কামপুৰত অঘটন! হায়দৰাবাদৰ পৰা ৰেলযোগে অহা সময়ত মৃত্যুক সাৱটিলে এজন যাত্ৰীয়ে…

কামপুৰত অঘটন! হায়দৰাবাদৰ পৰা ৰেলযোগে অহা সময়ত মৃত্যুক সাৱটিলে এজন যাত্ৰীয়ে…
  • কামপুৰ ৰে'ল ষ্টেচনত অঘটন।
  • মৃত্যু এজন ৰে'ল যাত্ৰীৰ।
  • হায়দৰাবাদৰ পৰা ব্ৰহ্মপুত্ৰ মেইলত আহি থকা সময়ত অসুস্থ হৈ পৰে যাত্ৰীজন।
  • জানিব পৰা মতে, লোকজন তিনিচুকীয়াৰ বিপুল কলিতা।
  • তাৰপাছত ৰেল কৰ্মীয়ে এম্বুলেন্সযোগে কামপুৰ এফ আৰ ইউলৈ লৈ যায় যাত্ৰীজনক।
  • কিন্তু চিকিৎসকে লোকজনক মৃত ঘোষণা কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in