পেৰা অলিম্পিকত ভাৰতৰ ভাৱিনা পেটেলৰ ৰূপৰ পদক নিশ্চিত..

পেৰা অলিম্পিকত ভাৰতৰ ভাৱিনা পেটেলৰ ৰূপৰ পদক নিশ্চিত..
  • টকিঅ'ত অনুষ্ঠিত হৈ থকা পেৰা অলিম্পিকৰ পৰা পুৱাই আহিছে এক ভাল খবৰ।
  • ভাৰতীয় খেলুৱৈ ভাৱিনা পেটেলৰ প্ৰৱেশ কৰিছে ফাইনেলত।
  • পেৰা অলিম্পিকৰ টেবুল টেনিছৰ ফাইনেলত প্ৰৱেশ কৰিছে ভাৱিনা।
  • ইয়াৰ লগে লগে ভাৱিনাৰ ৰূপৰ পদক নিশ্চিত হৈছে।
  • ভাৱিনাৰ টকিঅ'ত পৰা স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হ'ব বুলি আশা কৰা হৈছে।
  • ছেমি ফাইনেলত ভাৱিনাই পৰাস্ত কৰিলে প্ৰাক্তন চেম্পিয়ন চীনৰ ঝেং মিয়াওক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in