শেহতীয়া খবৰ
অসম পাবহি নেকি কাকতি ফৰিং? ৫ ৰাজ্যত কাকতি ফৰিঙৰ সন্ত্ৰাস... • অসম পাবহি নেকি কাকতি ফৰিং? ৫ ৰাজ্যত কাকতি ফৰিঙৰ সন্ত্ৰাস... • কোৰোনাৰ আতংক! ৫খন ৰাজ্যৰ পৰা কৰ্ণাটকলৈ ঘূৰি যাব নোৱাৰিব প্ৰবাসী শ্ৰমিক... • পুনৰ ২৫জনৰ দেহত ধৰা পৰিল কোভিড-১৯... • অৰুণাচল প্ৰদেশৰ মিয়াওত সেনাৰ ব্যাপক অভিযান... • অৰুণাচল প্ৰদেশৰ মিয়াওত সেনাৰ ব্যাপক অভিযান... • কোৰোনা ৰোগীক চিকিৎসালয়লৈ আনিবলৈ গৈ হঠাৎ পথৰ ওপৰতে ঢলি পৰিল এম্বুলেন্সৰ কৰ্মী... • দেহত কোভিডৰ লক্ষণ, চিকিৎসালয়ত ভৰ্তি বিজেপিৰ এজন ৰাষ্ট্ৰীয় মুখপাত্ৰ... • বন্তি শইকীয়াৰ সৈতে দিল্লীলৈ যোৱা কংকনজ্যোতি বৰাৰ কোৰোনা পৰীক্ষাৰ ফলাফল নিগেটিভ, কোৱাৰেন্টাইন কক্ষৰ পৰা উভতিল ঘৰলৈ • প্ৰৱজিত শ্ৰমিকৰ পৰা ৰে'লে ল'ব নোৱাৰিব ভাড়া, বিনামূলীয়াকৈ দিব লাগিব খাদ্য...

দিহিং পাটকাইক লৈ এজন ছাত্ৰৰ অভিনৱ প্ৰতিবাদ…

29

ডিজিটেল সংবাদ, বান্দৰদেৱাঃ দিহিং পাটকাইক লৈ ৰাজ্যৰ সৰ্বস্তৰত অব্যাহত আছে ভিন ভিন ধৰণৰ প্ৰতিবাদ। কোনোবাই যদি ৰাজপথত, আন কোনোবাই ছ’চিয়েল মেডিয়াযোগে অব্যাহত ৰাখিছে নিজা নিজা প্ৰতিবাদ। যদিও পৰিবেশ পৰিস্থিতি যথেষ্ট উদ্বেগজনক তাৰ মাজত সম্ভবপৰ সকলো সাবধানতা লৈ কৰা প্ৰতিবাদৰ মূল উদ্দেশ্য এটাই যিকোনো কাৰনতেই দিহিং পাটকাইক কয়লা খননৰ থলীলৈ পৰ্যবসিত হ’বলৈ দিয়া নহ’ব।

উজনি অসমৰে এজন পলিটেকনিকৰ ছাত্ৰৰো অভিনৱ প্ৰতিবাদো শেহতীয়াকৈ চৰ্চিত বিষয় হৈ পৰিছে।আকাশ জ্যোতি শৰ্মা নামৰ এই ছাত্ৰ জনে নিজৰ মুখমণ্ডলত নিজেই অংকন কৰা দুখন ভিন ভিন ছবিয়ে স্পৰ্শ কৰি গৈছে সকলোকে। নিজৰ কোঠাৰ ভিতৰতে কৰা কিমান নিৰব প্ৰতিবাদ অথচ কিমান শক্তিশালী সেয়া ছাত্ৰজনৰ অংকণতেই প্ৰতিফলিত হৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি