কোৰোনাত আক্ৰান্ত আৰু এজন ৰোগীৰ মৃত্যু, জিএমচিএইচৰ আইচিইউত ভৰ্তি হৈ আছিল লোকজন…

কোৰোনাত আক্ৰান্ত আৰু এজন ৰোগীৰ মৃত্যু, জিএমচিএইচৰ আইচিইউত ভৰ্তি হৈ আছিল লোকজন…
  • ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ পুনৰ এজন লোকে হেৰুৱালে প্ৰাণ।
  • স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে সদৰী কৰে এই কথা।
  • কোভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকজন নগাঁৱৰ কলিয়াবৰৰ ধদাৰাম মূৰা।
  • যোৱা ১ জুলাই তাৰিখে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আইচিইউত ভৰ্তি কৰা হৈছিল।
  • মঙলবাৰে পুৱা ৯ বজাত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ।
  • ৰাজ্যত বৰ্তমানলৈ কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১৫জনলৈ বৃদ্ধি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in