শেহতীয়া খবৰ
পুৱাই জুবিনৰ পোষ্টঃ Nooooo CAB .we wl destroy it.  •  নাহৰকটীয়াত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা...  •  লাহোৰত ভয়ংকৰ বোমা বিস্ফোৰণ, নিহত ১  •  'ৰুদ্ৰশিখা'ৰ যোগেদি দ্বিতীয় অসম আন্দোলনৰ ঘোষণা আছুৰ নেতৃত্বত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ...VIDEO  •  হিমাচলপ্ৰদেশত নিয়ন্ত্ৰণহীন হৈ বাগৰিল বাছ, গুৰুতৰভাৱে আহত ১৪ যাত্ৰী...  •  কৰ্ণাটকত ভূমিস্খলন, নিহত ৩ শ্ৰমিক...  •  চামগুৰিত আঞ্চলিক ছাত্ৰ সন্থাৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ... VIDEO  •  টিহুত ‘কেব’ৰ বিৰোধিতাৰে আছুৰ “মুখ্যমন্ত্ৰীৰ শ্মশান যাত্ৰা” কাৰ্যসূচী... VIDEO  •  ৰোষত নেতা-মন্ত্ৰীঃ দৌৰি বাচিল মন্ত্ৰী ফণীভূষণ, হাতযোৰ কৰি নিমাতে ৰ’ল ৰামেশ্বৰ তেলী, দিলীপ পাটগিৰীৰ গাড়ীতেই লগালে পোষ্টাৰ... VIDEO  •  মঙলদৈ টাউন ক্লাবৰ শতবৰ্ষৰ লগত সংগতি ৰাখি ভৈৰৱকুণ্ডত স্বচ্ছতাৰ সজাগতা সভা...

কঢ়িয়াই আনিলে গৌৰৱ! বিশ্ব বেডমিন্টন চেম্পিয়নশ্বীপত ফাইনেলত জয়ী সিন্ধু…

315
  • ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিলে বেডমিন্টন খেলুৱৈ পি ভি সিন্ধুৱে।
  • আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বেটমিন্টন চেম্পিয়নশ্বীপত স্বৰ্ণ জয় কৰিলে সিন্ধুৱে।
  • বিশ্ব বেডমিন্টন চেম্পিয়নশ্বীপৰ ফাইনেলত জয়ী হ’ল ভাৰতীয় খেলুৱৈগৰাকী।
  • জাপানৰ ন’জ’মী অ’কুহাৰাক ফাইনেল মেচত পৰাস্ত কৰে ভাৰতীয় খেলুৱৈগৰাকীয়ে।
  • উল্লেখ্য যে, বি ডব্লিউ এফ বিশ্ব বেডমিন্টন চেম্পিয়নশ্বীপৰ ফাইনেলত জয়ী হোৱা সিন্ধুৱে প্রথমগৰাকী ভাৰতীয় খেলুৱৈ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি