বহিঃৰাজ্যত পুনৰ নৃশংস হত্যা অসমৰ যুৱকক!…

বহিঃৰাজ্যত পুনৰ নৃশংস হত্যা অসমৰ যুৱকক!…
  • বহিঃৰাজ্যত নৃশংসভাৱে হত্যা কৰা হৈছে অসমৰ যুৱকক।
  • বাংগালুৰুত হত্যাৰ বলি হৈছে বোকাখাতৰ যুৱক পবিত্ৰ পেগু।
  • বিগত ১২ জানুৱাৰীৰ পৰা নিৰুদ্দেশ হৈ আছিল যুৱকজন।
  • বাংগালুৰুৰ শ্ৰীচাদ্ৰীপুৰম আৰক্ষীয়ে উদ্ধাৰ কৰিছে যুৱকজনৰ মৃতদেহ।
  • বোকাখাতৰ ২ নং আদৰ্শ মিছিং গাঁৱৰ বাসিন্দা আছিল পবিত্ৰ পেগু।
  • ১১ জানুৱাৰীত ঘৰলৈ অহাৰ কথা আছিল পবিত্ৰ।
  • পবিত্ৰৰ মৃত্যুক হত্যা বুলি অভিযোগ কৰি বোকাখাত আৰক্ষী চকী এজাহাৰ দাখিল কৰিছে পৰিয়ালে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in