কাৰ কপালত অস্কাৰ…LIVE UPDATES

কাৰ কপালত অস্কাৰ…LIVE UPDATES
  •  লজ এঞ্জেলেছৰ ডলবি থিয়েটাৰত  ৯১সংখ্যক অস্কাৰ বঁটা প্ৰদান অনুষ্ঠান।
  • ৰেজিনা কিঙলৈ শ্ৰেষ্ঠ সহ অভিনেত্ৰীৰ বঁটা।
  • 'If Beale Street Could Talk' নামৰ চলচ্চিত্ৰৰ বাবে এই বঁটা।
  • মাহেৰশ্বালা আলীলৈ শ্ৰেষ্ঠ সহ অভিনেতাৰ বঁটা।
  • 'Green Book' নামৰ চলচ্চিত্ৰৰ বাবে এই বঁটা।
  • বিদেশী ভাষাৰ শ্ৰেষ্ঠ ছবি হিচাপে বিবেচিত হৈছে স্পেনিচ ভাষা ছবি 'Roma'
  • ছবিখনৰ পৰিছালক Alfonso cuaron
  • ভাৰতৰ পটভূতিত নিৰ্মাণ কৰা 'পিৰিয়ড, এন্দ এৱ চেনটেনছ' নামৰ তথ্যচিত্ৰ খনে তথ্যচিত্ৰ চুটি ছবিৰ শিতানত লাভ কৰিছে অস্কাৰ ।
  • ৰাইকা জেহতাবচীয়ে নিৰ্মাণ কৰিছে এই তথ্যচিত্ৰ খন।
  •  দেশ-বিদেশৰ মুঠ ৫ খন তথ্যচিত্ৰক চেৰ পেলাই অস্কাৰ লাভ কৰিছে  'পিৰিয়ড, এন্দ অৱ চেনটেনছ' নামৰ তথ্যচিত্ৰ খনে।
  • Bohemian Rhapsody ছবিখনৰ বাবে ৰামী মালিকক শ্ৰেষ্ঠ অভিনেতাৰ সন্মান।
  • অলিভিয়া কল'মনক শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান।
  • The Favourite ছবিখনৰ বাবে কল'মনক এই বঁটা।
  • 'Green Book' ছবিখনে লাভ কৰিছে শ্ৰেষ্ঠ ছবিৰ সন্মান।
  • এই ছবিখন আমেৰিকাত মুক্তি পাইছিল ২০১৮ চনৰ ২১ নৱেম্বৰত।
  • ছবিখনৰ পৰিছালক Peter farrelly
  •  'A STAR IS BORN' চলচ্চিত্ৰৰ 'SHALLOW' শীৰ্ষক গীতটিৰ বাবে শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ অস্কাৰৰ সন্মান লেডী গাগালৈ।

এনিমেটেড ফিচাৰ ফিল্ম হিচাপে 'Spider-Man: Into The Spider-Verse'লৈ সন্মান। এলফনছ' কোৱেৰ'নলৈ শ্ৰেষ্ঠ দৃশ্য গ্ৰহণকাৰীৰ সন্মান।

'Black Panther' চলচ্চিত্ৰখনৰ বাবে শ্ৰেষ্ঠ কষ্টিউম ডিজাইনৰ বাবে ৰুথ কাৰ্টাৰলৈ অস্কাৰ। 

  •  শ্ৰেষ্ঠ ডকুমেণ্টৰী (ফিচাৰ) হিচাপে 'Free Solo' নিৰ্বাচিত।
  • শ্ৰেষ্ঠ ফিল্ম এডিটিং হিচাপে 'Bohemian Rhapsody' আৰু এনিমেটেড ছৰ্ট ফিল্ম 'BAO'ক এই বঁটা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in