কোৰোনাৰ সন্ত্ৰাস! বন্ধ হ’ল বঙাইগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়…

কোৰোনাৰ সন্ত্ৰাস! বন্ধ হ’ল বঙাইগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়…
  • বঙাইগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত কৰোনাৰ আতংক।
  • এজন কৰ্মচাৰীৰ দেহত ধৰা পৰিছে কোভিড-১৯।
  • তাৰ পাছতে বন্ধ কৰি দিয়া হৈছে কাৰ্যালয়টো।
  • যাৰ বাবে জিলা পৰিষদৰ কাৰ্যালয়ৰ পৰাই এতিয়া চলিব উপায়ুক্ত কাৰ্যালয়ৰ কাম কাজ।
  • পৰৱৰ্তী নিৰ্দেশনা জাৰি নকৰা লৈকে জিলা পৰিষদৰ কাৰ্যালয়ৰ পৰাই চলিব কামকাজ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in