শেহতীয়া খবৰ
ধূপধৰাৰ ধানবৰীত বাঁহৰ সাঁকোৰ পৰা পৰি মৃত্যু এজনৰ  •  লালুকত অভিৰুচি শিল্পী সৈনিকৰ নাট কৰ্মশালা সম্পন্ন  •  ধূপধৰাত দ্বিতীয় বাৰ্ষিক বায়খো উৎসৱ উদযাপন, জলন্ত অঙঠাৰ ওপৰত নৃত্য প্ৰদৰ্শন  •  সুদুৰ ম্যানমাৰৰ পৰা আহি অসমৰ জোঁৱাই হ'ল অবৈধ ৰোহিংগা, আদালত চৌহদত বিষ্ফোৰক স্বীকাৰোক্তি, VIDEO  •  ধূপধৰাত কবৰ খান্দি আৰক্ষীয়ে উদ্ধাৰ কৰিলে শিশুৰ মৃতদেহ, পানীত পৰি মৃত্যু হোৱাৰ পিছত জনোৱা নাছিল আৰক্ষীক  •  কাৰ আশীৰ্বাদত বৰাকত চলিছে অবৈধ সাৰৰ চিণ্ডিকেট, আৰক্ষীৰ অভিযানত শুকুৰবাৰে নিশা জব্দ ২৮ খন সাৰভৰ্তি ট্ৰাক  •  বঙাইগাঁৱৰ সিদলসতীত ৰাইজে কৰায়ত্ত কৰিলে ডকাইত, VIDEO  •  গৰৈমাৰীত আছুৰ বন্যাৰ্তৰ মাজত খাদ্য সামগ্ৰী বিতৰণ  •  দক্ষিণ কামৰূপত হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰ-কলহীৰ জলপৃষ্ঠঃ একাংশ উভতিছে নিজা ঘৰলৈ, অধিকাংশ দুৰ্গত এতিয়াও গৰু-ছাগলীৰ সৈতে আশ্ৰয় শিবিৰ, ওখ-ভেটিত  •  ওদালগুৰিত ২১৯ কৃৰ্তী শিক্ষাৰ্থীক আছুৰ অভিনন্দনঃ বানপানীক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণাৰ দাবী, অসমত শিক্ষাৰ নামত ৰাজনীতি-ব্যৱসায় চলোৱাৰো অভিযোগ সংগঠনটোৰ

যদি আপুনি জিঅ’ৰ গ্ৰাহক, তেন্তে লওক এই সুবিধা…

1,517

ডিজিটেল ডেস্কঃ গ্ৰাহক প্ৰয়োজনৰ ওপৰত লক্ষ্য ৰাখি বিভিন্ন অফাৰ প্ৰদান কৰা টেলিকম কোম্পানী জিঅ’য়ে মুকলি কৰিছে দুটা নতুন ৰিচাৰ্ছ পেক। সাধাৰণতে জিঅ’ গ্ৰাহক সকলৰ এটা অভিযোগ থাকে যে, দিনটোৰ বৈধতা সমাপ্ত হোৱাৰ পাছত জিঅ’ৰ ডাটা অতি লেহেমীয়া হৈ পৰে। এই অভিযোগত প্ৰতি সহাৰি জনায়েই জিঅ’ই মুকলি কৰিছে দুটা বিশেষ ৰিচাৰ্ছ পেক।

১৯ টকা আৰু ৫২ টকাৰ এই ৰিচাৰ্ছ পেক দুটাত গ্ৰাহকে লাভ কৰিব প্ৰতিদিনে ১৫০ এম বিৰ হাই স্পীড ডাটা লাভ কৰিব। আনলিমিটেড কলৰ উপৰি ১৯ টকীয়া পেকত প্ৰতিদিনে ২০ টা আৰু ৫২ টকীয়া পেকত ৭০ টা মেচেজৰ সুবিধা লাভ কৰিব। উল্লেখ্য যে, ১৯ টকীয়া পেকৰ বৈধতা ১ দিন আৰু ৫২ টকীয়া পেকৰ বৈধতা ৭ দিন।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি