দুখবৰঃ ৰাজ্যত কোভিড-১৯ত আক্ৰান্ত হৈ এগৰাকী যুৱতীয়ে হেৰুৱালে প্ৰাণ…

দুখবৰঃ ৰাজ্যত কোভিড-১৯ত আক্ৰান্ত হৈ এগৰাকী যুৱতীয়ে হেৰুৱালে প্ৰাণ…
  • পুনৰ আহিল এক দুঃখবৰ।
  • ৰাজ্যত কোভিড-১৯ত আক্ৰান্ত হৈ মণিকা ভূমিজ নামৰ এগৰাকী ১৯ বছৰীয়া যুৱতীৰ মৃত্যু।
  • যোৰহাট মেডিকেল কলেজৰ আই চি ইউত ভৰ্তি হৈ আছিল মণিকা।
  • চিকিৎসকে সকলো চেষ্টা কৰাৰ পাছতো যুৱতীগৰাকীৰ মৃত্যু হোৱা বুলি টুইটাৰযোগে সদৰী কৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
  • যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত হৈ ৮জন লোকে হেৰুৱাইছে প্ৰাণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in