অসম বিধানসভাৰ দ্বিতীয় দিনাৰ অধিৱেশনৰ পূৰ্বে ডিঙিত পিঁয়াজৰ মালা পিন্ধি কংগ্ৰেছৰ প্ৰতিবাদ

অসম বিধানসভাৰ দ্বিতীয় দিনাৰ অধিৱেশনৰ পূৰ্বে ডিঙিত পিঁয়াজৰ মালা পিন্ধি কংগ্ৰেছৰ প্ৰতিবাদ
  • পিঁয়াজৰ মূল্য বৃদ্ধিয়ে চিন্তিত কৰিছে সৰ্বসাধাৰণ লোকক।
  • কোনো কোনো স্থানত প্ৰতি কিলোগ্ৰাম পিঁয়াজৰ দাম ১০০ টকা হৈছেগৈ।
  • শুকুৰবাৰে অসম বিধানসভাৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে।
  • বিধানসভাৰ শীতকালীন অধিৱেশনৰ দ্বিতীয় দিনা কংগ্ৰেছ বিধায়কসকলে প্ৰতিবাদ কৰে।
  • তেওঁলোকে ডিঙিত পিন্ধি আহে পিঁয়াজৰ মালা।
  • বিধানসভাৰ প্ৰৱেশদ্বাৰতে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ সমৰ্থকসকলে।
  • বিজেপি চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in