ৰাজ্যসভাৰ উপসভাপতি পদৰ বিৰোধী প্ৰাৰ্থী হৰিপ্ৰসাদ

ৰাজ্যসভাৰ উপসভাপতি পদৰ বিৰোধী প্ৰাৰ্থী হৰিপ্ৰসাদ

ডিজিটেল ডেস্কঃ বহু জল্পনা-কল্পনাৰ অন্ত পেলাই ৰাজ্যসভাৰ উপসভাপতি পদৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে বিৰোধীয়ে।

উপসভাপতি পদৰ প্ৰাৰ্থী হিচাপে বন্দিতা চৌহানৰ নাম চৰ্চালৈ আহিছিল যদিও শেষ পৰ্যায়ত এই পদৰ প্ৰাৰ্থী হিচাপে বিৰোধীয়ে ঘোষণা কৰিলে কৰ্ণাটকৰ কংগ্ৰেছী সাংসদ বি কে হৰিপ্ৰসাদৰ নাম।

৯ আগষ্টত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত এন ডি এৰ প্ৰাৰ্থী হৰিবংশৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব হৰিপ্ৰসাদে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in