ওৰাঙত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ…

ওৰাঙত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ…
  • ওৰাং আৰক্ষীয়ে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান।
  • আটক এছএছ ১২ ৱাই ৬৮৩৩ নম্বৰৰ এখন এল্টো বাহন।
  • জব্দ কৰে এই বৃহৎ পৰিমাণৰ গাঞ্জা ।
  • জব্দ কৰা গাঞ্জা খিনিৰ পৰিমাণ ৩৫ কিলোগ্ৰাম।
  • আৰক্ষীক প্ৰত্যক্ষ কৰি বাহন এৰি পলায়ন কৰে ধূত গাঞ্জা বেপাৰী।
  • গাঞ্জাৰ লগতে ওৰাং আৰক্ষীয়ে জব্দ কৰিছে এল্টো বাহন খন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in