গুৱাহাটীত প্ৰাক্তন কেন্দ্ৰীয় বিত্তীয় মন্ত্ৰী পি চিদাম্বৰাম, অংশ ল’ব দলীয় অনুষ্ঠানত

গুৱাহাটীত প্ৰাক্তন কেন্দ্ৰীয় বিত্তীয় মন্ত্ৰী পি চিদাম্বৰাম, অংশ ল’ব দলীয় অনুষ্ঠানত
  • গুৱাহাটীত আহি উপস্থিত হৈছেহি কংগ্ৰেছ নেতা তথা প্ৰাক্তন বিত্তীয় মন্ত্ৰী পি চিদাম্বৰাম।
  • বৃহস্পতিবাৰে গুৱাহাটীলৈ অহা নেতাগৰাকীয়ে শুকুৰবাৰে এক দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।
  • ৰাজীৱ ভৱনত অনুষ্টিত এক সংবাদমেলতো অংশ ল'ব প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in