মেৰীকমলৈ পদ্ম বিভূষণ, নাগালেণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জমিৰলৈ পদ্মভূষণ, অসমৰ কোনে পালে পদ্মশ্ৰী…

মেৰীকমলৈ পদ্ম বিভূষণ, নাগালেণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জমিৰলৈ পদ্মভূষণ, অসমৰ কোনে পালে পদ্মশ্ৰী…
  • ২০২০বৰ্ষৰ পদ্ম বিভূষণ,পদ্মভূষণ আৰু পদ্মশ্ৰী প্ৰাপক সকলৰ নাম ঘোষণা।
  • ৭ গৰাকী ব্যক্তিক পদ্ম বিভূষণ, ১৬ গৰাকী ব্যক্তিক পদ্মভূষণ আৰু ১১৮ গৰাকী ব্যক্তিক প্ৰদান কৰা হৈছে পদ্মশ্ৰী সন্মান।
  • বক্সাৰ মেৰীকমলৈ আগবঢ়োৱা হৈছে ২০২০বৰ্ষৰ পদ্ম বিভূষণ সন্মান।
  • নাগালেণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী S. C. Jamirক প্ৰদান কৰা হৈছে পদ্মভূষণ।
  • বিশিষ্ট সাহিত্যিক য়েচে দৰজে থংচিলৈ এই বৰ্ষত আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান।
  • আনহাতে অসমৰ ভিন্ন ক্ষেত্ৰৰ ৫ গৰাকী বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান।
  • শিল্পকলা শিতানত নৃত্য পটিয়সী ইন্দিৰা পি বৰাক আগবঢ়োৱা হৈছে পদ্মশ্ৰী।
  • সাহিত্য আৰু শিক্ষাক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ বাবে লীল বাহাদুৰ চেত্ৰীলৈ পদ্মশ্ৰী।
  • চিকিৎসা ক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ বাবে ড০ ৰবি কানন আৰক প্ৰদান কৰা হৈছে পদ্মশ্ৰী সন্মান।
  • সাহিত্য আৰু শিক্ষাক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ বাবে যোগেন্দ্ৰ নাথ ফুকনলৈ পদ্মশ্ৰী।
  • চিকিৎসা ক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ বাবে ড০ কুশল কোৱঁৰ শৰ্মা আৰক প্ৰদান কৰা হৈছে পদ্মশ্ৰী সন্মান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in