বিপদে লগ এৰা নাই চিদাম্বৰমক! চি বি আইৰ পাছত পুৱাই গ্ৰেপ্তাৰ কৰিলে ই ডিয়ে…

বিপদে লগ এৰা নাই চিদাম্বৰমক! চি বি আইৰ পাছত পুৱাই গ্ৰেপ্তাৰ কৰিলে ই ডিয়ে…
  • চি বি আইৰ পাছতে আই এন এক্স মিডিয়া কেলেংকাৰীত অভিযুক্ত পি চিদাম্বৰমক গ্ৰেপ্তাৰ কৰিলে ই ডিয়ে।
  • তিহাৰ জেলতে গ্ৰেপ্তাৰ কৰে ই ডিৰ এটা দলে।
  • ২ ঘন্টাৰ সোধ-পোছৰ পাছত পুৱা ১০.৩০ বজাত গ্ৰেপ্তাৰ কৰে দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰীজনক।
  • স্থানীয় আদালতৰ নিৰ্দেশ অনুযায়ী তিহাৰ জেলতে ইডিৰ এটা দলে জেৰা চলাইছিল চিদাম্বৰমক।
  • জেৰাৰ পাছতে গ্ৰেপ্তাৰ কৰে তেওঁক।
  • আদালতৰ নিৰ্দেশ পালেই তিহাৰ জেলৰ পৰা লৈ যোৱা হব চিদাম্বৰমক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in