ৰাছিয়াৰ পৰা আহিল বেয়া খবৰ, ছেমি ফাইনেলত পৰাস্ত মেৰী কম…

ৰাছিয়াৰ পৰা আহিল বেয়া খবৰ, ছেমি ফাইনেলত পৰাস্ত মেৰী কম…
  • ৰাছিয়াত অনুষ্ঠিত বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ পৰা শনিবাৰে পুৱাই আহিল এটা বেয়া খবৰ।
  • ছেমি ফাইনেলত পৰাজয় ৬ বাৰকৈ বিশ্ব চেম্পিয়ন মেৰী কম।
  • তুৰ্কীৰ প্ৰতিন্বন্দ্বীৰ সৈতে পৰাজয়বৰণ কৰিলে মেৰী কমে।
  • ৪-১ পইন্টত পৰাজয় মেৰী কম।
  • ৫১ কিঃগ্ৰাঃ শাখাত বিশ্ব চেম্পিয়নৰ খিতাপ দখলৰ আশা ভংগ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in