জেহাদীৰ সৈতে জড়িত থকাৰ অভিযোগত পুনৰ এজনক গ্ৰেপ্তাৰ…

জেহাদীৰ সৈতে জড়িত থকাৰ অভিযোগত পুনৰ এজনক গ্ৰেপ্তাৰ…
  • মৰিগাঁৱৰ পৰা পুনৰ জেহাদীৰে এজনক গ্রেপ্তাৰ।
  • গ্রেপ্তাৰ আফছাৰুদ্দিন ভূঞা নামৰ এজন লোকক।
  • আফছাৰুদ্দিনৰ ঘৰ মৰিগাঁৱৰ মিলনপুৰৰ ৩নং ৱাৰ্ডত।
  • AQIS/ABTৰ সৈতে জড়িতৰ অভিযোগ আফছাৰুদ্দিন ভূঞাৰ বিৰুদ্ধে।
  • বৃহস্পতিবাৰে আটক কৰা হৈছিল ভূঞাক।
  • সোধা পোচাৰ অন্তত তেওঁক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in