শেহতীয়া খবৰ
জাজৰি উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ কেন্দ্ৰত বহিঃৰাজ্যৰ পৰা অহা পৰা অহা ৮০লোকক কোৱাৰেণ্টাইন... • অৰুণাচল প্ৰদেশত পুনৰ বৃদ্ধি কোৰোনা ৰোগীৰ সংখ্যা... • নগাঁও চহৰত নিশা যুৱকৰ অস্বাভাৱিক মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা, আৰক্ষীৰ শূন্যলৈ গুলী চালনা... • মুপা আৰু মাইবাং ষ্টেচনৰ মাজত ব্যাহত ৰেল সেৱা... • বৰ্ণ বৈষম্যতা! আৰক্ষীৰ হাতত কৃষ্ণাংগৰ মৃত্যুক লৈ ট্ৰাম্প প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ হাজাৰ হাজাৰ জনতাৰ... • ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ প্ৰথমটো স্বাস্থ্যকৰ্মীৰ দলক কোৱাৰেণ্টাইন... • নাৰায়ণপুৰৰ কোৱাৰেন্টাইন চেন্টাৰত উত্তপ্ত পৰিস্থিতি...VIDEO • মেট্ৰিক-হাইমাদ্ৰাছাৰ ফলাফল লাভ কৰিব কোন কেইটা ৱেবছাইটত... পঢ়ক সবিশেষ... • ভাৰতত কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ২ লাখৰো অধিকলৈ বৃদ্ধি... • বকোত ওলাল দ্বিতীয়গৰাকী কোভিড-১৯ত আক্ৰান্ত লোক...

COVID-19ত আক্ৰান্ত চিকিৎসক দম্পত্তী…

15
  • সমগ্ৰ দেশত ২৫০০ৰো অধিক লোক আক্ৰান্ত হৈছে কোৰনা ভাইৰাছত।
  • দেশত ৫০জনকৈ চিকিৎসক-চিকিৎসা কৰ্মী আক্ৰান্ত হৈছে এই ভাইৰাছত।
  • তাৰমাজতে দিল্লীৰ এইমছৰ চিকিৎসক দম্পত্তী আক্ৰান্ত হৈছে COVID-19ত।
  • জানিব পৰা মতে, বৃহস্পতিবাৰে পুৱা স্বামী এই ভাইৰাছত আক্ৰান্ত হোৱা বুলি ধৰা পৰে।
  • তাৰপাছত সন্ধিয়া ভাগত ধৰা পৰে চিকিৎসকগৰাকীৰ পত্নীৰ দেহত কোৰোনা ভাইৰাছৰ উপস্থিতি।
  • উল্লেখ্য যে, মহিলা চিকিৎসকগৰাকী সন্তান সম্ভৱা।
  • বৃহস্পতিবাৰলৈ মুঠ ৯গৰাকী চিকিৎসক কোৰোনা ভাইৰাছত আক্ৰান্ত হৈছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি