শেহতীয়া খবৰ
দিল্লীৰ হিংসাত্মক কাৰ্যৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কংগ্ৰেছৰ প্ৰাক্তন মহিলা কৰ্প’ৰেটৰক…  •  গুৰুতৰভাৱে অসুস্থ অখিল গগৈক কাৰাগাৰৰ পৰা প্ৰেৰণ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ...  •  উন্নাও বলাৎকাৰ কাণ্ডৰ নিৰ্যাতিতাৰ পিতৃৰ হত্যা গোচৰ, শনিবাৰে আদালতে প্ৰদান কৰিব ৰায়...  •  কেনে আছে জুবিন? নেমকেয়াৰলৈ গৈ খবৰ ল’লে মুখ্যমন্ত্ৰীয়ে...  •  অশান্ত দিল্লীৰ ভিডিঅ’ হোৱাটছএপত কাৰোবালৈ প্ৰেৰণ কৰিছিল নেকি? ব্যৱস্থা ল’ব আৰক্ষীয়ে...  •  কৰ্কট ৰোগত আক্ৰান্ত শিশুসকলক লৈ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ ব্যতিক্ৰমী প্ৰচেষ্টা...  •  পাকিস্তানী সেনাক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদৰ অভিকেন্দ্ৰ আখ্যা দি কোনে আঁৰিলে পোষ্টাৰ…  •  ‘জুবিন গাৰ্গ মৰিলেও ভাল’ বুলি কৈ ৰোষত পৰিল নীৰৱ হাজৰিকা, মাতৃয়ে বিচাৰিলে ক্ষমা  •  শনিবাৰে স্বাক্ষৰিত হ’ব আমেৰিকা-তালিবানৰ মাজৰ শান্তি চুক্তি, ভাৰত হ’ব সাক্ষী  •  পুৱাই ভূমিকম্পৰ জোকাৰণি...

দিল্লী উচ্চ ন্যায়ালয়ৰ অগ্ৰীম জামিন নাকচ, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী পি চিদাম্বৰাম…

627
  • প্ৰাক্তন কেন্দ্ৰীয় বিত্ত মন্ত্ৰী তথা কংগ্ৰেছ নেতা পি চিদাম্বৰামৰ অগ্ৰীম জামিন আৱেদন নাকচ দিল্লী উচ্চ ন্যায়ালয়ৰ।
  • আই এন এক্স মেডিয়া গোচৰত কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা।
  • জামিন আৱেদনৰ সন্দৰ্ভত ন্যায়ালয়ে কয়- কেৱল এজন সাংসদ বুলিয়েই তেওঁক জামিন দিব নোৱাৰি।
  • এই গোচৰত পি চিদাম্বৰাম আৰু তেওঁৰ পুত্ৰক কেইবা বাৰো জেৰা কৰা হৈছে।
  • জামিন আৱেদন সন্দৰ্ভত দিল্লীৰ উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে পি চিদাম্বৰাম।
  • ইতিমধ্যে পি চিদাম্বৰামৰ বাসভৱনত উপস্থিত হৈছেগৈ চিবিআই আৰু ই ডিৰ এক দল।
  • যিকোনো মুহূৰ্ততে চিদাম্বৰামৰ গ্ৰেপ্তাৰৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি