বাদুলিপাৰত পুখুৰীত সাঁতুৰিবলৈ গৈ এজনৰ মৃত্যু…

বাদুলিপাৰত পুখুৰীত সাঁতুৰিবলৈ গৈ এজনৰ মৃত্যু…
  • খুমটাইৰ বাদুলিপাৰত শোকাৱহ ঘটনা।
  • বাদুলিপাৰৰ চেউনি কমাৰগাঁৱত পুখুৰীত সলিল সমাধি যুৱকৰ।
  • সলিল সমাধি ভাগ্যজ্যোতি শইকীয়া নামৰ যুৱকজনৰ।
  • সমনীয়াৰ সৈতে পুখুৰীত সাঁতুৰিবলৈ গৈছিল ভাগ্যজ্যোতি।
  • স্থানীয় লোকৰ তৎপৰতাত উদ্ধাৰ ভাগ্যজ্যোতি শইকীয়াৰ মৃতদেহ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in