ণছ।…
আৰু পঢ়ক...

দক্ষিণ কামৰূপত পথ দুৰ্ঘটনা

বুধবাৰে দক্ষিণ কামৰূপৰ বনগাঁও কেম্পত পথ দুৰ্ঘটনা৷ বাইক আৰু টাটা ইণ্ডিকাৰ মুখামুখী সংঘৰ্ষ। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দীপাংকৰ কলিতা নামৰ বাইক আৰোহীজন। সংকটজনক অৱস্থাত আহত দীপাংকৰ কলিতাক জিএমচিএইচ লৈ প্ৰেৰণ। আহত দীপাংকৰৰ ঘৰ…
আৰু পঢ়ক...

ডিব্ৰুগড়ৰ স্বগৃহত উপস্থিত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ

বুধবাৰে কামাখ্যা দৰ্শনৰ পাছত ডিব্ৰুগড়ৰ স্বগৃহত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। এখন বিশেষ বিমানেৰে গগৈ উপস্থিত হয় ডিব্ৰুগড়ত। মুখ্য ন্যায়াধীশগৰাকীৰ সৈতে একেখন বিমানেৰে ডিব্ৰুগড়লৈ যাত্ৰা কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ…
আৰু পঢ়ক...

শাৰদীয় শুভ কামনা

বৰ্তমানে এই বছৰৰ দুৰ্গোৎসৱ চলি আছে। চৌদিশ শাৰদীয় বতৰৰ শেৱালিৰ সুগন্ধৰে আমোলমোল। গা পুলি নিয়া জহো গ’ল, আনফালে ঠেঁটুৱৈ কঁপোৱা জাৰো আহিবৰ নৌ এথোন। গা জুৰ পেলোৱা বতৰৰ ঋতুৱে বোকোচাত আনিছে শাৰদীয় উৎসৱক। তাৰে শ্ৰেষ্ঠ প্ৰতিনিধি হ’ল দুৰ্গোৎসৱ।…
আৰু পঢ়ক...

ৰঙিয়াৰ খন্দিকৰত ৩ হত্যাকাৰী আটক

ডিজিটেল সংবাদ, তুলসীবাৰীঃ কিছু দিন পূৰ্বে ৰঙিয়াৰ খন্দিকৰত সংঘটিত হৈছিল এক হত্যাকাণ্ড। উক্ত হত্যাকাণ্ডৰে জড়িতৰ অভিযোগত তিনিজনকৈ লোকক আটক কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৩০ জুলাইত নৃশংস হত্যাকাণ্ড সংঘটিত হৈছিল আনচাৰ আলী নামৰ লোক এজনৰ।…
আৰু পঢ়ক...

পূজাৰ পিছতে এদিনীয়া ক্ৰিকেট উৎসৱ, কোহলি বাহিনীৰ লগতে গুৱাহাটীত উপস্থিত কেৰিবিয়ান দল

ডিজিটেল সংবাদ, গুৱাহাটীঃ ২১ অক্টোবৰৰ ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ এদিনীয়া শৃংখলাৰ বাবে সাজু কৰি তোলা হৈছে মহানগৰীৰ বৰ্ষাপাৰা ষ্টেডিয়াম। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ প্ৰায় সংখ্যক খেলুৱৈ আহি উপস্থিত হৈছেহি গুৱাহাটী মহানগৰীত। বুধবাৰে দুপৰীয়া ১ বজাত…
আৰু পঢ়ক...

মিজোৰামত নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি

মিজোৰামত নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত অমিত শ্বাহ। আইজলৰ লেংপুই বিমানবন্দৰত উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকী। বুধবাৰৰ পৰা মিজোৰামত বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাব তেওঁ। ২৮ নৱেম্বৰৰ পৰা মিজোৰামত বিধানসভা নিৰ্বাচন।…
আৰু পঢ়ক...

ভক্তিমূলক গান বজাবি কিয়? পূজাৰ মণ্ডপত মহিষাসুৰৰ খং, প্ৰাণ ল’লে যুৱকৰ

ডিজিটেল ডেস্কঃ শাৰদীয় দুৰ্গোৎসৱৰ বতৰ। সমগ্ৰ দেশজুৰি শাক্ত ধৰ্মাৱলম্বী লোকসকলে বৰ উলহ মালহৰে শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দু্ৰ্গাক পূজা অৰ্চনা কৰাত ব্যস্ত হৈ পৰিছে। কিন্তু তাৰ মাজতে দিল্লীৰ এক দুৰ্গা মণ্ডপত ঘটিল এক অঘটন। দুৰ্গা মণ্ডপত বাজি থকা…
আৰু পঢ়ক...