শেহতীয়া খবৰ
ডিব্ৰুগড়ত ধঁপাত নিয়ন্ত্ৰণৰ ওপৰত ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা  •  শনিবাৰে সামৰণি পৰিল ৰাভা হাছং স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ  •  আদিবাসী জনজাতিকৰণকলৈ সমিতি গঠনত বিৰোধীতা আছাৰ  •  ৭০ শতাংশ ভোটদানেৰে অন্ত পৰিল ডিমা হাছাও নিৰ্বাচন...  •  লক্ষীধৰ বৰা ক্ষেত্ৰৰ প্ৰতিবাদী সমাবেশত প্ৰথমবাৰলৈ চামিল জাতীয়-জনগোষ্ঠীয় সাহিত্য সভা  •  কোকৰাঝাৰত গুৰুদেৱ কালীচৰণ ব্ৰহ্ম শীৰ্ষক আলোচনা চক্ৰ  •  পুৰণিগুদামত কি অৱস্থা হ'ল বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ, চাওক VIDEO  •  কোকৰাঝাৰ ভোটগাঁওত ৩ দিনীয়া মৌ-মাখি পালনৰ প্ৰশিক্ষণ শিৱিৰৰ সমাপ্ত  •  ৰাভা হাছঙত সৰ্বশক্তিৰে অন্তিম প্ৰচাৰত নামিছে কংগ্ৰেছ-যৌথ সংগ্ৰাম সমিতি  •  ২০ হাজাৰতকৈ অধিক ধন দি সম্পত্তি ক্ৰয় কৰিছিল নেকি? আহি আছে আয়কৰ নটিছ...

বাইহাটা চাৰিআলিত উদ্ধাৰ গুৱাহাটীৰ পৰা চুৰি হোৱা গাড়ী

ডিজিটেল সংবাদ, বাইহাটাঃ বাইহাটা চাৰিআলিত শুকুৰবাৰে উদ্ধাৰ গুৱাহাটীৰ পৰা চুৰি হোৱা হোৱা এখন গাড়ী। কমলপুৰ থানাৰ অন্তৰ্গত কেন্দুকোনাত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হয় হুণ্ডাই আই-২০ গাড়ী খন। উল্লেখ্য যে, গুৱাহাটীৰ চিৰিয়াখানাৰ ওচৰৰ পৰা…
আৰু পঢ়ক...

শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ সমীপত উদ্ধাৰ অচিনাক্ত যুৱতীৰ মৃতদেহ

শিলচৰত উদ্ধাৰ কৰা হৈছে অচিনাক্ত যুৱতীৰ মৃতদেহ । শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ সমীপৰ এক নিৰ্জন স্থানত স্থানীয় লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। যুৱতীগৰাকীক দুৰ্বৃত্তই…
আৰু পঢ়ক...

অহা সপ্তাহত এন এছ চি এন( আই এম)ৰ অধ্যক্ষ আৰু উপাধ্যক্ষৰ নিৰ্বাচন

অহা সপ্তাহত হ’ব এন এছ চি এন( আই এম) ৰ অধ্যক্ষ আৰু উপাধ্যক্ষৰ নিৰ্বাচন। দীৰ্ঘদিনৰ পৰা খালী হৈ আছে দুয়োটা পদ। খালী পদ পূৰণৰ পিছতে হ’ব ভাৰত চৰকাৰৰে চূড়ান্ত চুক্তি। ইশ্বাক ছিছি শ্বুৰ মৃত্যুৰ পিছত খালী হৈছিল অধ্যক্ষৰ পদটো।…
আৰু পঢ়ক...

বাইহাটা চাৰিআলিত ১০ বছৰীয়া শিশুক বলাৎকাৰ, আৰক্ষীৰ জালত অভিযুক্ত, VIDEO

ডিজিটেল সংবাদ, বাইহাটা চাৰিআলিঃ পুনৰ ভূ-লুন্ঠিত মানব সমাজ । বাইহাটা চাৰিআলিত সংঘটিত হ’ল এজন জঘন্য কাণ্ড। বাইহাটা চাৰিআলিৰ কমলপুৰ থানাৰ অন্তৰ্গত গুইয়া গাঁৱত এগৰাকী ১০ বছৰীয়া শিশু কামনাৰ বলি হ'ল এক নৰ পিশাচৰ। গুইয়া গাঁৱৰে ৰতন দাস নামৰ এজন…
আৰু পঢ়ক...

অৰুণাচলৰ চিজুচাত আজিৰে পৰা আৰম্ভ পাকে পাগা হৰ্ণবিল মহোৎসৱ

অৰুণাচলৰ চিজুচাত আজিৰে পৰা আৰম্ভ হৈছে ৰাজ্যিক পাকে পাগা হৰ্ণবিল মহোৎসৱ। উদুলি-মুদুলি চিজুচাৰ মহোৎসৱস্থলী। শুকুৰবাৰে পুৱা ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী চাওনা মেইনয়ে শুভাৰম্ভ কৰিলে এই মহোৎসৱ । দেশী-বিদেশী পৰ্যটকে ভৰি পৰিছে চিজুচা।
আৰু পঢ়ক...

বিশ্বৰ ধুনীয়া ১০ যোৰ চকু…

চকুত থাকে মনৰ ভাষা। চকুৱে কয় বহু কথা। এযোৰ ধুনীয়া চকুৰ আশা কৰে সকলোৱে। সেয়েহে আজিৰ আধুনিক যুগত যিকোনো প্ৰকাৰে এযোৰ ধুনীয়া চকুৰ গৰাকী হ’বলৈ সকলোৱে বিচাৰে। মানুহৰ গুৰুত্বপূৰ্ণ অংগবোৰৰ ভিতৰত চকু অন্যতম। বিশ্বৰ ১০ যোৰ ধুনীয়া চকুৰ গৰাকী…
আৰু পঢ়ক...

গুৱাহাটীৰ পল্টন বজাৰৰ হোটেল চানচিটীত জঘন্য ঘটনা

পুনৰ গুৱাহাটীৰ হোটেলত জঘন্য ঘটনা। পল্টন বজাৰৰ হোটেল চানচিটীত নলবাৰীৰ এগৰাকী যুৱতীক বলাৎকাৰৰ অভিযোগ। ১ জানুৱাৰীৰ নিশা খাদ্যত নিচাজাতীয় দ্ৰব্য মিহলাই অচেতন কৰি এই জঘন্য কাণ্ড সংঘটিত কৰে ইমতাদুল ইছলাম নামৰ ভণ্ড প্ৰেমিকৰ লগতে আন এজন…
আৰু পঢ়ক...

বাক্সাৰ উলুবাৰীত শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ

বাক্সাৰ উলুবাৰীত শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ। বুঢ়াদিয়া নৈত উটি অহা অৱস্থাত উদ্ধাৰ নাৰায়ণ শৰণীয়া নামৰ লোকজনৰ মৃতদেহ। বুঢ়াদিয়া নৈৰ ওপৰত থকা জৰাজীৰ্ণ দলঙৰ পৰা পৰি লোকজনৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে। ৰাইজে প্ৰত্যক্ষ কৰি উদ্ধাৰ কৰে…
আৰু পঢ়ক...

ফিল’বাৰীত সাংসদ প্ৰদান বৰুৱাক কলা পতাকা প্ৰদৰ্শন

ডিজিটেল সংবাদ, পেঙেৰীঃ ফিল’বাৰীত সোণোৱাল কছাৰীৰ স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি ৰাইজৰ ৰোষৰ সন্মুখীন হ’ল লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা ৷ ফিল’বাৰীৰ আছু, যুৱ ছাত্ৰ পৰিষদ, মৰাণ ছাত্ৰ সন্থা আৰু চুতীয়া ছাত্ৰ সন্থাৰ নেতৃত্বই…
আৰু পঢ়ক...

বিশ্বনাথত ১২ ঘণ্টীয়া অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

ডিজিটেল সংবাদ,বিশ্বনাথঃ শুকুৰবাৰে সদৌ আদিবাসী জাতীয় মহাসভাই আহ্বান কৰা ১২ ঘণ্টীয়া অসম বন্ধৰ প্ৰভাৱ বিশ্বনাথটো দেখা গ'ল। বন্ধলৈ সৰ্মথন জনোৱা আছাৰ কৰ্মী আৰু প্ৰতিবাদীকাৰী সকলে পুৱাই বিশ্বনাথ চহৰৰ মাজ-মজিয়াত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ…
আৰু পঢ়ক...