দিল্লীত দাগী অপৰাধীৰে আৰক্ষীৰ বিশেষ দলৰ সংঘৰ্ষ, আহত আৰক্ষী বিষয়া

দিল্লীত দাগী অপৰাধীৰে আৰক্ষীৰ বিশেষ দলৰ সংঘৰ্ষ, আহত আৰক্ষী বিষয়া
  • দিল্লীত দাগী অপৰাধীৰে আৰক্ষীৰ বিশেষ দলৰ সংঘৰ্ষ।
  • দিল্লীৰ শ্বাহদৰাৰ ক্ৰছ ৰিভাৰ মলৰ সমীপত নিশা সংঘটিত হয় এই সংঘৰ্ষ।
  • এজন দাগী আৰু ৱান্টেড ক্ৰিমিনেলৰ বিৰুদ্ধে অভিযান চলাইছিল দিল্লী আৰক্ষীৰ বিশেষ বাহিনীয়ে।
  • অভিযানকালত আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰে অপৰাধীজনে।
  • অপৰাধীৰ গুলীত সামান্য পৰিমাণে আহত হয় দিল্লী আৰক্ষীৰ এজন বিষয়া।
  • দাগী অপৰাধীজন পলায়ন কৰিবলৈ সক্ষম হয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in