অ এন জি চিৰ গেলেকী তৈলক্ষেত্ৰত বিধ্বংসী অগ্নিকাণ্ড

  • অ এন জি চিৰ গেলেকী তৈলক্ষেত্ৰৰ ARMCUE-1 তেলখাদত বিধ্বংসী অগ্নিকাণ্ড।
  • অগ্নিকাণ্ডৰ ফলত তেলখাদৰ বহু লক্ষাধিক টকাৰ সা–সম্পত্তি ভস্মীভূত৷
  • খাদটোত ব্যৱহৃত এটা জেনেৰেটৰৰ পৰা জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ৷
  • অন এন জি চিৰ অগ্নিনিৰ্বাক বাহিনীৰ এটা দলে নিৰ্বাপন কৰে জুই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in