অশান্ত ভাৰত-পাক সীমান্ত, পাকসেনাৰ গুলীত আহত এজন আৰক্ষী বিষয়া

অশান্ত ভাৰত-পাক সীমান্ত, পাকসেনাৰ গুলীত আহত এজন আৰক্ষী বিষয়া
  • অশান্তিজৰ্জৰ কাশ্মীৰ সীমান্তত পাকিস্তানৰ গোলাবৰ্ষণ অব্যাহত।
  • ভাৰতৰ প্ৰত্যাক্ৰমণত পাক সেনাৰ বাংকাৰ ধ্বংস।
  • শুকুৰবাৰে সন্ধিয়া ৫ বজাৰ পৰা ভাৰতে আৰম্ভ কৰিছে প্ৰত্যাক্ৰমণ।
  • আনহাতে শনিবাৰে পুৱা কাশ্মীৰৰ পুংখ জিলাৰ ছতে অঞ্চলৰ পাক সেনাৰ যুদ্ধবিৰতি উলংঘন।
  • পাকসেনাৰ গুলীবৰ্ষনত আহত এজন আৰক্ষী বিষয়া।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in