কৰিমগঞ্জত যুৱকক গুলীয়াই হত্যা

কৰিমগঞ্জত যুৱকক গুলীয়াই হত্যা
  • বিশ্বকৰ্মা পূজাৰ দিনাই কৰিমগঞ্জত অঘটন।
  • কৰিমগঞ্জৰ পূব মধুৰবন্ধত এজন যুৱকক গুলীয়াই হত্যা।
  • দুৰ্বৃত্তই হত্যা কৰা যুৱকজনৰ নাম হাছানউদ্দিন।
  • গাঁৱৰে তিনি যুৱকৰ ওপৰত হত্যাৰ সন্দেহ।
  • সন্দেহ কৰা যুৱককেইজনৰ নাম আব্দুল খালেক, আব্দুল জলিল, বটল উদ্দিন।
  • ভূমি বিবাদক কেন্দ্ৰ কৰি হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in