শেহতীয়া খবৰ
অসম পাবহি নেকি কাকতি ফৰিং? ৫ ৰাজ্যত কাকতি ফৰিঙৰ সন্ত্ৰাস... • অসম পাবহি নেকি কাকতি ফৰিং? ৫ ৰাজ্যত কাকতি ফৰিঙৰ সন্ত্ৰাস... • কোৰোনাৰ আতংক! ৫খন ৰাজ্যৰ পৰা কৰ্ণাটকলৈ ঘূৰি যাব নোৱাৰিব প্ৰবাসী শ্ৰমিক... • পুনৰ ২৫জনৰ দেহত ধৰা পৰিল কোভিড-১৯... • অৰুণাচল প্ৰদেশৰ মিয়াওত সেনাৰ ব্যাপক অভিযান... • অৰুণাচল প্ৰদেশৰ মিয়াওত সেনাৰ ব্যাপক অভিযান... • কোৰোনা ৰোগীক চিকিৎসালয়লৈ আনিবলৈ গৈ হঠাৎ পথৰ ওপৰতে ঢলি পৰিল এম্বুলেন্সৰ কৰ্মী... • দেহত কোভিডৰ লক্ষণ, চিকিৎসালয়ত ভৰ্তি বিজেপিৰ এজন ৰাষ্ট্ৰীয় মুখপাত্ৰ... • বন্তি শইকীয়াৰ সৈতে দিল্লীলৈ যোৱা কংকনজ্যোতি বৰাৰ কোৰোনা পৰীক্ষাৰ ফলাফল নিগেটিভ, কোৱাৰেন্টাইন কক্ষৰ পৰা উভতিল ঘৰলৈ • প্ৰৱজিত শ্ৰমিকৰ পৰা ৰে'লে ল'ব নোৱাৰিব ভাড়া, বিনামূলীয়াকৈ দিব লাগিব খাদ্য...

সুস্থ হৈ উঠিছে কোৰোনাত আক্ৰান্ত আৰু এজন লোক…

290
  • ৰাজ্যত কোৰোনাত আক্ৰান্ত আৰু এজন লোক সুস্থ হৈ উঠিছে।
  • এমএমচিএইচত আছিল লোকজন।
  • দুবাৰকৈ কোভিড পৰীক্ষাত নিগেটিভ ফলাফল পোৱাৰ পাছত চিকিৎসালয়খনৰ পৰা পঠিয়াই দিয়া হয় লোকজনক।
  • সকলো চৰকাৰী নীতি-নিয়ম মানিবলৈ আহ্বান।
  • ৰাজ্যত ৫৫জনকৈ কোৰোনাত আক্ৰান্ত লোক বৰ্তমানলৈ সুস্থ হৈ উঠিছে।
  • ইফালে, কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ৰাজ্যত বৃদ্ধি পাইছে ৩২৯জনলৈ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি